• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

21 minutes ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

57 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

1 hour ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

2 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

3 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

editor by editor
April 6, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গৰম পৰিলেই ফ্ৰিজৰ ওপৰত চাপ বাঢ়ি যায়৷ বাহিৰৰ তাপমাত্ৰা যিমানেই বাঢ়ে ভিতৰখন ঠাণ্ডা ৰাখিবলৈ ফ্ৰিজৰ মটৰ বা কম্প্ৰেছৰে সিমানেই বেছি কাম কৰিব লগা হয়৷ ফলত দ্ৰুত গৰম হৈ উঠে ফ্ৰিজ৷ ইয়াৰ সৈতে গ্ৰীষ্মকালত বিদ্যুতৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ ফলত ভল্টেজৰ ওঠানমাও বেছি হয়৷
এই বৈদ্যুতিক উঠানমাই ফ্ৰিজৰ আভ্যন্তৰীণ যন্ত্ৰাংশ ক্ষতিগ্ৰস্থ কৰিব পাৰে৷ আনকি চৰ্ত চাৰ্কিটৰো কাৰণ হব পাৰে৷ অতিৰিক্ত চাপে ফ্ৰিজত জুই লগা বা বিস্ফোৰণৰ আশংকা বঢ়াই তোলে৷ ফ্ৰিজ ক’ত থৈছে সেই বিষয়টোও খুবেই গুৰুত্বপূৰ্ণ৷ ৰ’দ পৰা স্থানত বা ৰন্ধনঘৰৰ গেছ অভেনৰ কাষত ফ্ৰিজ ৰখা উচিত নহয়৷ ইয়াৰ ফলত ফ্ৰিজ দ্ৰুত গৰম হৈ পৰে আৰু বিস্ফোৰণৰ আশংকা বাঢ়ে৷
ফ্ৰিজৰ পিছৰ দেৱালৰ সৈতে অন্তত ৬ ইঞ্চি খালী ঠাই ৰখাটো প্ৰয়োজন৷ ইয়াৰ ফলত গৰম বতাহ সহজে বাহিৰ হ’ব পাৰে৷ ইয়াৰোপৰি যি ঘৰত ফ্ৰিজ ৰখা হৈছে তাত পৰ্যাপ্ত বায়ু চলাচল হৈ থকা জৰুৰী৷ বতাহ চলাচল নহলে ফ্ৰিজ অতিৰিক্ত গৰম হৈ বিস্ফোৰণৰ আশংকা তৈয়াৰ কৰিব পাৰে৷
নিয়মিত ফ্ৰিজৰ পাছৰ কয়েল পৰিষ্কাৰ কৰাটো প্ৰয়োজন৷ তাত ধুলি জমা হলে তাপ বাহিৰ হোৱাত বাধা পায়৷ একেদৰে দুৱাৰৰ ৰাবাৰ চিল ঠিকে আছেনে সেয়া নজৰত ৰখাটোও প্ৰয়োজন৷ দুৱাৰ ঠিকমতে বন্ধ নহলে ভিতৰৰ ঠাণ্ডা বতাহ বাহিৰ হৈ যায় ফলত কম্প্ৰেচৰৰ ওপৰত অতিৰিক্ত চাপ পৰে৷
ভল্টেজ ওঠানমা থাকিলে সেই সময়ত ভাল কোৱালিটিৰ ষ্টেবিলাইজাৰ বা চাৰ্জ প্ৰটেক্টৰ ব্যৱহাৰ কৰা উচিত৷ ইয়াৰোপৰি কোনো বৈদ্যুতিক যন্ত্ৰকেই পাতলভাৱে নল’ব৷ ফ্ৰিজৰ পৰা অস্বাভাৱিক শব্দ আহিলে বা অতিৰিক্ত গৰম হলে লগে লগেই বিশেষজ্ঞক মাতি মেৰামতি কৰাওক৷
গ্ৰীষ্মকালত ফ্ৰিজত অতিৰিক্ত সামগ্ৰী জমাই ৰখাও বিপজ্জনক৷ ইয়াৰ ফলত ভিতৰৰ বতাহ চলাচল বাধাগ্ৰস্থ হয় আৰু যন্ত্ৰৰ ওপৰত চাপ বাঢ়ে৷ সকলো মিলি সঠিক ৰক্ষণাবেক্ষণ আৰু সচেতনতা বজায় ৰাখিলেই এই ধৰণৰ দুৰ্ঘটনা এৰাই চলা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
Next Post
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন