• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

5 months ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

28 minutes ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

1 hour ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

2 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

3 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

3 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

5 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

5 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

18 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

19 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

20 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

20 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

editor by editor
May 21, 2026
in জীৱনশৈলী
0
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
0
SHARES
872
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাম্পত্যৰ সম্পৰ্কক সমাজৰ ভিত্তি হিচাপে বহুতেই ধাৰণা কৰে৷ সেয়ে অনাত্মীয় নাৰী পুৰুষ একেলগে থাকিবলৈ হ’লে সামাজিক বা আইনী ছিলমোহৰৰ প্ৰয়োজন৷ এই ছিলমোহৰৰ নামেই বিবাহ বন্ধন৷ কিন্তু যুগ সলনি হৈছে, সলনি হৈছে মানুহৰ ধ্যান ধাৰণাও৷ স্বামী-স্ত্ৰীৰ তথাকথিত পৰিচয় অবিহনেও এতিয়া একেলগে থাকে বহু নাৰী-পুৰুষ৷ সমাজৰ কোনো কোনো স্তৰত লিভ-ইন সম্পৰ্কক লৈ এতিয়াও কিন্তু নাক কোচাই বহু সংখ্যক লোকেই৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকে কিন্তু বিবাহতকৈ লিভ ইন ৰিলেচনত থাকিহে ভালপায়৷ কোন কোন ৰাশিৰ জাতকে বিবাহতকৈ লিভ ইন ৰিলেছনত থাকি ভালপায়?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে বৈচিত্ৰ ভালপায়৷ একঘেয়ামী জীৱন এওঁলোকৰ একেবাৰেই পছন্দ নহয়৷ প্ৰয়োজনত সংগী পৰিবৰ্তন কৰা সহজ বুলি বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকি ভালপায় এই ৰাশিৰ জাতকে৷ বিবাহ এওঁলোকৰ বাবে এখন বান্ধোনৰ পৃথিৱী৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক মনত দিশৰ পৰা অত্যন্ত ৰোমাণ্টিক৷ এওঁলোকে সংগীৰ সৈতে খুব মধুৰ সম্পৰ্ক বিচাৰে৷ বিবাহতকৈ এওঁলোকৰ পছন্দ হৈছে লিভ-ইন ৰিলেছন৷ সেয়ে বিবাহৰ সম্পৰ্কত থাকিবলৈ এই ৰাশিৰ লোক মুঠেও আগ্ৰহী নহয়৷ বৰং লিভ-ইন সম্পৰ্কত থাকি মুক্ত স্বাধীন জীৱন পছন্দ কৰে এইসকল লোকে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক এডভেঞ্চাৰ প্ৰিয়৷ এওঁলোক চাৰি দেৱালৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰে৷ বৰং জনাৰ আগ্ৰহে এওঁলোকক সকলোসময় ব্যাকুল কৰি ৰাখে৷ বেছিদিন একে স্থানত থাকিব নোৱাৰে এই ৰাশিৰ জাতক৷ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ বেয়া পায় আৰু নিজৰো ব্যক্তিস্বাধীনতাত অন্যৰ হস্তক্ষেপ নিবিচাৰে৷ বিবাহৰ কমিটমেণ্ট নহয়, লিভ-ইন সম্পৰ্কৰ মুক্ত জীৱনেই এওঁলোকৰ পছন্দ৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক অত্যন্চ স্বাধীনচেতীয়া৷ সমাজৰ ধৰা বন্ধা নিয়মৰ বাহিৰত গৈ জীয়াই থাকি ভালপায় এইসকল লোকে৷ নিজৰ স্বাধীনতা কুম্ভ ৰাশিৰ জাতকৰ অতি প্ৰিয়৷ সেয়ে বিবাহতকৈ লিভ-ইন সম্পৰ্কৰ প্ৰতি এওঁলোক বেছি আগ্ৰহী৷

মীন ৰাশি

মীন ৰাশিৰ জাতক অত্যন্ত দয়ালু আৰু এওঁলোকৰ মনত অন্যৰ প্ৰতি সমবেদনা থাকে৷ এওঁলোকে সম্পৰ্কৰ মাজত আৱেগ আৰু ঘনিষ্ঠতা বিচাৰে৷ লিভ-ইন সম্পৰ্কত বিবাহৰ দৰে দায়িত্ব নাথাকে সেয়ে এই ৰাশিৰ জাতকেও লিভ ইনত থাকিবলৈকে পছন্দ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?
জীৱনশৈলী

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

October 19, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
Next Post
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.