• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

5 months ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

22 minutes ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

43 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

1 hour ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

2 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

4 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

5 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

18 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

19 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

editor by editor
April 15, 2026
in জীৱনশৈলী
0
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰণ ৰোগকো জয় কৰা সম্ভৱ৷ এইডছৰ কবলৰ পৰা সুস্থ জীৱন দিয়া সম্ভৱ ৰোগীক৷ এইডছ নিৰ্মূল কৰি ৰোগীসকলক নৱজীৱন দিয়াৰ দিশা দেখুৱালে নৰৱেৰ অচলো ইউনিভাৰ্ছিটিৰ চিকিৎসকে৷ ষ্টেম কোষ থেৰাপিত এনে অসাধ্যসাধন কৰিলে চিকিৎসকে৷

ইয়াৰ পূৰ্বে বাৰ্লিন আৰু কেলিফৰ্নিয়াত অনুৰূপ ঘটনা ঘটিছে৷ সেইবাৰো ষ্টেম কোষ থেৰাপিক লৈ পৰীক্ষামূলক প্ৰয়োগ কৰিছিল গৱেষকে৷ এইবাৰ নৰৱেত এইডছ আক্ৰান্তৰ চিকিৎসাত ষ্টেম কোষ থেৰাপি সফল হৈছে৷ সম্পূৰ্ণভাৱে ৰোগমুক্তি ঘটিলে ৬৩ বছৰীয়া এগৰাকী ব্যক্তিৰ৷ চিকিৎসকে জনাইছে যে ২০০৬ চনৰ পৰা এইডছ আক্ৰান্তি আছিল ব্যক্তিজন৷ নানান চিকিৎসাত কেৱল ৰোগৰ তীব্ৰতা নিয়ন্ত্ৰণত ৰাখিছিল চিকিৎসকে৷ ২০২০ চনত ষ্টেম কোষ থেৰাপী কৰা হয় তেওঁৰ৷ ইয়াৰ পাছতেই ধীৰে ধীৰে সাল সলনি আহে ব্যক্তিৰ শৰীৰত৷ ভাইৰাছৰ বৃদ্ধিও বন্ধ হৈ যায়৷ এসময়ত তেওঁক ঔষধ দিয়া বন্ধ কৰি দিয়ে চিকিৎসকে৷ কেইবাবছৰৰ পাছত আকৌ পৰীক্ষা কৰি দেখা যায় যে সেই ব্যক্তিৰ শৰীৰত এটাও ভাইৰাছ নাই৷ অসুখো নিৰ্মূল হৈ গৈছে৷

ষ্টেম কোষ থেৰাপিত কি কৰা হয়?

এইডছ নিৰ্মূল কৰিবলৈ যি ধৰণৰ চিকিৎসা কৰা হৈছে তাৰ নাম হেমাটোপোয়েটিক ষ্টেম চেল ট্ৰেন্সপ্লাণ্টেছন৷ ই একধৰণৰ এণ্টি ৰেট্ৰভিয়েল থেৰাপি, য’ত ভাইৰাছৰ বিভাজন কমাই দিয়ে৷ ভাইৰাছৰ সংখ্যা বাঢ়িব নোৱাৰে আৰু ৰোগো দ্ৰুত কমিবলৈ ধৰে৷ ৰোগীৰ সুস্থ হৈ উঠাৰ সম্ভাৱনা বহু পৰিমাণে থাকে৷

দাতাৰ অস্থিমজ্জাৰ পৰা লোৱা ষ্টেম কোষ আক্ৰান্তৰ শৰীৰত প্ৰতিস্থাপন কৰা হয়৷ ষ্টেম কোষ হৈছে শৰীৰৰ এনে এক কোষ, যাৰ যোগেদি অন্যান্য বহুবিধ কোষ তৈয়াৰ কৰা সম্ভৱ৷ যেনে মজ্জাৰ পৰা লোৱা ষ্টেম কোষক স্নায়ুৰ কোষলৈ সলনি কৰা সম্ভৱ৷ আকৌ ইয়াৰ পৰা হৃদপিণ্ড, হাওঁফাও, মস্তিষ্কৰ কোষো তৈয়াৰ কৰিব পাৰে৷ একেদৰে ষ্টেম কোষত চিচিআৰ-৫ৰ দৰে বাহক কোষ সলাই দিয়া সম্ভৱ৷ এই ৰূপান্তৰৰ প্ৰক্ৰিয়াক কামত লগাইছে বিজ্ঞানীয়ে৷ দাতাৰ শৰীৰৰ পৰা লোৱা সুস্থ ষ্টেম কোষক গৱেষণাগাৰত বিশেষ প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত কৰা হৈছে যাৰ নাম ইনডিউছড প্লুৰিপোটেণ্ট ষ্টেম চেল৷ এই আইপিএছ কোষক যিকোনো কোষলৈ সলনি কৰা সম্ভৱ৷ একেদৰে নতুন কোষ প্ৰতিস্থাপন কৰি ভাইৰাছৰ শৰীৰত সোমোৱা আৰু বিয়পি পৰা দুয়োটা পথেই অৱৰুদ্ধ কৰি দিছে গৱেষকে৷ এনেদৰেই এই ৰোগৰ সংক্ৰমণ ৰোধ সম্ভৱ হৈছে৷

ষ্টেম কোষ থেৰাপৰি সকলো ক্ষেত্ৰত কাৰ্যকৰ হলে আগন্তুক সময়ত এইডছৰ দৰে মাৰণ ৰোগকো চিৰদিনৰ বাবে নিৰ্মূল কৰা সম্ভৱ হব বুলি আশা ৰখা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

August 30, 2026
Next Post
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.