• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

2 months ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

32 seconds ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

38 minutes ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

2 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

2 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

3 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

3 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

4 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

5 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

6 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

7 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

7 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

editor by editor
May 8, 2026
in জীৱনশৈলী
0
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনবোৰ আৰম্ভ হৈছে৷ কৰোবালৈ ওলাই গ’লেই শৰীৰ ঘামেৰে তিতি যোৱা দিনবোৰো আৰম্ভ হৈছে৷ প্ৰকৃততে শৰীৰক ঠাণ্ডা ৰাখিবলৈ ঘাম ওলোৱাটো খুবেই এক স্বাভাৱিক বিষয়৷ আৰু ই শৰীৰৰ বাবেও ভাল৷ কিন্তু সমস্যা হৈছে ঘামৰ দুৰ্গন্ধ৷ অফিচত, বাছ যাত্ৰাত, বজাৰত ওলাই যাওঁতে যদি শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই তেতিয়া সেয়া নিজৰ বাবেই নহয়, আশেপাশে থকা মানুহৰ বাবেও অস্বস্তিকৰ হৈ উঠে৷

কিয় ঘামত দুৰ্গন্ধ ওলায়?

বহুতেই ভাৱে ঘামৰ পৰা এই গোন্ধ তৈয়াৰ হয়৷ কিন্তু প্ৰকৃততে ইয়াৰ নেপথ্যত আমাৰ ছালৰ ওপৰত থকা বেক্টেৰিয়া৷ এই বেক্টেৰিয়াসমূহে ঘামৰ সৈতে মিলি দুৰ্গন্ধ তৈয়াৰ কৰে৷ কিছু সহজ ঘৰোৱা উপায়েৰে এই সমস্যাৰ সমাধান কৰা সম্ভৱ৷

নেমুৰ ব্যৱহাৰ

নেমুত আছে প্ৰাকৃতিক এণ্টি বেক্টেৰিয়েল গুণ, যিয়ে ঘামৰ গোন্ধ সৃষ্টিকাৰী বেক্টেৰিয়াক নষ্ট কৰাত সহায় কৰে৷ গা ধোৱাৰ পূৰ্বে নেমুৰ আধা অংশ লৈ কাষলতি তল বা অন্যান্য গোন্ধোৱা স্থানত লগাওক৷ ১০ মিনিট পাছত ঠাণ্ডা পানীয়ে ধুই পেলাওক৷ দিনত এবাৰ ব্যৱহাৰ কৰিলেই উপকাৰ পাব৷ যদি চাল খুবেই সংবেদনশীল হয় বা কৰোবাত কটা থাকে তেন্তে নেমু ব্যৱহাৰ নকৰাটোৱেই ভাল৷

গোলাপজল

গোলাপজলো এইক্ষেত্ৰত বেছ কাৰ্যকৰ৷ ই ছাল ঠাণ্ডা ৰাখে আৰু দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে৷ এচামুছ গোলাপজলৰ সৈতে অলপ ফিটকিৰিৰ গুৰি মিহলাই তুলাৰ সহায়ত কাষলতি তল, ডিঙি বা ভৰিত লগাব পাৰে৷ বিশেষকৈ গা ধোৱাৰ পাছত দিনে দুবাৰকৈ ব্যৱহাৰ কৰিলেই ভাল ফল লাভ কৰিব৷

বেকিং চ’ডা

বেকিং চডাও আৰু এক সহজ উপায়৷ ই শৰীৰৰ পিএইছৰ ভাৰসাম্য বজায় ৰাখে আৰু দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়া কমায়৷ এচামুছ বেকিং চ’ডাৰ সৈতে অলপ পানী মিহলি কৰি পেষ্ট তৈয়াৰ কৰক৷ যি স্থানত বেছিকৈ ঘাম ওলাই সেই স্থানত লগাই ১০ মিনিট ৰাখক৷ সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলেই যথেষ্ট৷

নাৰিকলৰ তেল

নাৰিকল তেলো এই সমস্যাৰ বাবে উপকাৰী৷ ইয়াত থকা লৰিক এছিডে বেক্টেৰিয়া ধ্বংস কৰে আৰু ছালক ময়শ্চাৰাইজ কৰি ৰাখে৷ গা ধোৱাৰ পাছত অলপ নাৰিকল তেল কাষলতিত ব্যৱহাৰ কৰিব পাৰে৷ বিচাৰিলে ইয়াৰ সৈতে কেইফুঁটমান ট্ৰি অয়েল মিহলাই ল’ব পাৰে৷

ঘামৰ দুৰ্গন্ধ দূৰ কৰাৰ উপায়

গৰমত ঘাম ওলোৱাটো স্বাভাৱিক হলেও ইয়াৰ দুৰ্গন্ধ সহ্য কৰিবই লাগিব তেনে কোনো কথা নাই৷ এই সহজ ঘৰোৱা উপায় মানি সহজেই নিজকে সতেজ কৰিব পাৰি৷ ডিঅ’ডোৰেণ্টৰ ওপৰত নিৰ্ভৰ নকৰি, ঘৰুৱা সাধাৰণ উপকৰণ দিয়েই এই সমস্যাৰ সমাধান কৰিব পাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

June 23, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

June 23, 2026
Next Post
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ'ল আইনা, আপুনিও নকৰিব কামটো!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.