IPL Full Schedule: ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজন। ইতিমধ্যে বি চি চি আইয়ে ঘোষণা কৰিছে সম্পূৰ্ণ সূচী। এই ছিজনত ৮টা ডাবলহেডাৰ খেলিব। বেংগালুৰু আৰু ৰায়পুৰত ঘৰুৱা মেচ খেলিব আৰ চি বিয়ে। মুঠ ১২খন চহৰত অনুষ্ঠিত হ’ব আই পি এলৰ মেচ। বিচিচিআইয়ে প্ৰথমে ২০খন খেলৰ কথা ঘোষণা কৰিছিল যদিও এতিয়া বাকী ৫০খন লীগ মেচও ঘোষণা কৰা হৈছে।
আই পি এলৰ ১৯ সংখ্যক ছিজনত মুঠ ৮ টা ডাবলহেডাৰ খেলিব। প্ৰথমখন ডাবলহেডাৰ মেচ বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব, আনহাতে দ্বিতীয়খন মেচ সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব। পঞ্জাবে ঘৰুৱা মেচ দুখন ষ্টেডিয়ামত খেলিব। এই দলটোৱে ধৰ্মশালাত তিনিখন মেচ আৰু নিউ চণ্ডীগড়ত আন এখন খেল খেলিব। জয়পুৰত চাৰিখন খেল খেলিব ৰাজস্থান ৰয়েলছৰ। আৰ চি বিয়ে ঘৰুৱা মেচ তিনিখন বেংগালুৰুত, আৰু দুখন ৰায়পুৰত খেলিব। প্লে অফ আৰু ফাইনেলৰ তাৰিখ পিছত ঘোষণা কৰা হ’ব।
IPL 2026 Full Schedule
- ২৮ মাৰ্চ (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – বেংগালুৰু
- ২৯ মাৰ্চ (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – মুম্বাই
- ৩০ মাৰ্চ (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ – গুৱাহাটী
- ৩১ মাৰ্চ (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – পঞ্জাব কিংছ বনাম গুজৰাট টাইটানছ – নিউ চণ্ডীগড়
- ১ এপ্ৰিল (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম দিল্লী কেপিটেলছ – লক্ষ্ণৌ
- ২ এপ্ৰিল (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – কলকাতা
- ৩ এপ্ৰিল (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাব কিংছ – চেন্নাই
- ৪ এপ্ৰিল (শনিবাৰ) – বিয়লি ৩:৩০ বজাত – দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ – দিল্লী
- ৪ এপ্ৰিল (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ – আহমেদাবাদ
- ৫ এপ্ৰিল (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – হায়দৰাবাদ
- ৫ এপ্ৰিল (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছ – বেংগালুৰু
- ৬ এপ্ৰিল (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাব কিংছ – কলকাতা
- ৭ এপ্ৰিল (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ – গুৱাহাটী
- ৮ এপ্ৰিল (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ – দিল্লী
- ৯ এপ্ৰিল (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – কলকাতা
- ১০ এপ্ৰিল (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – গুৱাহাটী
- ১১ এপ্ৰিল (শনিবাৰ) – বিয়লি ৩:৩০ বজাত – পঞ্জাব কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – নিউ চণ্ডীগড়
- ১১ এপ্ৰিল (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ – চেন্নাই
- ১২ এপ্ৰিল (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম গুজৰাট টাইটানছ – লক্ষ্ণৌ
- ১২ এপ্ৰিল (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – মুম্বাই
- ১৩ এপ্ৰিল (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ – হায়দৰাবাদ
- ১৪ এপ্ৰিল (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – চেন্নাই
- ১৫ এপ্ৰিল (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – বেংগালুৰু
- ১৬ এপ্ৰিল (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম পঞ্জাব কিংছ – মুম্বাই
- ১৭ এপ্ৰিল (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – আহমেদাবাদ
- ১৮ এপ্ৰিল (শনিবাৰ) – বিয়লি ৩:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম দিল্লী কেপিটেলছ – বেংগালুৰু
- ১৮ এপ্ৰিল (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম চেন্নাই ছুপাৰ কিংছ – হায়দৰাবাদ
- ১৯ এপ্ৰিল (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ – কলকাতা
- ১৯ এপ্ৰিল (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – পঞ্জাব কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – নিউ চণ্ডীগড়
- ২০ এপ্ৰিল (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম মুম্বাই ইণ্ডিয়ানছ – আহমেদাবাদ
- ২১ এপ্ৰিল (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দিল্লী কেপিটেলছ – হায়দৰাবাদ
- ২২ এপ্ৰিল (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম ৰাজস্থান ৰয়েলছ – লক্ষ্ণৌ
- ২৩ এপ্ৰিল (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ – মুম্বাই
- ২৪ এপ্ৰিল (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম গুজৰাট টাইটানছ – বেংগালুৰু
- ২৫ এপ্ৰিল (শনিবাৰ) – বিয়লি ৩:৩০ বজাত – দিল্লী কেপিটেলছ বনাম পঞ্জাব কিংছ – দিল্লী
- ২৫ এপ্ৰিল (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – জয়পুৰ
২০২৬ চনৰ
মে’ মাহত
- ২৬ এপ্ৰিল (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – গুজৰাট টাইটানছ বনাম চেন্নাই ছুপাৰ কিংছ – আহমেদাবাদ
- ২৬ এপ্ৰিল (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – লক্ষ্ণৌ
- ২৭ এপ্ৰিল (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – দিল্লী
- ২৮ এপ্ৰিল (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – পঞ্জাব কিংছ বনাম ৰাজস্থান ৰয়েলছ – নিউ চণ্ডীগড়
- ২৯ এপ্ৰিল (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – মুম্বাই
- ৩০ এপ্ৰিল (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – আহমেদাবাদ
- ১ মে’ (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ – জয়পুৰ
- ২ মে’ (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ – চেন্নাই
- ৩ মে’ (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – হায়দৰাবাদ
- ৩ মে’ (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম পঞ্জাব কিংছ – আহমেদাবাদ
- ৪ মে’ (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – মুম্বাই
- ৫ মে’ (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – দিল্লী কেপিটেলছ বনাম চেন্নাই ছুপাৰ কিংছ – দিল্লী
- ৬ মে’ (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম পঞ্জাব কিংছ – হায়দৰাবাদ
- ৭ মে’ (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰজায়েন্টছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – লক্ষ্ণৌ
- ৮ মে’ (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – দিল্লী
- ৯ মে’ (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছ – জয়পুৰ
- ১০ মে’ (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – চেন্নাই
- ১০ মে’ (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছ – ৰায়পুৰ
- ১১ মে’ (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছ – ধৰ্মশালা
- ১২ মে’ (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – গুজৰাট টাইটানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – আহমেদাবাদ
- ১৩ মে’ (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ – ৰায়পুৰ
- ১৪ মে’ (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – পঞ্জাব কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ – ধৰ্মশালা
- ১৫ মে’ (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম চেন্নাই ছুপাৰ কিংছ – লক্ষ্ণৌ
- ১৬ মে’ (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছ – কলকাতা
- ১৭ মে’ (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – ধৰ্মশালা
- ১৭ মে’ (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ – দিল্লী
- ১৮ মে’ (সোমবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – চেন্নাই
- ১৯ মে’ (মঙলবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – জয়পুৰ
- ২০ মে’ (বুধবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম মুম্বাই ইণ্ডিয়ানছ – কলকাতা
- ২১ মে’ (বৃহস্পতিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ – চেন্নাই
- ২২ মে’ (শুকুৰবাৰ) – সন্ধিয়া ৭:৩০ বজাত – ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু – হায়দৰাবাদ
- ২৩ মে’ (শনিবাৰ) – সন্ধিয়া ৭:৩০ বজাত – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম পঞ্জাব কিংছ – লক্ষ্ণৌ
- ২৪ মে’ (দেওবাৰ) – বিয়লি ৩:৩০ বজাত – মুম্বাই ইণ্ডিয়ানছ বনাম ৰাজস্থান ৰয়েলছ – মুম্বাই
- ২৪ মে’ (দেওবাৰ) – সন্ধিয়া ৭:৩০ বজাত – কলকাতা নাইট ৰাইডাৰ্ছ বনাম দিল্লী কেপিটেলছ – কলকাতা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















