• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

4 months ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

15 minutes ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

52 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

1 hour ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

3 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

editor by editor
May 21, 2026
in জীৱনশৈলী
0
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত ৰাহুক এক ৰহস্যময় আৰু ছায়াগ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ যিয়ে আকস্মিক, অপ্ৰত্যাশিত লাভ বা ক্ষতি দুয়োটাই কৰিব পাৰে৷ যেতিয়া ৰাহুৱে তাৰ গতিপথ সলনি কৰে তেতিয়া সমস্ত ১২ ৰাশিৰ জীৱনলৈ পৰিবৰ্তন আহে৷ ২০২৬ চনৰ ৩১মে ত ৰাহুৱে এক গুৰুত্বপূৰ্ণ নক্ষত্ৰ গোচৰৰ মাজেৰে পাৰ হ’ব৷

পঞ্চাঙ্গ অনুসৰি ৰাহুৱে শতভিষা নক্ষত্ৰৰ দ্বিতীয় পদৰ পৰা তাৰ প্ৰথম পদত প্ৰৱেশ কৰিব৷ ৰাহুৱে প্ৰায় ৬৪দিন এই পদত থাকিব৷ এই ৰাহু গোচৰ তিনিটা নিৰ্দিষ্ট ৰাশিৰ জাতক জাতিকাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব বুলি ধাৰণা কৰা হৈছে৷ যিয়ে কৰ্মজীৱন আৰু আৰ্থিক উভয় ক্ষেত্ৰতেই উল্লেখযোগ্য সুবিধা দিব৷ জানি থওক কোন কোন ৰাশিৰ বাবে আগন্তুক ৬৪ দিন শুভ হ’ব?

মিথুন ৰাশি

ৰাহুৰ গতিপথৰ এই পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ কৰ্মজীৱনতো উন্নতি কৰিব৷ এই সময়ত কৰ্মৰত ব্যক্তিৰ পদোন্নতি বা অগ্ৰগতি হ’ব পাৰে৷ যিসকলে দীৰ্ঘদিন ধৰি নতুন চাকৰি বিচাৰি আছে তেওঁলোকে ভাল সুযোগ পাব৷ ব্যৱসায়ীসকলেও এই সময়ত এক গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰিব পাৰে৷ যাৰ ফলত প্ৰচুৰ মুনাফা লাভ কৰিব পাৰে৷ বিলম্বিত আৰু অমীমাংসিত কাম দ্ৰুত সম্পন্ন হ’ব৷ এই সময়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও শিক্ষাত অগ্ৰগতি কৰিব৷

তুলা ৰাশি

ৰাহুৰ এই নক্ষত্ৰ পৰিবৰ্তন তুলা ৰাশিৰ জাতকৰ জাতিকাৰ বাবে উন্নতিৰ নতুন দ্বাৰ উন্মোচন কৰিব৷ নতুন দায়িত্ব লাভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত আপুনি নতুন আৰু ডাঙৰ দায়িত্ব পাব পাৰে৷ যিয়ে আপোনাৰ কৰ্মজীৱনক নতুন উচ্চতালৈ লৈ যাব৷ আপোনাৰ আৰ্থিক অৱস্তাৰ উল্লেখযোগ্য উন্নতি হব৷ ৰৈ থকা অৰ্থ উদ্ধাৰ কৰিব পাৰে৷ পৈতৃক সম্পত্তিৰ পৰা লাভৱান হোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ পাৰিবাৰিক সম্পৰ্ক আৰু মধুৰ হ’ব আৰু পাৰস্পৰিক বুজাপৰা উন্নত হ’ব৷ প্ৰেম জীৱনো সুখৰ হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শতভিষা নক্ষত্ৰৰ প্ৰথম স্থানত ৰাহুৰ প্ৰৱেশ অত্যন্ত বিশেষ হ’ব৷ আপোনাৰ কটোৰ পৰিশ্ৰমৰ ফল আপুনি লাভ কৰিব৷ সাফল্য আৰু স্বীকৃতি পাব পাৰে যাৰ বাবে আপুনি ইমানদিনে অপেক্ষা কৰিছিল৷ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ যিয়ে আপোনাৰ মূল্যায়ন বা পৰ্যালোচনাৰ পথ প্ৰশস্ত কৰিব৷ ব্যৱসায়ীয়ে ডাঙৰ চুক্তি কৰিব পাৰে৷ যাৰ ফলত অৰ্থৰ প্ৰবাহ বাঢ়িব৷ আৰ্থিকভাৱে আপুনি আৰু স্থিতিশীল বোধ কৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব৷ ৰাহুৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ আপোনাৰ কুণ্ডলীত ৰাহুৰ অৱস্থান বেয়া থাকিলে এইসমূহ প্ৰতিকাৰ কৰিব পাৰে৷

মহাদেৱৰ শৰণ লওকঃ ৰাহুৰ অশুভ প্রভাৱ দূৰ কৰিবলৈ নিয়মিত ভগৱান শিৱ আৰু কাল ভৈৰৱৰ পূজা কৰক৷ প্ৰতিদিনে শিৱলিংগত পানী অৰ্পণ কৰা অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷

দানঃ ভগৱান ৰাহুক প্ৰসন্ন কৰিবলৈ কোনো অভাৱী ব্যক্তিক কলা তিল, সৰিয়হৰ তেল বা কলাবস্ত্ৰ দান কৰক৷

পশুসেৱাঃ প্ৰতিদিনে কলা কুকুৰত ৰুটি খুৱাওক৷ চৰাইক খাদ্য খোৱাওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.