• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

7 months ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

14 minutes ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

42 minutes ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

2 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

3 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

3 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

16 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

16 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

17 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

17 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

18 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

18 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

editor by editor
May 10, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন….. আজি সমগ্ৰ বিশ্বতে মাতৃ দিৱস পালন কৰা হৈছে। ‘মা’ এক এনে শব্দ য’ত সোমাই থাকে মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। এই মাতৃৰ ত্যাগ, কষ্ট স্বীকাৰ কৰিবলৈ যে এই দিৱসেই যথেষ্ঠ নহয়। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় ।

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে— উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেণ্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়। এই দিৱস পিতৃ দিৱসৰ বিপৰীত। অৱশ্যে উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ একেই।

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)। ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”

এইবাৰ মাতৃ দিৱস ১০ মে’ ২০২৫ তাৰিখে পালন কৰা হৈছে। এই বিশেষ দিৱসটো প্ৰতিগৰাকী মাতৃৰ মৰম, ত্যাগ আৰু তপস্যাক স্মৰণ কৰি তেওঁলোকক বিশেষ অনুভৱ কৰাই উদযাপন কৰা হয়। মাতৃ মমতাময়ী, মাতৃ কৰুণাময়ী। এই মাতৃৰ বাবেই আমি এই ধৰাৰ সুখ লোৱাৰ সৌভাগ্য পাইছো। প্ৰতিগৰাকী মাতৃলৈ প্ৰণিপাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

November 25, 2026
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা
বিবিধ

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

November 25, 2026
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!
জীৱনশৈলী

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

November 25, 2026
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!
অপৰাধ

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

November 25, 2026
Next Post
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.