• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

3 weeks ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

17 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

2 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

3 hours ago
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

4 hours ago
প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

5 hours ago
আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

5 hours ago
জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

6 hours ago
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

7 hours ago
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

8 hours ago
১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

9 hours ago
হনুমানৰ পূজাত বহুলোকে কৰে ভুল! সুফল পাবলৈ কৰক এইদৰে পূজা

হনুমানৰ পূজাত বহুলোকে কৰে ভুল! সুফল পাবলৈ কৰক এইদৰে পূজা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

editor by editor
May 22, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত বন্ধ কৰা হ’ল কক’ৰচ জনতা পাৰ্টীৰ এক্স হেণ্ডেলৰ একাউণ্ট৷ বিগত কেইবাদিন ধৰি সামাজিকমাধ্যমত খুবেই জনপ্ৰিয় হৈ আছে সদ্য জন্মগ্ৰহণ কৰা এই ব্যঙ্গাত্মক ৰাজনৈতিক দলৰ একাউণ্টটো৷ ইনষ্টাগ্ৰামতো CJP ৰ ফলৱাৰ্ছৰ সংখ্যাই বিজেপি দলক চেৰাই গৈছে৷ শেহতীয়াকৈ ২১ মেৰ দিনটোত এক্স কৰ্তৃপক্ষই ভাৰতত একাউণ্ট বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়৷

এক্স হেণ্ডেলৰ তৰফৰ পৰা জনোৱা হৈছে যে এখন নিৰ্দিষ্ট দেশৰ কোনো চৰকাৰী সংস্থা বা আইনী ক্ষমতা আছে তেনে প্ৰতিষ্ঠানৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো নিৰ্দেশ আহিলে এই ধৰণৰ সিদ্ধান্ত লোৱা হয়৷ এইক্ষেত্ৰত একাউণ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ কেৱল এখন নিৰ্দিষ্ট দেশৰ ব্যৱহাৰকাৰীয়ে যাতে একাউণ্টটোৰ কনটেণ্ট চাব নোৱাৰে তাৰবাবে ব্যৱস্থা কৰা হয়৷ যাতে স্থানীয় আইন অমান্য নহয় সেয়া চিন্তা কৰিয়েই এই সিদ্ধান্ত লয় কৰ্তৃপক্ষই৷ বিশ্বৰ অন্যান্য দেশৰ মানুহে অৱশ্যে এই একাউণ্ট দেখা পাব৷ বিজ্ঞাপ্তিত কোৱা হৈছে এই ধৰণৰ নিষেধাজ্ঞা বা ব্লক কেৱলমাত্ৰ সেই নিৰ্দিষ্ট দেশ বা এলেকাতেই সীমাবদ্ধ থাকিব৷ তাৰ চৰকাৰ বা আইনী কৰ্তৃপক্ষই এই নিৰ্দেশ দিছে অথবা য’ত একাউণ্টটোৰ কনটেণ্টে স্থানীয় আইন ভংগ কৰিছে৷

বেকাৰ তৰুণ তৰুণীসকলৰ একাংশই পইতাচোৰাৰ দৰে আচৰণ কৰিবলৈ লৈছে বুলি ১৫ মেত এক মন্তব্য কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই৷ ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপেই ককৰ’চ জনতা পাৰ্টীৰ যাত্ৰা আৰম্ভ হয় সামাজিক মাধ্যমত৷ জেন জিৰ মাজত বিপুল জনপ্ৰিয় হৈ পৰে এই ভাৰ্চুৱেল মঞ্চ৷ বিগত পাঁচ দিনত ইনষ্টাগ্ৰামত এই মঞ্চৰ ফলৱাৰ্ছৰ সংখ্যা হৈছে ১৪ মিলিয়ন৷ যি বিজেপিতকৈ প্ৰায় ৫০ লাখ বেছি৷

এই ব্যঙ্গাত্মক মঞ্চৰ নেপথ্যত আছে ৩০ বছৰীয়া এজন যুৱক অভিজিৎ দীপক৷ তেওঁ বৰ্তমান আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ জনসংযোগকল লৈ স্নাতকোত্তৰৰ পঢ়াশুনা কৰিছে৷ ইয়াৰ পূৰ্বে তেওঁ ২০২০ৰ পৰা ২০২৩ চনৰ ভিতৰত আম আদমী পাৰ্টীৰ সামাজিকমাধ্যম শাখাৰ সৈতে যুক্ত আছিল অভিজিৎ৷ তেওঁ জনাইছে যে দেশৰ যুৱসমাজৰ ভাৱনা, তেওঁলোকৰ প্ৰতিবাদ তুলি ধৰোতেই নতুন প্লেটফৰ্ম গঢ়াৰ ভাৱনা মনলৈ আহে তেওঁ৷

বিভিন্ন সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত অভিজিতে কৈছে, ‘সন্মানীয় মুখ্য ন্যায়াধীশৰ মন্তব্যৰ বিৰুদ্ধে কমবয়সীয়া যুৱসমাজৰ প্ৰতিবাদী কণ্ঠ তুলি ধৰিব জনতা পাৰ্টীয়ে৷ মুখ্য ন্যায়াধীশে সংবিধান, বাক স্বাধীনতাৰ ৰক্ষক৷ তেওঁৰ পৰা এনে মন্তব্য কাম্য নহয়৷ কমবয়সীয়া যুৱসমাজক সমালোচনা কৰিবলৈ এইধৰণৰ বাক্য ব্যৱহাৰ কৰাটো উচিত নহয়৷

অভিজিতে জনাইছে যে ককৰ’চ জনতা পাৰ্টীয়ে ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু জাতি বিদ্বেষবৰ্জিত সংগঠন৷ এই সংগঠন মহাত্মা গান্ধী, বাবাছাহেৱ অম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৰ আদৰ্শ অনুসৰণ কৰি চলিব৷ এই সংগঠনত যোগদানৰ বাবে অৱশ্যে চাৰিটা চৰ্ত আছে৷ বেকাৰ, এলেহুৱা, অনলাইনত বহু সময় ব্যয় কৰা আৰু ভালকৈ সমালোচনা কৰিব পৰা ক্ষমতা থকা ব্যক্তিয়ে ইয়াত যোগ দিব পাৰিব৷

অভিজিতে এই দলৰ এখন ইস্তাহাৰো প্ৰকাশ কৰিছে৷ পাঁচ দফাত থকা দাবীসমূহ হৈছে

১. আসনৰ সংখ্যা নবঢ়াই সংসদত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ কৰিব লাগিব৷

২. দল সলনি কৰা বিধায়ক আৰু সাংসদে ২০ বছৰ নিৰ্বাচনত অংশ ল’ব নোৱাৰিব৷

৩. অৱসৰৰ পাছত ৰাজ্যসভাত স্থান দিয়া নহ’ব ন্যায়ধীশসকলক৷

৪. বৈধ ভোটাৰ বাদ পৰিলে গ্ৰেপ্তাৰ কৰিব লাগিব মুখ্য নিৰ্বাচন কমিছনক৷

৫. গোদি মিডিয়াৰ এংকৰসকলৰ বেংক একাউণ্ট তদন্তৰ আওঁতালৈ আনিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে
বিশ্ব

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

June 9, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

June 9, 2026
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

June 9, 2026
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই
জীৱনশৈলী

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

June 9, 2026
Next Post
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.