• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

2 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

3 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

4 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

4 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

6 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

9 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

9 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

11 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

24 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

editor by editor
May 9, 2026
in বিবিধ, ভাৰত, লেখা
0
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগম (TVK) তামিলনাডুত চৰকাৰ গঠনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ তেওঁলোকৰ প্ৰচেষ্টা সফল হোৱা যেন লাগে। দৰাচলতে VCK য়ে ৰাজ্যত চৰকাৰ গঠনৰ বাবে বিনাচৰ্তে সমৰ্থন আগবঢ়াইছে। ইয়াৰ লগে লগে টিভিকে এতিয়া কংগ্ৰেছ, চিপিআই, চিপিআই(এম), আৰু ভিচিকে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সমৰ্থন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১১৮ অতিক্ৰম কৰি মুঠ ১২১ লৈ বৃদ্ধি পাইছে।

তামিলনাডুত চৰকাৰ গঠনৰ বাবে VCK এ TVK ক সমৰ্থন আগবঢ়োৱাৰ পিছত অভিনেতা বিজয়ৰ সমৰ্থকসকল আনন্দত আত্মহাৰা হৈ পৰা বুলি জানিব পৰা গৈছে। VCK ৰ সভাপতি থোল থিৰুমাৱালাৱনে টিভিকে নেতা আধৱ অৰ্জুনক আনুষ্ঠানিক নিশ্চিতকৰণ পত্ৰ প্ৰদান কৰিছে। দুয়োজন নেতাই এই তথ্য তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে। ইয়াৰ লগে লগে বিজয়ৰ চৰকাৰ গঠনৰ বাধা আঁতৰি গৈছে। বিজয়ৰ দলে এতিয়া ৰাজ্যত নিজাকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।

থিৰুমাবলবনক সাক্ষাৎ কৰাৰ পিছত ভিচিকেৰ ঘোষণা

শেহতীয়াকৈ টিভিকেৰ নেতাসকলে থিৰুমাভালাভানৰ সৈতে সাক্ষাৎ কৰি আলোচনা কৰে। খবৰ অনুসৰি এই বৈঠকৰ পিছত ভিচিকে টিভিকেক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰি এখন পত্ৰ প্ৰেৰণ কৰে। বিশ্লেষকসকলৰ মতে ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগতে সামাজিক ন্যায় আৰু জনকল্যাণমূলক বিষয়ৰ বাবে কৰা সংগ্ৰামৰ ফলত দুয়োটা দলক অধিক ঘনিষ্ঠ কৰি তুলিছে।

দলিত আৰু বহুজন ভোট বেংক থকা ভিচিকেৰ সমৰ্থন বিজয় নেতৃত্বাধীন টিভিকেৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। কোৱা হৈছে যে ইয়াৰ ফলত ৰাজ্যখনত এক বেলেগ ধৰণৰ ৰাজনীতিৰ সূচনা হ’ব।

মেজিক ফিগাৰ পাৰ হৈ সমগ্ৰ ৰাজ্যজুৰি উদযাপন টিভিকে

বিজয়ৰ দল টিভিকে ইতিমধ্যে কংগ্ৰেছ, চিপিআই, চিপিএম দলৰ সমৰ্থন লাভ কৰিছে। ভিচিকেৰ শেহতীয়া সিদ্ধান্তৰ পিছতে এতিয়া মুঠ ১১৯ জন বিধায়ক আছে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী সংখ্যা অতিক্ৰম কৰি সমগ্ৰ ৰাজ্যৰ টিভিকে কৰ্মীসকলে উদযাপন কৰিছে। ইফালে IUMLৰ সমৰ্থনে অধিক শক্তিশালী কৰিলে থালাপতিক। বিজয়ৰ চৰকাৰ গঠনৰ পথত অহা সকলো অনিশ্চয়তাৰ এতিয়া অন্ত পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে'ত কোনফালেৰে যাব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.