• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

3 weeks ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

30 minutes ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

44 minutes ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

2 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

2 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

3 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

3 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

4 hours ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

4 hours ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

5 hours ago
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

5 hours ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

6 hours ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

editor by editor
April 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
0
SHARES
865
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰৰ দিনটো হনুমানৰ নামত উচৰ্গিত। এই দিনটোত সংকটমোচন হনুমানক বিভিন্নজনে পূজা কৰে। এই দিনটোত বহুজনে উপবাসে থাকি ভগবানক পূজা কৰে। মান্যতা অনুসৰি, হনুমানক পূজা কৰিলে এজন ব্যক্তিৰ বহু সমস্যা দূৰ হয়।

হনুমানৰ পূজা বিধি মতে কৰিলে সাধকে আকাংক্ষিত ফল লাভ কৰে ভক্তই। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিবলৈ মঙলবাৰে ভগৱান হনুমানক পূজা কৰিবলৈ জ্যোতিষীসকলেও পৰামৰ্শ আগবঢ়ায়। আনহাতে ৰাশিফলত মংগল গ্ৰহ শক্তিশালী হ’লে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল বুলি কোৱা হয়।

উপায়বোৰ জানক-

  • হনুমান চলিছা পাঠঃ দৈনিক বা বিশেষকৈ মঙলবাৰে পুৱা গা ধোৱাৰ পিছত হনুমান চলিছা (Hanuman Chalisa Path) পাঠ কৰিব। এনে কৰিলে ভক্তৰ সকলো সমস্যাৰ সমাধান হয় আৰু মানসিক শান্তি লাভ কৰে।
  • সেন্দূৰ আৰু চামেলি তেলঃ মঙলবাৰে হনুমানক চামেলিৰ তেল আৰু সেন্দূৰ আগবঢ়াই তেওঁ অতি সুখী হয়, এনেকুৱা কৰিলে আপোনাৰ ইচ্ছা পূৰণ কৰে।
  • প্ৰসাদত গুড়-চানা বা বেচনৰ লাড়ু: হনুমানক গুড়-চানা, বেচনৰ লাড়ু, বা বুণ্ডিয়াৰ প্ৰসাদ আগবঢ়াওক।
  • আঁহতৰ পাতৰ উপায়- হনুমানক ১১ টা আঁহতৰ পাতত জয় শ্ৰী ৰাম লিখি হনুমানক আগবঢ়াওক।
  • ৰাম নাম জপ- হনুমান ৰামৰ প্ৰিয় ভক্ত, সেয়ে মঙলবাৰে ৰাম নাম জপ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?
জীৱনশৈলী

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

May 19, 2026
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ
স্বাস্থ্য

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

May 19, 2026
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক
খাদ্য

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

May 19, 2026
Next Post
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ'দত ক'লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ'ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.