• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

5 months ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

30 minutes ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

2 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

2 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

3 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

4 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

5 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

6 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

6 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

19 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

19 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

editor by editor
May 21, 2026
in জীৱনশৈলী, বাণিজ্য
0
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পঞ্জাৱ নেশ্ব্যনেল বেংকৰ গ্ৰাহকৰ বাবে আহিছে ভাল সুযোগ৷ দেশৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক পিএনবিয়ে তেওঁলোকৰ ফিক্সড ডিপোজিট একাউণ্টত আকৰ্ষণীয় সুদৰ হাৰ দিছে৷ এই চৰকাৰী বেংকে গ্ৰাহকৰ বিভিন্ন ম্যাদৰ FD স্কিমত ৩শতাংশৰ পৰা ৭.৪০ শতাংশ পৰ্যন্ত সুদ দিছে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে ন্যূনতম ৭দিনৰ বাবেও FD একাউণ্ট খুলিব পাৰে৷ ইয়াৰোপৰি এই বেংকত সৰ্বোচ্চ ১০ বছৰৰ ম্যাদত FD কৰা সম্ভৱ৷
৪৪৪ দিনৰ ম্যাদৰ FD স্কিমত সকলোতকৈ বেছি সুদ দিছে পিএনবি বেংকে৷ তেওঁলোকৰ ৪৪৪ দিনৰ স্পেছিয়েল FD স্কিমত সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ এই স্কিমত সাধাৰণ নাগৰিকৰ বাবে ৬.৬০ শতাংশ চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ৮০ বছৰৰ বেছি বয়সীয়া অতি প্ৰবীণ নাগৰিকৰ বাবে ৭.৪০ শতাংশ সুদ প্ৰদান কৰা হৈছে৷ ইয়াৰোপৰি পিএনবিৰ ৩০৪ দিনৰ পৰা ১ বছৰৰ ম্যাদৰ FD স্কিমত ৫.৬০ শতাংশৰ পৰা ৬.৪০ শতাংশ পৰ্যন্ত সুদ দিছে৷ এই ম্যাদৰ এফ ডিত সাধাৰণ নাগৰিকে লাভ কৰিছে ৫.৬০ শতাংশ, চিনিয়ৰ নাগৰিকে ৬.১০শতাংশ আৰু অতি প্ৰবীণ নাগৰিকে পাইছে ৬.৪০ শতাংশ সুদৰ সুবিধা৷

৩০৪ দিনৰ এফ ডিত ৩০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব?

পঞ্জাৱ নেশ্ব্যনেল বেংকে ৩০৪ দিনৰ এফ ডি স্কিমত যদি ৩লাখ টকা জমা কৰে তেন্তে সাধাৰণ নাগৰিকে ১৪,২২২ টকা সুদসহ মুঠ ৩১৪২২২ টকা পাব৷ একেদৰে এই স্কিমত ৩ লাখ টকা জমা কৰিলে চিনিয়ৰ চিটিজেনে ১৫৫১৪ টকা সুদসহ মুঠ ৩১৫,৫১৪ টকা পাব আৰু অতি প্ৰবীণ নাগৰিকে ১৬,২৯২ টকা নিৰ্দিষ্ট সুদসহ মুঠ ৩১৬,২৯২ টকা পাব৷
উল্লেখ্য যে এফ ডি একাউণ্টকেই সকলোতকৈ নিৰাপদ বিনিয়োগ হিচাপে ধৰা হয়৷ কাৰণ নিৰ্দিষ্ট সময়ৰ শেষত ইয়াত স্থিৰ সুদৰ সৈতে সম্পূৰ্ণ ধনেই লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

October 23, 2026
Next Post
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.