• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

2 months ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

10 minutes ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

32 minutes ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

45 minutes ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

2 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

2 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

3 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

3 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

3 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

4 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

4 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? আহমেদাবাদৰ ঘটনাৰ পৰা কথমপি ৰক্ষা, লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

editor by editor
February 3, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেই ভুল বাৰে বাৰে কৰিছে নেকি এয়াৰ ইণ্ডিয়াই৷ ফুৱেল কন্ট্ৰল ছুইচত একেই বিসংগতি৷ যি বিসংগতিৰ বাবে আহমেদাবাদত সংঘটিত হৈছিল ভয়ংকৰ সেই বিমান দুৰ্ঘটনা৷ এইবাৰো বিসংগতিপূৰ্ণভাৱেই লণ্ডনৰ পৰা উৰি আহি বাংগালুৰু পালেহি এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭ বিমান৷ এয়াৰ ইণ্ডিয়াৰ এখন বোয়িং ৭৮৭ ড্ৰিমলাইনাৰত সম্প্ৰতি বিসংগতি ধৰা কৰিছে৷ এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জনাইছে যে বিমানৰ বাওঁফালৰ ফুয়েল কন্ট্ৰল ছুইচ দুবাৰ ‘ৰান’ পজিছনত থাকিব নোৱাৰে৷ আৰু বিমানৰ ইঞ্জিন আৰম্ভ কৰাৰ সময়ত সেই চুইছ কাটঅফ পজিছনলৈ গুচি যায়৷ ইয়াৰপাছতেই গ্ৰাউণ্ডেড কৰা হয় এয়াৰ ইণ্ডিয়াৰ সেই বিমান৷

জনা গৈছে যে সোমবাৰে হিথৰোৰ পৰা বাংগালুৰুলৈ আহিছিল এ আই ১৩২ বিমানখন৷ সংবাদসংস্থা এ এন আইৰ সূত্ৰৰ খবৰ অনুসৰি পাইলটেই প্ৰথমে ফুয়েল কন্ট্ৰোল ছুইচৰ সমস্যাৰ কথা গম পায়৷ তাৰপিছতহে ব্যৱস্থা গ্ৰহণ কৰা হয়৷ এইবাৰো ঠিক তেনেকুৱাই হ’ল৷ বিমানৰ এজন পাইলটে প্ৰথমে এই সমস্যাৰ কথা জনায়৷ তেওঁ সন্দেহ কৰে যে ফুয়েল কন্ট্ৰোল ছুইচত কিছু ত্ৰুটি আছে৷ দ্ৰুত সেই সমস্যাৰ কথা জনায় পাইলটে৷ তাৰপিছত এয়াৰলাইন্স কৰ্তৃপক্ষই চোৱাচিতা কৰে বিমানখন৷

প্ৰাথমিকভাৱে পোৱা তথ্যৰ ভিত্তিত সেই নিৰ্দিষ্ট বিমানখন গ্ৰাউণ্ডেড কৰা হৈছে৷ যিয়ে এই বোয়িং তৈয়াৰ কৰিছিল তেওঁলোকেই এই সমস্যাও জানিব পাৰে৷ সেয়ে তেওঁলোকে এয়া পৰীক্ষা কৰে৷ জনা গৈছে যে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই সমস্ত বোয়িং ৭৮৭ এয়াৰক্ৰাফ্টৰ ফুয়েল কন্ট্ৰোল ছুইচৰ পৰীক্ষা কৰি আছে৷ অৱশ্যে কোনো সমস্যা এতিয়াও লাভ কৰা নাই৷ প্ৰসংগত উল্লেখ কৰা প্ৰয়োজন যে, ডি জি চি এৰ তৰফৰ পৰা এই নিৰ্দেশ দিয়া হৈছিল যে যাত্ৰীৰ নিৰাপত্তাই প্ৰাথমিক অগ্ৰাধিকাৰ হওক৷ কিন্তু এয়াৰ ইণ্ডিয়াই আকৌ সেই কথাক উলংঘন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক
জীৱনশৈলী

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.