• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

39 minutes ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

3 minutes ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

55 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

3 hours ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

18 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

19 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

20 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

editor by editor
April 23, 2026
in জীৱনশৈলী
0
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বগা জোতা দেখিলেই ক্ৰয় কৰিবলৈ মন যায়৷ বৰ্তমান বিশ্বক পুৰুষ-মহিলা উভয়েই আটাইতকৈ বেছি পৰিধান কৰা জোতাৰ ভিতৰত অন্যতম হৈছে বগা জোতা৷ প্ৰায় প্ৰতিযোৰ সাজ-পোছাকৰ লগতেই পিন্ধিব পাৰি বগা জোতা। কেজুৱেল টপ হওক, চৰ্ট ড্ৰেছ হওক, বা পৰম্পৰাগত কুৰ্তা হওক, বগা স্নিকাৰে আৰামদায়ক আৰু ষ্টাইলিছ ৰূপ সৃষ্টি কৰে। পিন্ধাটো যিমান সহজ, যত্ন লোৱাটো কিন্তু প্ৰত্যাহ্বানমূলক। বগা জোতা এবাৰ লেতেৰা হ’লেই ইয়াৰ জিলিকনি ঘূৰাই অনাটো প্ৰায় অসম্ভৱ হৈ পাৰে। কেইটামান উপায় অৱলম্বন কৰি আপুনি বগা জোতাত নতুনৰ দৰে চিকমিকনি দিব পাৰে৷

বগা জোতা জিলিকাবলৈ সহজ উপায়

  • টুথপেষ্টঃ টুথপেষ্টে আপোনাৰ বগা স্নিকাৰ উজ্জ্বল কৰি তুলিব পাৰে। প্ৰথমে তিতা কাপোৰেৰে জোতাযোৰ পৰিষ্কাৰ কৰক আৰু তাৰ পিছত দাগলগা স্থানসমূহত টুথপেষ্ট লগাওক। টুথপেষ্ট লগাই কিছুক্ষণ ৰাখি ব্ৰাছেৰে জোতাযোৰ ধুই পেলাওক। মনত ৰাখিব জোতা জিলিকাবলৈ জেল টুথপেষ্ট ব্যৱহাৰ নকৰিব।
  • ভিনেগাৰ আৰু বেকিং চ’ডাঃ ভিনেগাৰ আৰু বেকিং ছ’ডাৰে জোতা জিলিকাই তোলাই নহয় পূৰ্বৰ দৰে বগা হোৱাৰ ওপৰিও ইয়াৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণৰ বাবে দুৰ্গন্ধও নাইকিয়া হয়। এক কাপ বেকিং চ’ডা আৰু আধা কাপ ভিনেগাৰ মিহলাই এই মিশ্ৰণ আপোনাৰ জোতাত ঘঁহি কিছু সময় থৈ দিয়ক। আধা ঘণ্টা শুকুৱাই লোৱাৰ পাছত ভালদৰে ব্ৰাছেৰে ঘঁহি ধুই দিয়ক৷
  • নেইল ৰিমভাৰঃ বগা স্নিকাৰ উজ্জ্বল কৰাৰ বাবে নেল ৰিমভাৰো উত্তম। কপাহত নেল পেইণ্ট ৰিমুভাৰ লগাই দাগ লগা স্থানসমূহত ঘঁহি দিয়ক৷ ইয়াৰ দ্বাৰা সহজে দাগবোৰ আঁতৰি যাব। ইয়াৰ পিছত চেম্পুৰে ধুই পেলালে জোতাযোৰ পূৰ্বৰ দৰে জিলিকি উঠিব।
  • নেমুৰ ৰসঃ নেমুত চাইট্ৰিক এচিড থাকে, যিয়ে বগা স্নিকাৰ ভালদৰে পৰিষ্কাৰ কৰে আৰু লগতে দুৰ্গন্ধও নাইকিয়া কৰে। নেমুৰ ৰস ঠাণ্ডা পানীৰ লগত মিহলাই দাগ পৰা ঠাইত কাপোৰেৰে লগাব। ইয়াৰ ফলত আপোনাৰ জোতা চিকচিকিয়া হৈ পৰিব আৰু যিকোনো দাগ আঁতৰি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

April 23, 2026
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

April 23, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

April 23, 2026
Next Post
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন