• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

2 hours ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

16 seconds ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

36 minutes ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

52 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

3 hours ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

18 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

19 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

20 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

editor by editor
April 23, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বছৰত ৮০,০০০ টকা বিনিয়োগ কৰিয়েই মেচিউৰিটিত পাব পাৰে ২১,৬৯,৭১২ টকা৷ ইয়াৰ বাবে PPF স্কিম আপোনাৰ বাবে বেছ লাভজনক হব পাৰে৷ দীৰ্ঘ সময় ধৰি নিয়মিত বিনিয়োগ আৰু কম্পাউণ্ডিঙৰ মাধ্যমেৰে কেনেকৈ সৰু সৰু সঞ্চয়েৰে এক বৃহৎ কৰ্পাছ গঢ়ি তুলিব সেয়াই এই পৰিকল্পনাৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য৷
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড ভাৰত চৰকাৰৰ সমৰ্থিত এক নিৰাপদ, দীৰ্ঘম্যাদি আৰু জনপ্ৰিয় সঞ্চয় পৰিকল্পনা৷ এই ১৫ বছৰৰ লক ইন সময়সীমাৰ সৈতে আকৰ্ষণীয় সুদ বৰ্তমান ৭.১ শতাংশ৷ আৰু নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে৷ ইয়াত বিনিয়োগ ধাৰা ৮০ চি, সুদ আৰু মেচিউৰিটিৰ ধন সম্পূৰ্ণ কৰমুক্ত থাকে৷ ইয়াক কৰ সাশ্ৰয়ৰ বাবে এক অত্যন্ত ভাল বিকল্প কৰি তোলে৷
আপুনি যদি প্ৰতি বছৰে এক নিৰ্দিষ্ট তাৰিখত আপোনাৰ PPF একাউণ্টত ৮০,০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিত আপোনাৰ মুঠ ফাণ্ড হ’ব ২১,৬৯,৭১২ টকা৷ হিচাপ অনুসৰি ইয়াৰ মাজত আপোনাৰ মুঠ বিনিয়োগ ১২,০০,০০০ টকা আৰু তাৰ ওপৰত ৯,৬৯,৭১২ টকা সুদ হিচাপে অন্তৰ্ভুক্ত থাকিব৷
পিপিএফ একাউণ্টত বছৰি সৰ্বোচ্চ ১.৫০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ ইয়াত দীৰ্ঘম্যাদত আপোনাৰ আৰ্থিক দায়িত্ব পূৰণ অত্যন্ত সহায়ক প্ৰমাণিত হব পাৰে৷ PPF এক চৰকাৰ সমৰ্থিক প্ৰকল্প, আৰু PPF একাউণ্ট আপুনি বেংক বা পোষ্ট অফিচ এই দুয়োটাই যিকোনো এক স্থানত খুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

April 23, 2026
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা
জীৱনশৈলী

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

April 23, 2026
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

April 23, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
Next Post
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন