• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

1 hour ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

5 minutes ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

34 minutes ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

2 hours ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

3 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

4 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

5 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

6 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

7 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

editor by editor
May 19, 2026
in জীৱনশৈলী
0
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ
0
SHARES
429
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি বৃহস্পতি আৰু চন্দ্ৰৰ যুগল অৱস্থানৰ পৰা তৈয়াৰ হয় অত্যন্ত শুভ গজকেশৰী ৰাজযোগ৷ আজি মঙ্গলবাৰ ১৯ মে’ত চন্দ্ৰই অৱস্তান কৰিছে মিথুন ৰাশিত৷ তাত পূৰ্বৰে পৰাই আছে বৃহস্পতি৷ ফলত এই দুই শুভ গ্ৰহৰ মিলনত সক্ৰিয় হৈছে শক্তিশালী গজকেশৰী ৰাজযোগ৷ এনে বিৰল সংযোগত জীৱনত হঠাৎ অৰ্থলাভ, সন্মান, সাফল্য আৰু ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা বাঢ়ে৷ আজিৰ এই যোগে কোন কোন ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে?

মেষ ৰাশি

আজি মেষ ৰাশিৰ বাবে এই যোগ শুভ৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত নেতৃত্বদানৰ ক্ষমতাই সকলোৰে নজৰ কাঢ়িব৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষইয়ো আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু বুজাপৰা বাঢ়িব৷ খং বা উত্তেজনাক নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ নিজকে সংযত ৰাখিব পাৰিলে সাফল্য নিশ্চিত৷

বৃষ ৰাশি

গজকেশৰী ৰাজযোগে বৃষ ৰাশিৰ জাতকৰ ব্যক্তিত্বত বিশেষ আকৰ্ষণীয় কোনো পৰিবৰ্তন ঘটাব পাৰে৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷ অৰ্থনৈতিক দিশো মজবুত হ’ব পাৰে৷ কৰ্মজীৱনত বৃহৎ সাফল্যৰ পথ খুলি যাব পাৰে৷ চাকৰিয়ালৰ মাজত পদোন্নতিৰ সম্ভাৱনা আছে৷ নিজকে নমনীয় কৰক, সেয়াই বুদ্ধিমানৰ কাম৷

মিথুন ৰাশি

এই শুভ ৰাজযোগ মিথুন ৰাশিতেই তৈয়াৰ হৈছে৷ সেয়ে এই ৰাশিৰ জাতকে সকলোতকৈ বেছি সুফল পাব পাৰে৷ জীৱনত একাধিক ইতিবাচক পৰিবৰ্তন অহাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰে৷ পঢ়ুৱৈসকলৰ বাবেও এই দিনটো অনুকূল৷ অৰ্থনৈতিক অৱস্থান শক্তিশালী থাকিব৷ দাম্পত্য জীৱনত সুখ লাভ কৰিব৷

সিংহ ৰাশি

মঙ্গলবাৰে গঠিত এই গজকেশৰী যোগে সিংহ ৰাশিৰ জাতকৰ বাবে আকস্মিক অৰ্থলাভৰ সম্ভাৱনা তৈয়াৰ কৰিছে৷ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল হিচাপে পদোন্নতিৰ সুযোগ আহিব পাৰে৷ কাম বা চাকৰিৰ সূত্ৰে ভ্ৰমণৰ সম্ভাৱনাও আছে৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ জীৱনত এই শুভ যোগে আৰাম, সুখ, বিলাসিতা বঢ়োৱাত সহায় কৰিব৷ আৰ্থিক সমস্যাৰ সমাধান হব পাৰে৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ চাকৰি পৰিবৰ্তনৰ ইচ্ছা পূৰণ হব পাৰে৷ বৰ্তমানৰ কৰ্মক্ষেত্ৰত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব পাৰে৷ বিশেষকৈ শিক্ষা আৰু জ্ঞানচৰ্চাৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় অত্যন্ত শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

May 19, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

May 19, 2026
Next Post
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন