• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

1 hour ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

9 minutes ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

45 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

3 hours ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

18 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

19 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

20 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰৰ অশ্লেষা নক্ষত্ৰত গোচৰৰ ফলত ৪ৰাশিৰ জাতকে ইতিবাচক আৰু শুভভাৱে প্ৰভাৱিত হব আৰু তাৰ কি কি সুবিধা লাভ কৰিব? জানক বিস্তাৰিতভাৱে৷ চন্দ্ৰ এক শুভ গ্ৰহ, যাৰ ৰাশি বা নক্ষত্ৰৰ পৰিবৰ্তনে জাতক জাতিকাৰ ওপৰত শুভ বা অশুভ প্ৰভাৱ পেলায়৷  মন আৰু মাতৃত্বৰ প্ৰতীক চন্দ্ৰ৷ ২০২৬ চনৰ ২৪ এপ্ৰিল, শুক্ৰবাৰে নিশা ৮ বাজি ১৩ মিনিটত বুধে অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৬ এপ্ৰিল শনিবাৰে পুৱা ৮ বাজি ৪ মিনিট পৰ্যন্ত এই নক্ষত্ৰত অৱস্থান কৰিব৷ এই সময়কালত বুদ্ধি, ব্যৱসায় আৰু বাকশক্তিৰ প্ৰতীক বুধৰ অশ্লেষা নক্ষত্ৰত চন্দ্ৰৰ উপস্থিতি বিশেষ ফলপ্ৰসূ হব পাৰে৷ অশ্লেষা নক্ষত্ৰত চন্দ্ৰৰ এই গোচৰ চাৰিটা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ মানসিক শান্তি, সম্পদ আৰু সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব৷ জানক এই চাৰিটা ভাগ্যবান ৰাশি কি কি?

কৰ্কট ৰাশি

অশ্লেষা নক্ষত্ৰত চন্দ্ৰৰ গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ হব পাৰে৷ প্ৰেম জীৱন স্বাভাৱিক থাকিব৷ ব্যক্তিয়ে মানসিকভাৱে আৰু শক্তিশালী বোধ কৰিব৷ আদালতৰ গোচৰত জয়ী হব পাৰে৷ কৰ্মক্ষেত্ৰত উচ্চপদ লাভ কৰিব পাৰে৷ তেওঁলোকৰ সম্পদ বৃদ্ধি পাব৷

কন্যা ৰাশি

চন্দ্ৰৰ গোচৰ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ জীৱন আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব৷ শিল্প আৰু লেখাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িব৷ কৰ্মজীৱনত উন্নতি আৰু চাকৰি পৰিবৰ্তনৰ সম্ভাৱনাই দেখা দিব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ লক্ষ্য অৰ্জনৰ পথ খুলিব৷ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব৷

বৃশ্চিক ৰাশি

চন্দ্ৰৰ এই গোচৰৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাই উল্লেখযোগ্যভাৱে উপকৃত হব পাৰে৷ তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত ল’বলৈ সক্ষম হব৷ কৰ্মক্ষেত্ৰত সুফল পাব৷ সহকৰ্মীসকলে তেওঁলোকক সহায়তা কৰিব৷ আৰ্থিক লাভৰ বাবে তেওঁলোকৰ ভ্ৰমণৰ প্ৰয়োজন হব পাৰে৷ পাৰিবাৰিক সম্পৰ্কত ভালপোৱা গভীৰ হব৷

মীন ৰাশি

চন্দ্ৰৰ গোচৰে মীন ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ ব্যৱসায়ীয়ে গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰাত সক্ষম হব৷ পূৰ্বতকৈ বহু বেছি মানসিক শান্তি অনুভৱ কৰিব৷ শিক্ষাৰ্থীসকলে এই সময়ত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

April 23, 2026
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা
জীৱনশৈলী

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

April 23, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

April 23, 2026
Next Post
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন