• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহৰ ৭ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, সলনি হ’ব ভাগ্য!

সপ্তাহৰ ৭ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, সলনি হ’ব ভাগ্য!

2 months ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

46 minutes ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

2 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

2 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

3 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

4 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

5 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

5 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

6 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

8 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

9 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

9 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপ্তাহৰ ৭ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, সলনি হ’ব ভাগ্য!

সপ্তাহৰ ৭ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, সলনি হ'ব ভাগ্য!

editor by editor
May 11, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সপ্তাহৰ ৭ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, সলনি হ’ব ভাগ্য!
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঙে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিটো দিন এটা বিশেষ গ্ৰহৰ সৈতে জড়িত আৰু সেই গ্ৰহৰ লগত জড়িত ৰং পিন্ধিলে ধনাত্মক শক্তি পোৱা যায়। যদি উপযুক্ত ৰং বাছি ল’লে সুখ, সমৃদ্ধি, মানসিক শান্তি আৰু সৌভাগ্যৰ সৃষ্টি হয়। আজিৰ এই প্ৰতিবেদনটোৰ জৰিয়তে আমি আপোনালোকক জনাম সপ্তাহৰ প্ৰতিটো দিনত কোনবোৰ ৰঙৰ কাপোৰ পিন্ধিলে কি কি লাভ হয়।

সোমবাৰ চন্দ্ৰৰ লগত জড়িত, যিটো মন, আৱেগ আৰু শীতলতাৰ প্ৰতীক। এই দিনটোত বগা ৰং পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। বগা ৰঙে মানসিক শান্তি আৰু ধৈৰ্য্য বৃদ্ধি কৰে। ই মানসিক চাপ কমায় আৰু মন শুদ্ধ কৰে। যদি আপুনি জীৱনত অধিক স্থিৰতা আৰু শান্তি বিচাৰে তেন্তে সোমবাৰে বগা কাপোৰ পিন্ধাটো উপকাৰী হ’ব।

মঙলবাৰক মংগল গ্ৰহৰ দিন বুলি গণ্য কৰা হয়, যিটো শক্তি আৰু সাহসৰ প্ৰতীক। এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে আত্মবিশ্বাস বৃদ্ধি পায়, খং নিয়ন্ত্ৰণ কৰে আৰু নেতিবাচক শক্তি আঁতৰায়। এই ৰঙে সাহস, দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। বিশেষকৈ চাকৰি বা ব্যৱসায়ত সংগ্ৰাম কৰি থকাসকলক মঙলবাৰে ৰঙা ৰং পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে।

বুধবাৰ বুধ গ্ৰহৰ সৈতে জড়িত, যিটো বুদ্ধি, ব্যৱসায় আৰু যোগাযোগৰ অৰ্থবহ। এই দিনটোত সেউজীয়া ৰং পিন্ধিলে মানসিক স্পষ্টতা আনে, স্মৃতিশক্তি চোকা হয় আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰে। এই ৰঙে সমৃদ্ধি, সতেজতা আৰু ইতিবাচক চিন্তাক উৎসাহিত কৰে। বুধবাৰে ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ বাবে সেউজীয়া ৰং পৰিধান কৰাটো অতি শুভ।

বৃহস্পতিবাৰ বৃহস্পতি গ্ৰহৰ লগত জড়িত দিন, যিটোক প্ৰজ্ঞা, ধৰ্ম আৰু সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়। এই দিনটোত হালধীয়া ৰং পিন্ধিলে জীৱনত সুখ আনে, সন্মান বাঢ়ে আৰু বৈবাহিক জীৱনত মধুৰতা ৰৈ যায়। হালধীয়া ৰঙে আধ্যাত্মিকতা, ধন-সম্পত্তি আৰু বুদ্ধিমত্তা বৃদ্ধি কৰে।

শুকুৰবাৰ শুক্ৰ গ্ৰহৰ সৈতে জড়িত, যিটো প্ৰেম, সৌন্দৰ্য্য, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। এই দিনটোত গোলাপী বা বগা ৰং পৰিধান কৰিলে সুখী বৈবাহিক জীৱন নিশ্চিত হয় আৰু ধন-সম্পত্তি বৃদ্ধি পায়। এই ৰঙে প্ৰেম আৰু আকৰ্ষণো বৃদ্ধি কৰে, গতিকে সম্পৰ্কত মিঠা বিচৰাসকলে শুকুৰবাৰে গোলাপী বা বগা ৰং পিন্ধিব পাৰে।

শনিবাৰ হৈছে কৰ্ম আৰু ন্যায়ৰ প্ৰতীক শনি গ্ৰহৰ দিন। এই দিনটোত নীলা বা ক’লা ৰং পিন্ধাটো শুভ বুলি গণ্য কৰা হয় কাৰণ ই নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰে, অপশক্তিক আঁতৰাই ৰাখে আৰু কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনে। এই ৰঙে আত্মনিয়ন্ত্ৰণ আৰু ধৈৰ্য্য বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ যিসকলে নিজৰ কেৰিয়াৰত স্থিৰতা বিচাৰে তেওঁলোকে শনিবাৰে নীলা বা ক’লা ৰং পিন্ধিব লাগে।

দেওবাৰৰ সম্পৰ্ক সূৰ্য ঈশ্বৰৰ সৈতে, যি আত্মবিশ্বাস, খ্যাতি আৰু শক্তিৰ কাৰক। এই দিনটোত ৰঙা বা কমলা ৰঙৰ পৰিধান কৰিলে আত্মবিশ্বাস বাঢ়ে, সন্মান লাভ কৰে আৰু সুস্বাস্থ্য বজাই ৰাখে। সূৰ্যই শক্তি আৰু উজ্জ্বলতাৰ প্ৰতীক, সেয়েহে এই ৰং পিন্ধিলে জীৱনত উৎসাহ আৰু সফলতা আহি পৰে।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
Next Post
উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছে বৃক্কৰ ক্ষতি কৰে নেকি? জানক আচৰিত তথ্য

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছে বৃক্কৰ ক্ষতি কৰে নেকি? জানক আচৰিত তথ্য

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

স্বামী হ'ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.