ৰাস্তাৰে বাহন চলোৱাৰ সময় প্ৰত্যেক ব্যক্তিয়েই ট্ৰেফিকৰ নিয়ম মানি চলিব লাগে৷ আৰু চালকে যাতে সমস্ত নিয়ম সঠিকভাৱে মানি চলিছেনে সেয়া নিশ্চিত কৰাৰ বাবেই ৰাস্তাত ট্ৰেফিক পুলিছ থাকে৷ সাধাৰণতে ট্ৰেফিক পুলিছৰ ইউনিফৰ্ম প্ৰায় বগাই থাকে৷ আমাৰ ৰাজ্যতো ট্ৰেফিক আৰক্ষীয়ে বগা ইউনিফৰ্মেই পৰিধান কৰে৷ কিন্তু ইয়াতেই বহুতৰে মনত প্ৰশ্ন আহে ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্ম কিয় বগা? বেছিভাগ ৰাজ্যৰেই ট্ৰেফিক আৰক্ষীয়ে বগা ইউনিফৰ্ম কিয় পৰিধান কৰে? এয়া কোনো চৰকাৰী নিয়ম নে ইয়াৰ আঁৰত আছে বিশেষ কাৰণ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















