• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

2 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

25 minutes ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

49 minutes ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

1 hour ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

2 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

3 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

3 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

17 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

18 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

18 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

19 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

20 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

editor by editor
May 14, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইছলাম ধৰ্মাৱলম্বীসকলৰ বছৰৰ নানান উৎসৱৰ মাজত এক গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ঈদ-অল-আদাহ৷ প্ৰতি বছৰে সমগ্ৰ দেশজুৰি পালিত হয় এই ঈদ, যাক কোৰবানি ঈদ বা বকৰি ঈদ নামেৰেও জনা যায়৷ এই উৎসৱ মূলত ত্যাগৰ প্ৰতীক৷ ইছলাম ধৰ্মৰ সমস্ত উৎসৱ পালিত হয় সাধাৰণৰ চন্দ্ৰ কেলেণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰি৷ সৌৰ কেলেণ্ডাৰৰ পৰা চন্দ্ৰ কেলেণ্ডাৰ ১১ দিন সৰু৷ ইয়াৰবাবে প্ৰতিবছৰে ঈদ একেদিনাই নপৰে৷ হিজৰি কেলেণ্ডাৰ অনুসৰি ১২ তম বা শেষ মাহ অৰ্থাৎ ধু অল হিজ্জা মাহৰ দশম দিনত পালিত হয় ঈদ অল আদাহ৷

২০২৬ চনৰ ঈদ অল আদাহ কেতিয়া পৰিছে?

ঈদ অল আদাহৰ তাৰিখ স্থানীয়ভাৱে জ্বিলহজ্জ মাহৰ চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰে৷ এইবছৰ ভাৰতত ঈদ অল আদাহ পালিত হ’ব ১৭ মে বুধবাৰে৷ আৰবিক শব্দ আদাহৰ অৰ্থ উৎসৰ্গা বা ত্যাগ কৰা৷ এই বিশেষ দিনটো আল্লাহৰ নামেৰে ত্যাগ কৰাৰ ৰীতি আছে৷ ইছলাম ধৰ্মাৱলম্বীসকলে ঈদ অল আদাহৰ দিনা আল্লাহৰ উদ্দেশ্যে ছাগলী, গৰু, উট কিংবা কোনো পশু কোৰবানি দিয়ে৷ ইয়াৰপাছতেই সেই মাংস ৰান্ধি কেইবাদিনো ধৰি খোৱাবোৱা কৰাৰ ৰীতি প্ৰচলিত আছে৷

কোৰবানি দিয়াৰ ওপৰিও এইদিনটোত পুৱাৰে পৰা মছজিদ কিংবা ঘৰত নামাজ পঢ়ি দোৱা কৰে বেছিভাগ মানুহে৷ অন্যান্য ঈদৰ দৰে ঈদ অল আদাহতো এজনে আনজনৰ ঘৰলৈ মাংস বা অন্যান্য সামগ্ৰী পঠিৱাৰ ৰীতি আছে৷ এই ঈদত ঘৰলৈ অতিথিও আমন্ত্ৰণ কৰা হয়৷

ইছলামী বিশ্বাস অনুসৰি কোৰবানিৰ প্ৰথা আৰম্ভ হৈছে হজৰত ইব্ৰাহিমৰ সময়ত৷ কথিত আছে যে পৰীক্ষা কৰাৰ বাবে হজৰত ইব্ৰাহিমক তেওঁৰ সকলোতকৈ মূল্যবান সামগ্ৰী কুৰবানি কৰিবলৈ আল্লাহে কৈছিল৷ ইয়াৰপাছতেই তেওঁ নিজৰ একমাত্ৰ পুত্ৰক কোৰবানি দিয়াৰ সিদ্ধান্ত লয়৷ পুত্ৰক কোৰবানি দিয়াৰ সময়ত তেওঁৰ মোহ জাগি নুঠে তাৰবাবে তেওঁৰ চকু বান্ধিও ৰাখে৷ ইয়াৰপাছতেই নিজৰ সন্তানক কোৰবানি দিয়ে হজৰত ইব্ৰাহিমে৷ কিন্তু চকুত বান্ধি থোৱা কাপোৰ খোলাৰ পাছত তেওঁ দেখা পায় যে সন্তানৰ পৰিবৰ্তে এটা প্ৰাণীহে মৃত অৱস্থাত পৰি আছে আৰু তেওঁৰ সন্তান একেবাৰেই সুস্থ হৈ আছে৷ কথিত আছে যে আল্লাহে হজৰত ইব্ৰাহিমৰ ওপৰত সন্তুষ্ট হৈ তেওঁৰ পুত্ৰক জীৱন দিয়ে৷ তেতিয়াৰে পৰাই বিশ্বৰ মুছলমান সমাজে বকৰি ঈদ পালন কৰি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bakra Eideid ul adhakurbani in eid ul adha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?
জীৱনশৈলী

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

May 14, 2026
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
Next Post
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.