• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

6 months ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

9 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

editor by editor
March 30, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
0
SHARES
381
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নখ কামোৰাৰ অভ্যাস বহু লোকৰেই আছে৷ কেতিয়াবা অৱসৰত, কেতিয়াবা প্ৰবল দুশ্চিন্তাত অজানিতে আঙুলি মুখলৈ যায়৷ কেৱল সৰু শিশুৰেই নহয়, ৰাস্তাইঘাটে, ঘৰত, বাহনত, অফিচত সকলো স্থানতেই এই অভ্যাস বহুজনৰ চকুত পৰে৷ সাধাৰণতে এয়া কেৱল বদভ্যাষেই নহয়, চিকিৎসাবিজ্ঞানৰ ভাষাত ইয়াৰ নাম ডাৰ্মাটোফেজিয়া৷ আৰু এই সাধাৰণ অভ্যাসেই আপোনাৰ শৰীৰৰ স্থায়ী পঙ্গুত্বৰ কাৰণ হৈ থিয় দিব পাৰে৷ কিন্তু কিয়?

এই অভ্যাস এক ধৰণৰ বডি ফোকাছড ৰিপিটেটিভ বিহেভিয়াৰ৷ সহজ কথাত যেতিয়া কোনো মানুহে প্ৰৱল মানসিক চাপ বা উদ্বেগৰ মাজেৰে সময় কটায় তেতিয়া মস্তিষ্কক শান্ত কৰিবলৈ তেওঁ নিজৰ নখ কিংবা আঙুলিৰ চাৰিওপাশৰ ছাল কামুৰিবলৈ আৰম্ভ কৰে৷ চিকিৎসকে ইয়াক এক ধৰণৰ অবচেছিভ কমপালছিভ ডিছঅৰ্ডাৰ বা অচিডিৰ পৰ্যায় বুলি দাবী কৰে৷

কিয় এই অভ্যাস বিপজ্জনক?

তথ্যই কৈছে ক্ৰমাগত নখ আৰু ছাল কামুৰি থাকিলে এসময়ত আঙুলিৰ নেল বেড সম্পূৰ্ণৰূপে নষ্ট হৈ যায়৷ এই নেল বেড হৈছে নখৰ তলৰ সেই নৰম অংশ যিয়ে নখক বঢ়াত সহায় কৰে৷ ই এবাৰ ক্ষতিগ্ৰস্থ হলে নখ আৰু স্বাভাৱিকভাৱে নাবাঢ়ে, বৰং ছালৰ গভীৰলৈ বাঢ়ি অসহ্য যন্ত্ৰণাৰ সৃষ্টি কৰে৷

ইয়াতেই শেষ নহয়, আৰু মাৰাত্মক ক্ষতি হব পাৰে এই অভ্যাসৰ ফলত৷ মুখত থকা লেলাৱতি আৰু আঙুলিৰ নখৰ কোণত জমা হৈ থকা অজস্ৰ বেক্টেৰিয়া এই কামোৰৰ ফলত তৈয়াৰ হোৱা ক্ষুদ্ৰ ক্ষতেৰে তেজত মিহলি হৈ পৰে৷ ইয়াৰ ফলত পেৰোনিচিয়া বা নখৰ কোণত পুঁজ জমা হোৱাৰ দৰে সংক্ৰমণে দেখা দিয়ে৷ চিকিৎসকে সতৰ্ক কৰিছে যে এই সংক্ৰমণ যদি হাড়ৰ গভীৰ পৰ্যন্ত পাইগৈ তেতিয়া তাত পচন ধৰা গেংগ্ৰিন হোৱাৰ প্ৰৱল আশংকা থাকে৷ আৰু পৰিস্থিতি হাতৰ বাহিৰলৈ গলে আঙুলি কাটিব লগা অৱস্থাও হব পাৰে৷

ইয়াৰ পৰা মুক্তিৰ পথ কি?

কিয় আপুনি নখ কামোৰি থাকে তাৰ আঁৰৰ মানসিক কাৰণটো বিচাৰি উলিয়াওক৷ নিয়মিত প্ৰাণায়াম বা শৰীৰচৰ্চা কৰিলে মন শান্ত থাকে৷

নখ সকলো সময়তে সৰু কৰি ৰাখিব৷ নখৰ আগত তিতা ঘঁহি থওক যাতে মুখলৈ হাত গলেই বিতৃষ্ণা আহে৷

সমস্যা যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে তেতিয়া দেৰী নকৰি এজন থেৰাপিষ্ট বা চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
Next Post
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.