• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

2 months ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

4 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

4 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

5 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

6 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

6 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

8 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

8 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

9 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

9 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ

editor by editor
January 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুক্ৰাদিত্য ৰাজযোগে আনিব সুখৰ সময়, নতুন সপ্তাহত ৰাজভাগ্য লাভ ৫ৰাশিৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১২ জানুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহত গঠিত হব শুক্ৰাদিত্য ৰাজযোগ৷ ২০২৬ চনৰ প্ৰথম মাহত মকৰ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ আগন্তুক সপ্তাহত পালিত হব মকৰ সংক্ৰান্তিও৷ ইয়াৰ সৈতে সিংহ আৰু শুক্ৰৰ গোচৰত গঠিত হব শুক্ৰাদিত্য ৰাজযোগ৷ বৈদিক জ্যোতিষ অনুসৰি এই ৰাজযোগ অত্যন্ত শুভ ফলদায়ী৷ আগন্তুক সপ্তাহত উন্নতি কৰিব কেইটামান ৰাশিৰ জাতকে৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি পাব আৰু চৰকাৰী কামত উন্নতি কৰিব৷ জানি থওক শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত ১২ জানুৱাৰী ২০২৬ৰ পৰা ১৮ জানুৱাৰী ২০২৬ৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগন্তুক সপ্তাহত সুন্দৰ সময় কটাব বৃষ ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ সাংসৰিক সুখ সমৃদ্ধি বাঢ়িব৷ আগন্তুক সপ্তাহত আপুনি এনে কিছু সুযোগ পাব যিয়ে আপোনাৰ ভৱিষ্যতক সোণৰ দৰে উজলাব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ আৰ্থিক অৱস্থাৰো উন্নতি হব৷ শান্ত মগজুৰে সিদ্ধান্ত ল’ব পাৰে৷

মিথুন ৰাশি

আগন্তুক সপ্তাহে মিথুন ৰাশিৰ জাতকৰ বাবে সন্মান আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব৷ চাকৰিয়ালে নতুন প্ৰকল্পৰ দায়িত্ব পাব৷ কৰ্মক্ষেত্ৰত আপুনি নিজকে আৰু সুন্দৰৰূপত প্ৰতিস্থাপন কৰিব পাৰিব৷ আৰ্থিকভাৱেও আগন্তুক সপ্তাহ আপোনাৰ বাবে অত্যন্ত শুভ হব পাৰে৷ হাতলৈ ধন আহিব৷ প্ৰেমৰ সম্পৰ্কত মজবুত হব৷

কৰ্কট ৰাশি

আগন্তুক সপ্তাহ সুখ সমৃদ্ধিৰে ভৰপুৰ হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সৃজনশীল কামৰ সৈতে যুক্তসকলে প্ৰচুৰ সাফল্য পাব৷ নিজৰ কামক লৈ মনত সন্তোষ থাকিব৷ কেৰিয়াৰত আগন্তুক সপ্তাহত বৃহৎ ব্ৰেক থ্ৰু পাব কৰ্কট ৰাশিৰ জাতকে৷ আপোনাৰ আশেপাশে পৰিস্থিতি ধীৰে ধীৰে উন্নত হব৷ সাংসৰিক সমস্যা দূৰ হব৷

সিংহ ৰাশি

১২ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তাহত মনত ভৰপুৰ আনন্দ থাকিব সিংহ ৰাশিৰ জাতকৰ৷ প্ৰবীণসকলৰ আশীৰ্বাদ পাব৷ জীৱনত শান্তি পাব সিংহৰ জাতকে৷ ৰোমান্স ভৰপুৰ থাকিব৷ স্বাস্থ্য ভালে থাকিব৷ সকলো মিলি আগন্তুক সপ্তাহ ৰিলেক্স হৈ কটাব পাৰিব৷ সকলো কামতে বেছিকৈ এনাৰ্জি পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে আগন্তুক সপ্তাহত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন আহিব৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পৰিয়াল আৰু বন্ধুৰ পৰা প্ৰয়োজনীয় সমৰ্থন পাব৷ আৰ্থিক লাভ হব৷ ফলত বেংক বেলেন্স বাঢ়িব৷ জীৱনলৈ প্ৰেম আহিব৷ স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.