• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 months ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

10 minutes ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

35 minutes ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

57 minutes ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

2 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

2 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

17 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

17 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

18 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

19 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

20 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

editor by editor
March 27, 2026
in জীৱনশৈলী
0
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্যোজাতৰ জিনৰ পৰীক্ষা বাধ্যতামূলক৷ কোষ যি জিনেৰে বা ডি এন এৰে তৈয়াৰ হৈছে সেয়া পৰীক্ষা কৰি চোৱা হব৷ সেই শিশুটিয়ে আগন্তুক দিনত কোনো জটিল ৰোগৰ চিকাৰ হব নেকি সেয়া ধৰা পৰিব৷ পূৰ্বেই ধৰা পৰিলে আগতীয়াকৈয়ে সেই ৰোগৰো চিকিৎসা চলিব শিশুটিৰ ওপৰত৷ এই পৰিকল্পনা লৈছে ব্ৰিটেনৰ নেশ্ব্যনেল হেলথ ছাৰ্ভিছে৷ জিনগত ৰোগ বা অটোইমিউন অসুখৰ নিৰাময় যাতে কৰিব পাৰি বা দুৰাৰোগ্য ব্যাধি চিহ্নিত কৰিবলৈ ডি এন এ মেপিং কৰা হয়৷ শিশুৰ জিনগত পৰীক্ষা পূৰ্বে কৰা থাকিলে পূৰ্বৰে পৰাই এই চিকিৎসা কৰিব পৰা যায়৷ সেয়ে আগন্তুক ১০ বছৰৰ বাবে এই পৰিকল্পনা লৈছে এন এইচ এছে৷ শিশুৰ জন্মৰ লগে লগেই মাতৃৰ নাড়ি বা অম্বিলিকেল কৰ্ডৰ পৰা কোষৰ নমুনাক লৈ তাৰ ডি এন এ টেষ্ট কৰা হয়৷ প্ৰায় লক্ষাধিক নৱজাতকৰ কোষৰ নমুনা পৰীক্ষা কাম আৰম্ভ কৰিছে ব্ৰিটেইনে৷

জিনগত পৰীক্ষা কিয় ইমান জৰুৰী?

বিশ্বত আনুমানিক ৭০০০ ধৰণৰ বিৰল ৰোগ আছে আৰু প্ৰায় ৩০ কোটি মানুহ এই ৰোগত ভূগি আছে৷ সমীক্ষাই কৈছে যে প্ৰতিবছৰে মুঠ যিমান শিশু জন্ম হৈছে তাৰ মাজত প্ৰায় ৬শতাংশ এই ধৰণৰ বিৰল ৰোগ আছে৷ এওঁলোকৰ মাজত ৩০শতাংশৰেই পাঁচ বছৰ বয়স হোৱাৰ পূৰ্বেই মৃত্যু ঘটে৷ প্ৰেছ ইনফৰমেছন ব্যুৰৰ তথ্যই কৈছে, এই দেশত প্ৰতি বছৰে ৫০ লাখ শিশু নানান জিনগত ৰোগ লৈ জন্ম হয়৷ যদিও সকলো জিনগত ৰোগ প্ৰাণঘাতী নহয়, সাবধানে থকা জৰুৰী৷

যেনে স্পাইনেল মাস্কুলাৰ এট্ৰফি, ছিকল চেল এনিমিয়া, চিষ্টিক ফাইব্ৰচিছ, হান্টিংটনৰ দৰে ৰোগ পৰবৰ্তী সময়ত ধৰা পৰিলে তাৰ চিকিৎসা পদ্ধতি খুবেই জটিল আৰু ব্যয়সাপেক্ষে৷ ৰোগ সম্পূৰ্ণ নিৰায়ম হোৱাৰ সম্ভাৱনাও কম৷ শিশু জন্ম হোৱাৰ সৈতে যদি তাৰ জিনৰ পৰীক্ষা কৰি ৰোগ সন্দৰ্ভত জানিব পাৰি৷

জিন কি? কিয় হয় এই জিনগত ৰোগ?

মানৱকোষ ২২যোৰ ক্ৰমজমেৰে তৈয়াৰ হয় আৰু ইয়াতে এযোৰ চেক্স ক্ৰমজম এক্স আৰু ৱাই৷ পিতৃ-মাতৃৰ পৰা এক্স আৰু ৱাই ক্ৰমজন আহিলে পুত্ৰ সন্তান আৰু এক্স-এক্স ক্ৰমজম আহিলে কন্যাসন্তান হয়৷ এই ক্ৰমজম হাজৰ হাজাৰ জিনেৰে তৈয়াৰ হয়৷ জিনে নিৰ্ধাৰণ কৰে কোন প্ৰাণী দেখাত কেনে হব৷ তাৰ স্বভাৱ কেনে হব, কেনেকৈ জীৱনধাৰণ কৰিব সকলোবোৰ ইয়াৰ ওপৰতেই নিৰ্ভৰশীল৷

এই জিনৰ সাজ সজ্জাত যদি কোনো ত্ৰুটি থাকে অথৱা জিনৰ মাধ্যমেৰে ৰাসায়নিক সাল সলনি ঘটে৷ তেনে হলে জটিল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ জিনগত ৰোগ নিৰ্মূল কৰা প্ৰায় অসম্ভৱ, তাৰবাবে জিনৰ সাজসজ্জাত সালসলনি আনিব লাগে যি খুবেই জটিল পদ্ধতি৷

এতিয়া পৰ্যন্ত যিমান ধৰণৰ জেনেটিক ডিজঅৰ্ডাৰ পোৱা গৈছে সেয়া তিনি ভাগত ভাগ কৰা হয়৷ চিংগল জিন ডিজঅৰ্ডাৰ, ক্ৰমজমেল ডিজঅৰ্ডাৰ আৰু মাল্টি জিন ডিজঅৰ্ডাৰ৷ মাতৃ আৰু পিতৃৰ শৰীৰৰ পৰা অহা এটা জিনো যদি সলনি হয় তেন্তে সন্তানৰ জিনগত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৫০শতাংশ৷ এই ধৰণৰ ৰোগৰ উদাহৰণ হৈছে হান্টিংটনছ ডিজিজ, মাৰফান চিনড্ৰোম, টিউবেৰাউছ স্কলেৰোচিচ ইত্যাদি৷ আকৌ পিতৃ আৰু মাতৃ দুজনেই যদি ৰাসায়নিকভাৱে সলনি হৈ যোৱা বা মিউটেটেড জিনৰ কপি বহন কৰে তেন্তে পৰবৰ্তী প্ৰজন্মৰ জিনগত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেই ক্ষেত্ৰত ৰবাৰ্টছ চিনড্ৰোম, চিকল চেল ডিজিজ, চিষ্টিট ফাইব্ৰচিছৰ দৰে ৰোগৰ আশংকা বাঢ়ে৷ তাৰ পূৰ্বেই যদি জিনৰ পৰীক্ষা কৰি ৰখা হয় তেতিয়া লাভ হব দুটা- প্ৰথম, ভৱিষ্যতে শিশুটিৰ দুৰাৰোগ্য ব্যাধিক ভূগাৰ আশংকা কম৷ দ্বিতীয়তে যদি জিনৰ ত্ৰুটি সংশোধন কৰি পেলোৱা হয় তেন্তে জিনগত ৰোগ আৰু পৰবৰ্তী প্ৰজন্মৰ মাজলৈ বিয়ৰি পৰাৰ সম্ভাৱনা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Next Post
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.