• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

6 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

3 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

3 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

4 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

5 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

8 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

9 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

10 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

11 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

23 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

editor by editor
January 14, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ বিশেষ মিলনক অত্যন্ত প্ৰভাৱশালী বুলি ধাৰণা কৰা হয়৷ ২০২৬ চনৰ মকৰ সংক্ৰান্তিৰ দিনা এক বিৰল পঞ্চগ্ৰহী যোগে বহু ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন আনিব পাৰে৷ ১৪ জানুৱাৰী ২০২৬ তাৰিখে, সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু কেইবাদিন পাছত ১৯ জানুৱাৰী মঙ্গল, বুধ, শুক্ৰ আৰু চন্দ্ৰই সূৰ্যৰ সৈতে মকৰ ৰাশিত একত্ৰিত হ’ব আৰু পঞ্চগ্ৰহী যোগ গঠন কৰিব৷ এই মিলনক শক্তি, সম্পদ, বুদ্ধি, আৱেগ আৰু সৌভাগ্যৰ এক দুৰ্দান্ত সংগম হিচাপে বিবেচনা কৰা হৈছে৷ যি বিশেষকৈ ৩ৰাশিৰ বাবে অত্যন্ত শুভ ফলাফল দিব৷

মকৰ ৰাশি

এই যোগ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে সকলোতকৈ কাৰ্যকৰ হ’ব৷ কাৰণ ই আপোনাৰ লগ্ন ঘৰত তৈয়াৰ হৈছে৷ ই আপোনাৰ আত্মবিশ্বাস, নেতৃত্বৰ ক্ষমতা আৰু ব্যক্তিত্বক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব৷ সূৰ্য আৰু মঙ্গলৰ উপস্থিতিয়ে আপোনাক সাহসী আৰু সিদ্ধান্ত ল’বলৈ সক্ষম কৰি তুলিব৷ ব্যৱসায় সম্প্ৰসাৰণ আৰু লাভৰ সময়৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হব আৰু অন্যৰ কথাত আপুনি মুগ্ধ হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে পঞ্চগ্ৰহী যোগ আপোনাৰ চতুৰ্থ ঘৰত তৈয়াৰ হব৷ যি আৰাম, গৃহ, যানবাহন আৰু পাৰিবাৰিক জীৱনক প্ৰতিনিধিত্ব কৰে৷ এই যোগৰ প্ৰভাৱত ঘৰত শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পাব৷ সম্পত্তি, ঘৰ, বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ আপোনাৰ মাতৃৰ স্বাস্থ্যৰ উন্নতি হব৷ পাৰিবাৰিক সম্পৰ্ক আৰু সুসংগত হৈ উঠিব৷ শুক্ৰ আৰু বুধৰ আশীৰ্বাদত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ চাকৰিয়ালে তেওঁলোকৰ পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ বা কাম কৰাৰ সুযোগ পাব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে এই যোগ ভাগ্যৰ ঘৰত তৈয়াৰ হৈছে৷ যিয়ে ইয়াক অত্যন্ত শুভ কৰি তুলিছে৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, বিদেশ ভ্ৰমণ আৰু উচ্চ পদ সম্পৰ্কিত বিষয়ত সাফল্যৰ সম্ভাৱনা প্ৰৱল৷ আৰ্থিক লাভৰ নতুন উৎস তৈয়াৰ হব আৰু বিনিয়োগ লাভজনক হব৷ আপুনি শিক্ষক আৰু ছিনিয়ৰৰ পৰা সহায়তা পাব৷ ধৰ্মীয় আৰু আধ্যাত্মিক আগ্ৰহ বৃদ্ধি পাব৷ যাৰ ফলত মানসিক শান্তি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.