• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

4 months ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

7 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

8 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

8 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

9 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

10 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

10 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

11 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

13 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

13 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

'৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

editor by editor
April 25, 2026
in বিবিধ, ভাৰত, লেখা
0
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
0
SHARES
43
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাগেশ্বৰ বাবা হিচাপে খ্যাত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ মন্তব্য প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে। এইবাৰ মহাৰাষ্ট্ৰৰ নাগপুৰত এক ধৰ্মীয় অনুষ্ঠানৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, হিন্দুত্ব সন্দৰ্ভত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। বাগেশ্বৰ বাবাই ৰাইজক চাৰিটা সন্তান জন্ম দিবলৈ আহ্বান জনায়, আৰু ইয়াৰে এজনক আৰ এছ এছৰ সেৱক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। শাস্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ ধৰ্ম আৰু সংস্কৃতি আগবাঢ়িছে।

তেওঁ এজন সন্তানক RSS ৰ সেৱক হিচাপে গঢ়িবলৈ কোৱাৰ পিছতে সামাজিক মাধ্যমত চৰ্চা পুনৰ আৰম্ভ হয়। অনুষ্ঠানৰ সময়ত তেওঁ সনাতন ধৰ্মৰ ক্ৰমবৰ্ধমান প্ৰতিপত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আজি ভাৰতত ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতিপত্তি অহৰহ বৃদ্ধি পাইছে।

ভাষণত শাস্ত্ৰীয়ে ইতিহাসৰ উল্লেখ কৰি ছাত্ৰপতি শিৱাজী মহাৰাজ আৰু স্বামী ৰামদাসৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে, যেতিয়া শিৱাজী মহাৰাজে যুদ্ধ কৰি ভাগৰি পৰিছিল আৰু নিজৰ ৰাজ্য ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল তেতিয়া স্বামী ৰামদাসে তেওঁক নিজৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিছিল আৰু ৰাজ্য শাসনৰ দায়িত্ব ল’বলৈ আহ্বান জনাইছিল। তেওঁ কৰ্তব্য আৰু জাতীয় সেৱাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

RSS ৰ বাবে প্ৰশংসা

তেওঁ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকাক প্ৰশংসা কৰি কয় যে ইয়াৰ নেতা আৰু স্বেচ্ছাসেৱকসকলে ভাৰতক বিশ্বব্যাপী স্বীকৃতি প্ৰদানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁ লগতে কয় যে যেতিয়াই দেশত কোনো দুৰ্যোগৰ সৃষ্টি হয়, তেতিয়াই আৰ এছ এছৰ কৰ্মীসকলে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সেৱাৰ কামত লিপ্ত হয়।

ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে ভাৰতক একমাত্ৰ দেশ বুলি অভিহিত কৰে য’ত “ভাৰত মাতা কি জয়” শ্লোগান গৌৰৱেৰে ঘোষণা কৰা হয়। তেওঁ কয় যে এই দেশ ভাৰতমা আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত ঐশ্বৰিক শক্তিৰ প্ৰেৰণাৰে আগবাঢ়িছে।

#WATCH | Maharashtra: At the groundbreaking ceremony of Bharatdurga Shaktisthal & Dharma Sabha in Nagpur, Bageshwar Dham Peethadhish Dhirendra Krishna Shastri says, “Whenever a disaster strikes across India, people flee for their lives, but every single worker of our Rashtriya… pic.twitter.com/pwac0z2k5t

— ANI (@ANI) April 25, 2026

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

August 30, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য
বিনোদন

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

August 30, 2026
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
Next Post
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ'ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.