• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

7 months ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

1 minute ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

15 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

38 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

1 hour ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

2 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

4 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

4 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

6 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?

editor by editor
January 23, 2026
in জীৱনশৈলী
0
জানি থওক SBIৰ পৰা ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু EMI কিমান হ’ব?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
চৰকাৰে বিগত বছৰৰ ২২ ছেপ্টেম্বৰৰ পৰা নতুন জিএছটি হাৰ কাৰ্যকৰ কৰিছে যাৰ অধীনত সৰু গাড়ীৰ ওপৰত এতিয়া ২৮ শতাংশৰ পৰিবৰ্তে ১৮ শতাংশ জিএছটি প্ৰযোজ্য হৈছে৷ যানবাহনৰ ওপৰত জি এছ টি হ্ৰাসৰ পাছৰে পৰা সাধাৰণ মানুহে এতিয়া বাহন কিনিছে৷
কোনোৱে যদি কাৰ লোন লোৱাৰ কথা ভাৱে তেন্তে আমি গাড়ী ঋণ সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ হিচাপ শ্বেয়া কৰিম৷ এতিয়া আমি বাখ্যা কৰিব খুজিছো ষ্টেট বেংক অফ ইণ্ডিয়া, সংক্ষেপে যি SBI নামেৰে সুপৰিচিত৷ তাৰ পৰাই ৫ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোন পাবলৈ দৰমহা কিমান হোৱা উচিত আৰু প্ৰতিমাহে কিমান EMI দিব?
১০ লাখ টকাৰ কাৰ লোনৰ বাবে প্ৰয়োজনীয় দৰমহা কিমান?
ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমোৱাৰ পাছতেই কাৰ লোনসহ সমস্ত ঋণেই সস্তা হৈ গৈছে৷ ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া মাত্ৰ ৮.৭ শতাংশ সুদৰ হাৰৰ পৰা আৰম্ভ কৰি কাৰ লোন অফাৰ কৰিছে৷ এইবাৰ এছ বি আইৰ পৰা কাৰ লোন পাবলৈ হলে বাৰ্ষিক দৰমহা কমেও ৩ লাখ হব অথৱা মাহিলী দৰমহা কমেও ২৫, ০০০ টকা হব৷
SBI য়ে তেওঁলোকৰ গ্ৰাহকসকলৰ মাহিলী দৰমহাৰ ৪৮ গুণ পৰ্যন্ত কাৰ ঋণ প্ৰদান কৰে৷ ধৰা হ’ল কোনোৱে যদি মাহিলী ২৫০০০ টকা দৰমহা পায় তেন্তে ২৫০০০ x ৪৮ = ১২,০০,০০০ টকা পৰ্যন্ত কাৰ লোন দিয়ে৷ মাহিলী EMI কিমান হ’ব?
৮.৭ শতাংশ সুদৰ হাৰ SBIৰ পৰা ৫ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত প্ৰতিমাহে প্ৰায় ২০, ৬১৩ টকা EMI দিব লাগিব৷ কেৱল সেয়াই নহয়, কোনোৱে যদি মাত্ৰ ৩ বছৰৰ বাবে কাৰ লোন হয় তেতিয়া মাহিলী ইএমআই হব প্ৰায় ৩১৬৬০টকা৷ ষ্টেট বেংক অফ ইণ্ডিয়াই সৰ্বোচ্চ ৭ বছৰৰ বাবে কাৰ লোন প্ৰদান কৰে৷ কোনোৱে যদি ৭ বছৰৰ বাবে ১০ লাখ টকাৰ কাৰ লোন হয় তেতিয়া প্ৰতিমাহে ১৫, ৯৩৭ টকা ইএমআই দিব লাগিব৷ মনত ৰাখিব যে ঋণৰ ম্যাদ যিমান বেছি হ’ব সুদ সিমানেই বেছ দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
Next Post
বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

বিবাহস্থলীত এটা প্ৰচণ্ড শব্দ, নিমিষতে আনন্দৰ সময় বিষাদত পৰিণত হ’ল! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৫জনে, নেপথ্যৰ ঘটনা কি?

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.