• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

4 months ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

2 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

3 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

4 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

5 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

6 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

7 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

editor by editor
January 13, 2026
in জীৱনশৈলী
0
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ
0
SHARES
829
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰুৱা কথাবোৰ এতিয়া টেলিভিছনৰ পৰ্দাত৷ ৬বাৰৰ বিশ্ব চেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে তেওঁৰ বিচ্ছেদিত স্বামীয়ে আনিছে ভয়ংকৰ অভিযোগ৷ স্বামীৰ অভিযোগ যে বিশ্বচেম্পিয়ন বক্সাৰ মেৰিকমে বিগত ১০বছৰত একাধিক পৰকীয়াত যুক্ত হৈছে৷ মেৰিকমৰ সৈতে দুবছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছে তেওঁৰ স্বামী কাৰুং অনলৰ৷ বিচ্ছেদৰ ২বছৰৰ পিছত এজনে আনজনৰ বিৰুদ্ধে আনিছে এটাৰ পিছত আনটো অভিযোগ৷

কিছুদিন পূৰ্বে মেৰিকমে অভিযোগ আনিছিল যে তেওঁৰ সকলো সম্পত্তি কাঢ়ি লৈছে তেওঁৰ প্ৰাক্তন স্বামী কাৰুং অনলে৷ মেৰিকমৰ নামত ঋণো লৈছিল তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ এই অভিযোগৰ পাছতেই এইবাৰ প্ৰতিঅভিযোগ আনিছে তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ তেওঁৰ স্বামীৰ অভিযোগ বিবাহ ভঙাৰ ১০ বছৰ পূৰ্বৰে পৰা একাধিক পৰকীয়া প্ৰেমত পৰিছে মেৰিকম৷ তেওঁৰ ওচৰত তেনে বহু প্ৰমাণো আছে৷

অনলে কৈছে, ‘২০১৩ চনৰ পৰা এক জুনিয়ৰ বক্সাৰৰ সৈতে পৰকীয়াত সোমাই পৰিছে মেৰিকম৷ সেই বিষয়ক লৈয়ে বহুদিন ধৰি আমাৰ মাজত কাজিয়া আছিল৷ ইয়াতেই শেষ নহয়, মেৰিৰ তাৰপিছতো পৰকীয়া প্ৰেম হৈছে৷ ২০১৭ চনৰ পৰা নিজৰ বক্সিং একাডেমিত নিযুক্ত এক কৰ্মীৰ সৈতেও সম্পৰ্কত আছিল৷ তেওঁলোকৰ হোৱাটছএপ চাটৰ প্ৰমাণো মোৰ ওচৰত আছে৷ কিন্তু মই সকলোবোৰ গোপন কৰি ৰাখিছিলো৷’

উল্লেখ কৰা প্ৰয়োজন যে মেৰিকমে কিছু দিন পূৰ্বে প্ৰথমে মুখ খুলিছে৷ মেৰিয়ে কৈছিল, ‘অনলৰক স্বামী হিচাপে যেনেকুৱাকৈ ভাৱিছিলো তেওঁ প্ৰকৃততে তেনে নাছিল৷ সংসাৰৰ আৰ্থিক দিশত প্ৰথমে মই গুৰুত্ব দিয়া নাছিলো৷ তেতিয়ালৈ সকলো ঠিকেই আছিল৷ কিন্তু যেতিয়া কথাবোৰ ময়ো চাবলৈ ধৰিলো তেতিয়া বুজিলো ভিতৰত কি চলি আছে৷ তেওঁৰ চাৰিওফালে ভাৱিব নোৱৰা ধাৰ আছিল৷ আমাৰ সম্পত্তি বন্ধকত থৈ ধাৰ কৰিছিল৷ সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি আমাৰ সকলো সম্পত্তি বাজেয়াপ্তও হৈ গৈছে৷’

মেৰিৰ এই কথা টেলিভিছনৰ পৰ্দাত প্ৰকাশ হোৱাৰ পাছতেই মেৰিৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন স্বামীৰ অভিযোগ যে সন্তানৰ মুখলৈ চাই আইনী যুঁজত আগবঢ়া নাই৷ কিন্তু মেৰিৰ সম্পত্তি কাঢ়ি লোৱাৰ অভিযোগ নস্যাৎ কৰিছে তেওঁৰ প্ৰাক্তন স্বামীয়ে৷ বিবাহৰ ১৮ বছৰৰ পাছত ২০২৩ চনৰ ডিচেম্বৰত বিচ্ছেদ হৈছে মেৰি আৰু অনলৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন