• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

5 minutes ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

55 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

2 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

5 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

19 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ'ব ভাৰতৰ প্ৰথম মুখামুখি?

editor by editor
March 21, 2026
in ক্ৰীড়া, বিনোদন, লেখা
0
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টিম ইণ্ডিয়াই চলিত বৰ্ষত আয়াৰলেণ্ডত এখন টি-২০ শৃংখলা খেলিব। লগতে আফগানিস্তান আৰু ইংলেণ্ডতো খেলিব T20  আৰু ODI শৃংখলা। আফগানিস্তানৰ লগত এখন টেষ্ট আৰু তিনিখন ODI খেলিব। আনহাতে ইংলেণ্ডৰ লগত ৫ খন T20 আৰু ৩ খন ODI  খেলিব ভাৰতে। আফগানিস্তান আৰু ইংলেণ্ডৰ মাটিত হ’ব খেল কেইখন।

Cricbuzz ৰ এক প্ৰতিবেদন অনুসৰি এই মেচসমূহ ২৬ আৰু ২৮ জুনত অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত এই ফৰ্মেটত ভাৰতৰ এইখন হ’ব প্ৰথমখন মেচ। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটোৱে বিজয় অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰিব। এই ভ্ৰমণে দলটোক আগন্তুক টি-২০ সূচীৰ বাবে অধিক প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰিব।

ইতিমধ্যে আই পি এলৰ পাছত আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট আৰু তিনিখন এদিনীয়া শৃংখলা নিশ্চিত কৰিছে বি চি চি আইয়ে। ইয়াৰ পিছত দলটোৱে টি-২০ৰ বাবে আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব আৰু তাৰ পিছতে যাব ইংলেণ্ডলৈ। ভাৰতে ইংলেণ্ডত পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিব, যিখন ১ জুলাইৰ পৰা আৰম্ভ হ’ব চেষ্টাৰ-লে-ষ্ট্ৰীটত। সেয়ে দলটোৱে কেইদিনমান আগতেই ইংলেণ্ডত উপস্থিত হৈ শৃংখলাৰ বাবে প্ৰস্তুতি চলাব।

টি-২০ৰ অধিনায়কত্বৰ পৰা পদত্যাগ পল ষ্টাৰলিঙৰ

টি-২০ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে আয়াৰলেণ্ডে নতুন অধিনায়ক নিযুক্তি দিব লাগিব। টি-২০ৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছে পল ষ্টাৰলিঙে। টি-২০ৰ অধিনায়ক হিচাপে নিজৰ কাৰ্যকালৰ অন্ত পেলাই আটাইতকৈ চুটি ফৰ্মেটত অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে প্ৰবীণ অ’পেনাৰগৰাকীয়ে। এদিনীয়া মেচত ষ্টাৰলিঙে দলটোৰ অধিনায়কত্ব অব্যাহত ৰাখিব, যাৰ ফলত দীঘলীয়া ফৰ্মেটত দলটোক স্থিতিশীলতা প্ৰদান কৰা হ’ব।

ক্ৰিকেট আয়াৰলেণ্ডে প্ৰকাশ কৰা এক বিবৃতিত ষ্টাৰলিঙে কয় যে, এই ফৰ্মেটত আয়াৰলেণ্ডৰ অধিনায়কত্ব লাভ কৰাটো এক বৃহৎ সন্মান।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24CcricketODIT20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক
বাণিজ্য

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
Next Post
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.