কাইলৈ ১৮ মাৰ্চ ২০২৬ বুধবাৰে চন্দ্রই কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণা চতুৰ্দ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব শতভিষা নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
১৮ মাৰ্চ বৃষ ৰাশিফল
কাইলৈ ১৮ মাৰ্চ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যতো কাইলৈ উল্লেখযোগ্য উন্নতি হ’ব আপোনাৰ৷ ঘৰত সন্তানৰ সৈতে শুভ সময় কটাব৷ যি সাফল্য আপুনি বহুদিন লাভৰ চেষ্টা কৰিছিল সেয়া কাইলৈ লাভ কৰা সম্ভৱ হব পাৰে৷ সংগীৰ সৈতে বুজাপৰা থাকিব৷ দুজনে একেলগে কৰোবালৈ ফুৰিবলৈকো যাব পাৰে৷
১৮ মাৰ্চ সিংহ ৰাশিফল
সিংহ ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কোনো আইনী জটিলতা থাকিলে কাইলৈ মুক্তি পাব৷ শতভিষা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুৱে কাইলৈ আপোনাক পৰাজিত কৰিব পাৰে৷ অৰ্থ সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ শুক্লা যোগৰ শুভ প্ৰভাৱত নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰে সিংহ ৰাশিৰ জাতক৷ ব্যৱসায়তো বৃহৎ সাফল্য পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷
১৮ মাৰ্চ কন্যা ৰাশিফল
শুক্লা যোগৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে দিনটো কটাব আপুনি৷ ৰেস্তোৰাত বন্ধুৰ সৈতে খোৱাবোৱা কৰাৰো সুযোগ পাব৷ কাইলৈ দিনটোত আপোনাৰ পেছাগত জীৱনত শুভ ফল পাব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে কন্যা ৰাশিৰ জাতকৰ৷ বিনিয়োগৰ পৰাও লাভৱান হব পাৰে৷
১৮ মাৰ্চ বৃশ্চিক ৰাশিফল
১৮ মাৰ্চ মকৰ ৰাশিফল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















