• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

6 months ago
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

16 minutes ago
Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

36 minutes ago
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

1 hour ago
দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

3 hours ago
জানক কেনে যাব আপোনাৰ দিনটো

জানক কেনে যাব আপোনাৰ দিনটো

3 hours ago
ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

11 hours ago
এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

12 hours ago
টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

13 hours ago
সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

13 hours ago
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

14 hours ago
টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি দি কি ক’লে ভেংকট প্ৰভূৱে

editor by editor
May 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমাৰ নায়কৰ পৰা তেওঁ এতিয়া ৰাজনেতা৷ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছে অভিনেতাৰ পৰা নেতা হোৱা থালাপতি বিজয়ে৷ ২০২৬ চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছে ছুপাৰষ্টাৰ থালাপতি বিজয়৷ এই জয় জানো এদিনতে আহিছে৷ এই জয়ৰ আঁৰত আছে বহু বছৰীয়া প্ৰচেষ্টা৷ চিনেমাৰ জগতত ৰাজনৈতিক প্ৰসংগ অহাৰ পৰা আৰম্ভ কৰি সামাজিক অবিচাৰৰ বিৰুদ্ধে বিনাদ্বিধাই জঁপিয়াই পৰালৈকে৷ লাহে লাহে তেওঁ অভিনেতাৰ পৰা নেতা হোৱাৰ দিশেৰে এনেকৈয়ে যাত্ৰা আৰম্ভ কৰিছিল৷

এজন শিল্পী হিচাপে ২০২৪ চনত তেওঁ শেষবাৰ কেমেৰাৰ সন্মুখত থিয় দিছিল৷ দ্যা গ্ৰেটেষ্ট অফ অল টাইম এই ছবিত নায়কৰ ভূমিকাত অভিনয় কৰিছিল থালাপতি বিজয়ে৷ তাৰপিছতেই তেওঁ ঘোষণা কৰিছিল যে তেওঁ আৰু চিনেমা জগতত নাথাকে৷ কিন্তু কোনোৱে ভৱা নাছিল এই চিনেমাত তেওঁ ব্যৱহাৰ কৰা বাহনত থকা বিশেষ নম্বৰৰ বিশেষ দিনটোতেই যে তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী হ’ব৷ অভিনয়ক বিদায় দিলেও এনেকৈ ৰাজনীতিত দল খুলি বিজয়ৰ উত্থান ঘটিব সেয়া সপোনৰো অগোচৰ আছিল চিনেমাৰ সৈতে জড়িত প্ৰায়সকল ব্যক্তিৰেই৷ কিন্তু বিজয়ে চিনেমাত তেওঁ ব্যৱহাৰ কৰা বিশেষ নম্বৰপ্লেটৰ দিনটোতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ দেখুৱালে৷  বিজয় মুখ্যমন্ত্ৰী হোৱাৰ এই খবৰে সেয়ে সুখী কৰিছে তেওঁ কৰা শেষ চিনেমাৰ পৰিচালক ভেংকট প্ৰভুকো৷ সেয়ে বিজয়ে কৰা শেষ চিনেমাৰ বিশেষ চৰ্চিত নম্বৰ প্লেট হাতত লৈ তেওঁ উপস্থিত হৈছে বিজয়ৰ বাসগৃহত৷

https://x.com/vp_offl/status/2056345278178054359?s=20

সোমবাৰে ভেংকটে বিজয়ক উপহাৰ হিচাপে দিছে বিজয়ৰ ঐতিহাসিক ৰাজনৈতিক ইনিংছৰ বিশেষ দিনটো সম্বলিত থকা এসই নম্বৰপ্লেট৷ নিজহাতে গ্ৰেটেষ্ট অফ গ’ডৰ পৰিচালকে বিজয়ৰ হাতত তুলি দিছে সেই বিশেষ নম্বৰপ্লেট TN-07-CM-2026, বিজয়ে মুখ্যমন্ত্ৰী পদ লাভ কৰাৰে পৰাই চৰ্চাত আছিল এই বিশেষ নম্বৰ প্লেটখন৷ ছচিয়েল মিডিয়াত বিজয়ৰ হাতত এই নম্বৰপ্লেটখন তুলি দি তেওঁ লিখিছে, ‘এক ইতিহাস ৰচিত হ’ল৷ এটা ভাৱনাৰ পৰা সপোন আৰু অৱশেষত এয়া বাস্তৱত আমি এই স্থানত থিয় হৈছো৷ মাননীয় মুখ্যমন্ত্ৰী বিজয়ৰ হাতত এই ফলক তুলি দিব পাৰি মই আনন্দিত৷ এয়াতো আৰম্ভণিহে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…
জীৱনশৈলী

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

November 20, 2026
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান
বিনোদন

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

November 20, 2026
দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ
বিশ্ব

দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

November 20, 2026
জানক কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ দিনটো

November 20, 2026
Next Post
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.