• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

5 months ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

29 minutes ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

54 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

1 hour ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

2 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

8 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

10 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ, জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

editor by editor
May 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰোধী মহাজোঁটক উটুৱাই দিলে NDA মিত্ৰজোঁটৰ ছুনামীয়ে৷ তিনিগগৈৰ দুই গগৈয়েই পৰাস্ত হ’ল এই নিৰ্বাচনত৷ তিনিটাকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিও জনতাৰ মন জয় কৰিব নোৱাৰিলে লুৰীণজ্যোতি গগৈয়ে৷ আনহাতে লোকসভা নিৰ্বাচনত ডেৰলাখতকৈ অধিক ভোটত জয়ী হৈয়ো বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ মুখ দেখিলে গৌৰৱ গগৈয়ে৷ লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ এই পৰাজয়ক লৈ এতিয়া চৌদিশে চলিছে চৰ্চা৷ কিয় ইমান ভোটৰ ব্যৱধানত পৰাস্ত হ’ল বিৰোধী  নেতা গৌৰৱ গগৈ? যোৰহাটবাসীৰ আস্থা কিয় জয় কৰিব নোৱাৰিলে গৌৰৱে সেই চৰ্চাও চলিছে৷ তাৰমাজতে আকৌ ৰাজ্যত আন এক চৰ্চাও চলিছে৷ জ্ঞানশ্ৰীতকৈয়ো পিছপৰিছে গৌৰৱ গগৈ৷

কলেজ শিক্ষকৰ চাকৰি বাদ দি ৰাজনীতিলৈ আহিছে জ্ঞানশ্ৰী বৰা৷ নিৰ্বাচনৰ মাত্ৰ ৩৫ দিন আগতহে প্ৰত্যক্ষভাৱে প্ৰচাৰ চলাবলৈ মৰিয়নী সমষ্টিত ভৰি থৈছিল জ্ঞানশ্ৰীয়ে৷ সময় খুবেই তাকৰ, বিপৰীতে বহুল চৰ্চিত জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কূৰ্মী৷ বছৰ বছৰ ধৰি ৰাইজৰ প্ৰতিনিধি হৈ অহা ৰূপজ্যোতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস কৰাটোৱেই এক প্ৰত্যাহ্বান৷ সেই প্ৰত্যহ্বান নেওচি জ্ঞানশ্ৰী যুঁজত নামিল৷ ইফালে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ’বনে নহয় সেই বিষয়টোও নিশ্চিত হোৱা নাছিল৷ নিৰ্বাচনৰ মাত্ৰ ১২ দিন আগতহে সেই কথা নিশ্চিত হয়৷ তাৰপিছতো জ্ঞানশ্ৰীয়ে অতি শক্তিশালী প্ৰাৰ্থী ৰূপজ্যোতিৰ বিৰুদ্ধে যুঁজ দি ভাল অংকৰ ভোটেই অৰ্জন কৰিছে৷ মৰিয়নীত ৰূপজ্যোতি কূৰ্মীৰ হাতত প্ৰায় ২৬ হাজাতকৈ অলপ বেছি ভোটত তেওঁ পৰাস্ত হৈছে৷ ৫২৭৯২টা ভোট মৰিয়নী সমষ্টিত লাভ কৰিছে জ্ঞানশ্ৰী বৰাই৷ মাত্ৰ ৩৫ দিনীয়া প্ৰচাৰত ইমান ভোট লাভ কৰাটো একপ্ৰকাৰৰ ৰেকৰ্ডতকৈ কম নহয়৷

কিন্তু লজ্জাৰ বিষয় এয়াই যে গৌৰৱে নিজৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও জ্ঞানশ্ৰীতকৈ লজ্জাজনক হাৰ স্বীকাৰ কৰিবলগীয়া হৈছে৷ আনকি নিজৰ বুথতো তেওঁ পৰাস্ত হৈছে৷ আটাইতকৈ শক্তিশালী প্ৰাৰ্থীৰূপে নিজৰ পৰিচয় দিয়া গৌৰৱে ৰাখিব নোৱাৰিলে নিজৰ সন্মান৷ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত লাভ কৰিছে মাত্ৰ ৪৬,২৫৭ টা ভোট লাভ কৰিছে৷ হিতেন্দ্ৰনাথ গোস্বামীয়ে তেওঁক প্ৰায় ২৩ হাজাৰতকৈ অধিক ভোটত হৰুৱাইছে৷ অৰ্থাৎ ক’ব লাগিব প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ পথাৰত নামি গৌৰৱক হৰুৱাইছে জ্ঞানশ্ৰী বৰাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
Next Post
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.