• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

4 months ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

4 minutes ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

26 minutes ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

1 hour ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

2 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

4 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

5 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

5 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

6 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

6 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

7 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

editor by editor
May 18, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নভৱা ঘটনা বুলিলেও এনে ঘটনা বাৰে বাৰে দেশত ঘটিবলৈ ধৰিছে৷ কিছুদিন পূৰ্বে প্ৰেমিকৰ দেহ খণ্ডিত কৰি নীলা ড্ৰামত ভৰাই নলাত পেলাই দিছিল প্ৰেয়সীয়ে৷ এইবাৰ আকৌ ট্ৰাংকত ওলাইছে মহিলাৰ দেহ৷ এইবাৰৰ ঘটনা লক্ষ্ণৌৰ গৌমতি নগৰ ষ্টেচনত৷ ছাফাই কৰ্মচাৰীয়ে ট্ৰেইনৰ শ্লিপাৰ কোচত প্ৰৱেশ কৰোতেই তেওঁলোকৰ নজৰত পৰে এটা তেজৰ টোপাল৷ আৰু তেজলগা এটা গৰাকীবিহীন ট্ৰাংকো তেওঁলোকৰ নজৰত পৰে৷ ট্ৰাংকটোত এটা তলাও ওলমি আছিল৷ ট্ৰেইনৰ ছাফাই কৰ্মীকেইজনে ট্ৰাংকটো দাঙি ট্ৰেইনৰ বাহিৰলৈ আনি কি আছে জানিবলৈ তলা ভাঙে৷ তলা ভাঙিয়েই আচৰিত হৈ পৰে ছাফাই কৰ্মীকেইজন৷ ট্ৰাংকটোত ভিতৰত তেওঁলোকে এগৰাকী মহিলাৰ খণ্ডিত দেহ দেখা পায়৷

বিহাৰৰ ছপৰাৰ পৰা যোৱা এই ট্ৰেইন লক্ষ্ণৌৰ গৌমতী নগৰ ষ্টেচনলৈকে যায়৷ ডবাসমূহ খালী হোৱাৰ পাছত তাত ছাফাই কৰ্মচাৰীসকলে ট্ৰেইনৰ ডবাসমূহ চফা কৰে৷ পূৰ্বৰ ধাৰাৰেই তেওঁলোকে ডবাসমূহ চফা কৰিবলৈ যাওঁতেই দেখা পায় এই বিশেষ ট্ৰাংকটো৷ চীটৰ তলত তলাবন্ধ কৰি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ট্ৰাংকটো৷

ছাফাই কৰ্মচাৰীসকলে ৰে’লৱে প্ৰশাসনক সমগ্ৰ ঘটনা সম্পৰ্কে জনাইছে৷ লগতে ট্ৰাংক খোলাৰো সমূহ ভিডিঅ’ তেওঁলোকে ৰেকৰ্ডিং কৰিছে৷ ট্ৰাংকৰ ভিতৰত মহিলাৰ শিৰচ্ছেদ কৰা দেহটো দেখা পায় ছাফাই কৰ্মচাৰীসকলে৷ ইয়াৰোপৰি হাত আৰু ভৰিও কাটি পলিথিনত মেৰিয়াই কাপোৰেৰে বান্ধি ট্ৰাংকৰ এটা কোণতে থোৱা হৈছিল৷

ৰে’লৱে আৰক্ষীৰ এছ পি ৰোহিত মিশ্ৰই এই ঘটনা সম্পৰ্কে দিয়া মন্তব্যত কয়, ‘এই শৱদেহ কমেও দুদিন পুৰণি হ’ব পাৰে৷ মহিলাগৰাকীৰ বয়স কমেও ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব৷’ তেওঁ লগতে কয় যে মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰা হৈছে৷ কাৰণ তেওঁৰ ডিঙি আৰু কান্ধত আঘাতৰ চিন আছে৷ ইয়াৰপৰাই অনুমান হয় যে তেওঁক হত্যা কৰাই হৈছে৷ হত্যাৰ পূৰ্বে হতাহতিও হ’ব পাৰে কাৰণ দেহত আঁচোৰৰ দৰে আঘাতৰ চিন আছে৷ শৱদেহটো লুকুৱাবলৈকে তেওঁলোকে ট্ৰেইনত তুলি দিয়ে শৱদেহ লুকুওৱা ট্ৰাংকটো৷

ট্ৰেইনত গৌৰখপুৰ আহি পোৱাৰ পূৰ্বে প্ৰায় ২০টাকৈ ষ্টেচনত ৰয়৷ যাত্ৰাৰ সময়ত ট্ৰেইনখনে বিহাৰৰ থাবেত কমেও ৩০ মিনিট সময়ৰ বাবে ৰয়৷ গৌৰখপুৰ আৰক্ষীয়ে সন্দেহ কৰিছে যে এই শৱদেহ থাবাতেই ট্ৰেইনত উঠোৱা হৈছে৷ জিআৰপিয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে৷ ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰা ষ্টেচনৰ পৰা এই ট্ৰেইন ৰোৱা ২০টাকৈ ষ্টেচনৰ চিচিটিভি ফুটেজ সংগ্ৰহ অভিযান আৰম্ভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
বিপদত ৰাহুল গান্ধী!
ৰাজনীতি

বিপদত ৰাহুল গান্ধী!

September 8, 2026
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক
বাণিজ্য

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

September 8, 2026
Next Post
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.