• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

4 months ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

33 minutes ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

3 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

3 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

4 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

5 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

5 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

7 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

7 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

editor by editor
March 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শনিদেৱক কৰ্মফলৰ দাতা আৰু ভৱন নিৰ্মাণৰ এক কাৰণ উভয় হিচাপেই বিবেচনা কৰা হয়৷ বিশ্বাস অনুসৰি শনিদেৱে কৰ্মফল প্ৰদান কৰে৷ যিয়ে জীৱনত ভাল কাম কৰে তেওঁকেই শনিদেৱে বিশেষ আশীৰ্বাদ প্ৰদান কৰে৷ যিসকলে অকাৰণে অন্যসকলক কষ্ট দিয়ে তেওঁলোক শনিৰ ৰোষৰ চিকাৰ হয়৷ ইয়াৰ অৰ্থ হৈছে শনিদেৱে এনে ব্যক্তিক প্ৰচণ্ড কষ্ট দিয়ে৷ জ্যোতিষ অনুসৰি শনিদেৱ ঘৰ নিৰ্মাণৰো এক ডাঙৰ কাৰণ৷ বেছিভাগ মানুহেই এক বিলাসী ঘৰ বা বাংলোক অধিকাৰী হোৱাৰ সপোন দেখে৷ ইয়াৰ বাবেই তেওঁলোকে দিনে নিশাই পৰিশ্ৰমো কৰে৷ তেওঁলোকৰ সৰ্বোত্তম প্ৰচেষ্টা সত্ত্বেও প্ৰায়েই সাফল্য নাপায়৷ এই পৰিস্থিতিয়ে প্ৰায়েই মানুহক হতাশ আৰু নিৰাশ কৰি তোলে৷ সেয়ে জানি থওক আপুনি কোন বয়সত ঘৰ নিৰ্মাণ কৰিলে আৰামদায়ক হ’ব?

যদি জন্মছকত শনি প্ৰথম ঘৰত থাকে আৰু সপ্তম আৰু দশম ঘৰ খালি থাকে তেতিয়া ব্যক্তিয়ে তেওঁৰ জীৱনকালত নিজৰ ঘৰ নিৰ্মাণ কৰিব পাৰে৷ জন্মছকত শনিৰ উপস্থিতি যদি দ্বিতীয় ঘৰত থাকে তেতিয়া জাতকে কমপক্ষেও দুটা সৰু ঘৰ তৈয়াৰ কৰিব পাৰে৷ নিজৰ ছাদ অৱশ্যেই কৰিব পাৰিব এই সময়ত৷ জন্মছকত তৃতীয় ঘৰত শনি থাকিলে সমস্যা হ’লে কিছু প্ৰতিকাৰত এই যোগ মজবুত হব৷ তেতিয়া জাতকে শীঘ্ৰেই ঘৰ নিৰ্মাণ কৰিব পাৰে৷

চতুৰ্থ ঘৰত শনি থাকিলে ব্যক্তিৰ মনত ঘৰৰ প্ৰতি গভীৰ অনুৰাগ সৃষ্টি কৰে৷ ব্যক্তিয়ে যিকোনো উপায়েৰে ঘৰ তৈয়াৰ কৰাত সফল হয়৷ আকৌ শনি পঞ্চম ঘৰত থাকিলে অৱশ্যেই সতৰ্ক হওক৷ কাৰণ আপুনি যদি ৪৫ বছৰৰ পূৰ্বে পূৰ্বে ঘৰ তৈয়াৰ কৰে তেতিয়া সন্তানৰ বাবে ক্ষতিকাৰক হব৷ যদি ষষ্ঠ ঘৰত শনিৰ অৱস্থান হয় আৰু ৪০ বছৰ বয়সৰ পূৰ্বে ঘৰ তৈয়াৰ কৰিব পাৰে৷ এই অৱস্থানো বেছ সৌভাগ্যজনক৷ জাতক পৈতৃক সম্পত্তিৰ পৰাও লাভৱান হয় আৰু একাধিক ঘৰৰ মালিকো হ’ব পাৰে৷

অষ্টম ঘৰত শনি থাকিলে এতিয়া ঘৰৰ মালিক হোৱাৰ পথ কিছু কঠিন৷ ৰাহু আৰু কেতুৰ অৱস্থান অনুকূল থাকিলে, কষ্টাৰ্জিত অৰ্থ দি ধীৰে ধীৰে আৰু স্থিৰভাৱে এক ঘৰ গঢ়ি উঠে৷ নৱম ঘৰত শনি থাকিলে ব্যক্তিয়ে একাধিক সম্পত্তি লাভ কৰিব পাৰে৷ জ্যোতিষ অনুসৰি এইক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত৷ যিসকলৰ নৱম ঘৰত শনি আছে তেওঁলোকে সৰ্বোচ্চ দুটা ঘৰ নিৰ্মাণ কৰা উচিত৷ যদি শনি দশম ঘৰত থাকে তেতিয়া ৪৮ বছৰ বয়সৰ পাছত ঘৰ তৈয়াৰ কৰা উচিত৷ যদি তাৰ পূৰ্বে ঘৰ তৈয়াৰ কৰাৰ প্ৰয়োজন হয় তেতিয়া ঘৰৰ এটা অংশ অসম্পূৰ্ণ বা অসমাপ্ত ৰাখক৷

একাদশ ভাৱত শনি থাকিলে জীৱনৰ পৰবৰ্তী অংশত বা ৫৫ বছৰৰ পাছত পাৰিবাৰিক সুখ সৃষ্টি কৰে৷ এই বয়সত ঘৰ তৈয়াৰ কৰিলে সুখ শান্তি বৰ্তি থাকিব৷ দ্বাদশ ঘৰত শনি থাকিলে আপুনি ঘৰ তৈয়াৰ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
বাণিজ্য

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

August 5, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.