• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

2 months ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

28 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

45 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

1 hour ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

2 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

3 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

4 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

4 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

editor by editor
April 22, 2026
in জীৱনশৈলী
0
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথ মন্দিৰ মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিঙ্গৰ অন্যতম৷ পঞ্চ কেদাৰৰ মাজত প্ৰধান হৈছে কেদাৰনাথ৷ ধাৰণা কৰা হয় পাণ্ডৱে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল৷ শিৱ ইয়াত স্বয়ম্ভূ৷ উত্তৰাখণ্ডৰ চাৰিধাম-কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰীক লৈ চাৰধাম৷ অক্ষয় তৃতীয়াৰ পৰা এটা এটাকৈ চাৰিধামৰ দুৱাৰে খুলিছে৷ আজি ২২ এপ্ৰিল কেদাৰনাথ মন্দিৰৰ দুৱাৰ খুলি যোৱাৰ লগে লগেই আৰম্ভ হৈছে চাৰিধাম যাত্ৰা৷ জানি থওক কেদাৰনাথ মন্দিৰৰ অজানা ৰহস্য৷

নন্দীৰ ৰূপ লয় মহাদেৱে

কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত ব্ৰহ্মহত্যা আৰু আত্মীয় হত্যাৰ পাপৰ পৰা মুক্তি পাবলৈ শ্ৰীকৃষ্ণৰ উপদেশত মহাদেৱৰ বিচাৰিবলৈ কেদাৰলৈ আহে পঞ্চপাণ্ডৱ৷ কিন্তু পাণ্ডৱসকলৰ সন্মুখত আত্মপ্ৰকাশত অনিচ্ছুক মহাদেৱ নন্দীয়ে ষাঁড়ৰ ৰূপ ধৰে৷ কিন্তু ভীমে তেওঁক চিনিব পাৰি পিঠিৰ দিশত ধৰি লয়৷ নন্দীয়ে তেওঁৰ কুঁজ পেলাই অদৃশ্য হৈ যায়৷ সেয়ে কেদাৰনাথত শিৱলিংগ দেখাত ষাঁড়ৰ কুঁজৰ দৰে৷

পঞ্চকেদাৰৰ ৰহস্য

কথিত আছে কেদাৰনাথৰ পৰা অদৃশ্য হোৱাৰ পাছত মহাদেৱৰ শৰীৰৰ ওপৰৰ অংশ নেপালৰ কাঠমাণ্ডুত দৃশ্যমান হয়৷ তাতেই মহাদেৱ পশুপতিনাথ ৰূপে পূজিত হয়৷ আৰু তেওঁৰ হাত দৃশ্যমান হয় তুংগনাথত, মুখ ৰুদ্ৰনাথত, নাভিদেশ মহাবালেশ্বৰ আৰু চুলি কল্পেশ্বৰ৷ এই পাঁচ স্থানক পঞ্চকেদাৰ নামেৰে জনা যায়৷

কেদাৰনাথত স্বয়ম্ভূ শিৱ

কেদাৰনাথত শিৱলিংগ স্বয়ম্ভূ, অৰ্থাৎ ইয়াত শিৱলিংগ নিজৰ পৰাই উত্থিত হৈছে৷ শিৱ পুৰাণ অনুসৰি পাণ্ডৱসকলৰ নাতি মহাৰাজা জনমেজৰ প্ৰতিষ্ঠা কৰিছিল৷ পাছত আদি শংকৰাচাৰ্যই এই মন্দিৰৰ পুনৰ্গঠন কৰে৷

৪০০ বছৰৰ তুষাৰ সমাধি

জিঅ’লজিষ্টসকলে জনাইছে যে প্ৰায় ৪০০ বছৰ ধৰি বৰফৰ তলত পোত হৈ আছিল এই মন্দিৰ৷ ত্ৰয়োদশ আৰু সপ্তদশ শতকৰ মাজত যি তুষাৰ যুগ আহিছিল সেই সময়ত হিমবাহত তলত এই মন্দিৰ সম্পূৰ্ণৰূপে পোত গৈ আছিল৷ কিন্তু ইয়াৰ পাছতো মন্দিৰৰ মূল কাঠামোৰ কোনো ক্ষতি হোৱা নাই৷

অদৃশ্য হ’ব কেদাৰনাথ আৰু বদ্ৰীনাথ

কিংবদন্তী অনুসৰি কেদাৰনাথ মন্দিৰৰ পিছত দুখন পাহাৰ আছে৷ সেই দুই পাহাৰৰ নাম নৰ আৰু নাৰায়ণ৷ কলিযুগত নৰ আৰু নাৰায়ণ এক হৈ যাব আৰু মচি যাব কেদাৰনাথ আৰু বদ্ৰীনাথ যাম৷ তেতিয়াই ভৱিষ্য বদ্ৰী নামৰ এক নতুন তীৰ্থক্ষেত্ৰৰ জন্ম হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ
প্ৰযুক্তি

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

June 7, 2026
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?
জীৱনশৈলী

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
Next Post
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.