• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

2 days ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

9 minutes ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

40 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 hour ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

2 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

22 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ'ল IPL ৰ আম্পায়াৰ?

editor by editor
April 28, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Ajitesh Argal and Virat Kohli: সময় সকলোৰে বাবে একে নহয়! কেতিয়া সময়ে কাৰ জীৱনত কেনে ৰূপ লয়, তাক ধৰিব নোৱাৰি। কিন্তু তথাপিও আমি সময়ৰ সৈতে নিজক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। পৃথিৱীত এনে বহু লোক আছে, যাক সময়ে বৰ বেয়াকৈ আঘাত কৰে। আজি তেনে এজন খেলুৱৈ অজিতেশ আৰ্গলৰ এই অনন্য যাত্ৰাৰ বিষয়ে জানো আহক…

শেহতীয়াকৈ আই পি এল ২০২৬ৰ সময়ত ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা এখন খেলত আম্পায়াৰ হিচাপে অভিষেক ঘটাই অজিতেশ আৰ্গালে। এই মুহূৰ্তটো তেওঁৰ বাবে আছিল এক উল্লেখযোগ্য মাইলৰ খুঁটি, যিয়ে তেওঁৰ এজন যুৱ ক্ৰিকেটাৰৰ পৰা বিশ্বৰ অন্যতম বৃহৎ মঞ্চত মেচ অফিচিয়েললৈ পৰিৱৰ্তন ঘটালে।

বিৰাট কোহলিৰ অধিনায়কত্বত ২০০৮ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল অজিতেশ আৰ্গল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত তেওঁ উজ্জ্বল বলিং কৰি ৫ অভাৰত মাত্ৰ ৭ ৰানত ২ উইকেট দখল কৰে। তেওঁৰ এই প্ৰদৰ্শনে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ লগতে ভাৰতে খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ পিছত কোহলিৰ কেৰিয়াৰ উত্থান হোৱাৰ বিপৰীতে আৰ্গলৰ পেছাদাৰী ক্ৰিকেট যাত্ৰা আধাতে ৰৈ গ’ল। উদ্বোধনী আই পি এল ছিজনত কিংছ একাদশ পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ)ৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ কেতিয়াও খেলাৰ সুযোগ নাপালে। বছৰ বছৰ ধৰি বৰোদাৰ হৈ ঘৰুৱা মেচতো সীমিত সুযোগ পাইছিল।

অৱশেষত অজিতেশ আৰ্গালে প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ক্ৰীড়া কোটাৰ জৰিয়তে আয়কৰ বিভাগত চাকৰি গ্ৰহণ কৰে। ইয়াৰ ফলত খেলৰ লগত তেওঁৰ যোগাযোগ হেৰাই গৈছে, কিন্তু ক্ৰিকেট খেলৰ তেওঁৰ বাবে আন পৰিকল্পনা আছিল।

২০২৩ চনত বিচিচিআইৰ আম্পায়াৰিং পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰুৱা মেচত অফিচিয়েটিং কৰিবলৈ আৰম্ভ কৰে। মহিলা প্ৰিমিয়াৰ লীগৰ মেচতো অফিচিয়েচন কৰিছিল আৰু ক্ৰমান্বয়ে নিজকে এগৰাকী গুৰুত্বপূৰ্ণ মেচ অফিচিয়েল হিচাপে প্ৰতিষ্ঠা কৰিছিল। ভাগ্যৰ এক আকৰ্ষণীয় টুইষ্টত অজিতেশ আৰ্গালে শেহতীয়াকৈ বিৰাট কোহলিক লৈ এখন মেচ আম্পায়াৰিং কৰিছিল। তেওঁ ২০০৮ চনৰ Under-19 বিশ্বকাপত বিৰাট কোহলিৰ অধিনায়কত্বত ভাৰতৰ হৈ খেলিছিল আৰু বিশ্বকাপৰ ট্ৰফীও দাঙি লৈছিল আৰু এতিয়া সেই Ajitesh Agarwal য়েই IPLত আম্পায়াৰ হিচাপে কাম কৰি আছে আনফালে কোহলিয়ে এতিয়াও সেই IPL তেই দুৰ্দান্ত প্ৰদর্শন আগবঢ়াই আছে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!
জীৱনশৈলী

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

April 30, 2026
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ
জীৱনশৈলী

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

April 30, 2026
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!
জীৱনশৈলী

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

April 30, 2026
Next Post
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ'ব?

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.