• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

4 months ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

1 hour ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

2 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

3 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

4 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

5 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

6 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

7 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

7 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

editor by editor
May 22, 2026
in জীৱনশৈলী
0
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন
0
SHARES
994
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ষষ্ঠ মাহ জুন জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা অত্যন্ত ঐতিহাসিক আৰু অলৌকিক হ’ব৷ এই মাহত গ্ৰহৰ এক বিৰল সংস্থান বা বিন্যাস ঘটিব যিয়ে বহু ৰাশিৰ জাতক জাতিকাৰ সুপ্ত ভাগ্যক জগাই তুলিব পাৰে৷ জুন মাহত ধন সম্পদৰ দেৱতা বৃহস্পতি, শুক্ৰ, গ্ৰহৰাজ সূৰ্য, শক্তিৰ কাৰক মঙ্গল আৰু বুদ্ধিৰ দাতা বুধ এই গুৰুত্বপূৰ্ণ গ্ৰহসমূহৰ উল্লেখযোগ্য গোচৰ বা অৱস্থান পৰিবৰ্তনো দেখা যাব৷

গ্ৰহৰ এই বিশাল পৰিবৰ্তন বা গোচৰৰ ফলত এই মাহত তিনিটা অত্যন্ত শক্তিশালী আৰু শুভ যোগ সৃষ্টি হ’ব৷ গজলক্ষ্মী যোগ, হংস ৰাজযোগ আৰু ৰুচক ৰাজযোগ৷ এই যোগসমূহৰ প্ৰভাৱত নিৰ্দিষ্ট কিছু ৰাশিৰ জাতক জাতিকাই কৰ্মজীৱনত অভূতপূৰ্ব সাফল্য, পদোন্নতি, ব্যৱসায়ত বিপুল লাভ আৰু আকস্মিক আৰ্থিক প্ৰাপ্তিৰ যোগ আছে বুলি আশা কৰা হৈছে৷ জানি থওক প্ৰধান গ্ৰহগত পৰিবৰ্তনৰ প্ৰভাৱ মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিৰ ওপৰত কেনে হ’ব পাৰে?

মেষ ৰাশি

সাৱধানে ভৰি দিয়াৰ সময়৷ ২০২৬ চনৰ জুন মাহ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰ অভিজ্ঞতাৰ মাহ হ’ব৷ ৰাহু আৰু কেতুৰ অৱস্থানৰ কাৰণে আপুনি কিছু খিঙখিঙীয়া মেজাজৰ বা ক্ৰুদ্ধ হৈ উঠিব পাৰে৷ এই প্ৰৱণতা এৰাই চলিব৷ অৱশ্যে এই সময়ত আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কামৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব৷

কৰ্মজীৱন আৰু ব্যৱসায়ত চাপ সামান্য বৃদ্ধি পাব পাৰে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ সুফল পাবলৈ কিছু পলম হ’ব পাৰে৷ সেয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বা সমন্বয় বজায় ৰখাৰ চেষ্টা কৰক৷ অৰ্থ সংক্ৰান্তিয় বিষয়সমূহত আপুনি কিছু সতৰ্ক হৈ থাকিব লাগিব৷ হঠাৎ কিছু ডাঙৰ খৰচ আহিব পাৰে৷ যিয়ে আপোনাৰ পূৰ্বনিৰ্ধাৰিত বাজেটক খেলিমেলি কৰিব পাৰে৷ অপ্ৰয়োজনীয় বিলাসিতামূলক খৰচ এৰাই চলক৷

জীৱনসংগীৰ সৈতে তৰ্ক বিতৰ্ক হ’ব পাৰে৷ সেয়ে ধৈৰ্য্যশীল হৈ থাকক৷ নিজৰ মেজাজ শান্ত ৰাখক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতেও শান্ত আৰু সংযতভাৱে কথাবাৰ্তা পাতক৷ মানসিক চাপ, শাৰীৰিক দুৰ্বলতাৰ সমস্যাই দেখা দিব পাৰে৷ শাৰীৰিকভাৱে সুস্থ সতেজ থাকিবলৈ যোগব্যায়াম আৰু ধ্যানৰ অভ্যাস কৰক৷

বৃষ ৰাশি

ভাগ্য সুপ্ৰসন্ন হ’ব৷ উল্লেখযোগ্য প্ৰাপ্তি৷ বৃষ ৰাশিৰ জাতকৰ বাবে জুন মাহ অত্যন্ত ইতিবাচক আৰু শুভ ফলদায়ক হিচাপে প্ৰমাণিত হব৷ শনি আৰু বৃহস্পতি গ্ৰহৰ শুভ অৱস্থানৰ ফলত আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰিবৰ্তন সূচিত হ’ব৷

যিসকলে চাকৰি কৰিছে তেওঁলোকে এই মাহত কৰ্মক্ষেত্ৰত নতুন আৰু অত্যন্ত আকৰ্ষণীয় সুযোগ সুবিধা বা প্ৰস্তাব পাব পাৰে৷ ব্যৱসায়ীয়ে কোনো ডাঙৰ বা অত্যন্ত লাভজনক চুক্তি বা ডিল চূড়ান্ত কৰিবলৈ সক্ষম হ’ব পাৰে৷ কামৰ প্ৰয়োজনত বা পেছাগত কাৰণত ভ্ৰমণ কৰিব পাৰে৷ যি আপোনাৰ বাবে অত্যন্ত সুফলদায়ক হ’ব৷

আৰ্থিক বা অৰ্থনৈতিক দিশৰ পৰা এই সময় আপোনাৰ বাবে অত্যন্ত চমৎকাৰ আৰু শুভ৷ হঠাৎ আৰ্থিক লাভ আৰু সঞ্চয় বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা আছে৷ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ আহিব৷ পাৰিবাৰিক পৰিবেশ আনন্দদায়ক আৰু সহযোগিতামূলক থাকিব৷ এই মাহত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি বা এনাৰ্জিৰ মাত্ৰ বাঢ়িব৷ শৰীৰ স্বাস্থ্য ভালেই থাকিব৷ কেৱল নিজৰ খাদ্যভাষ সুষম ৰখাৰ চেষ্টা কৰক৷

মিথুন ৰাশি

উন্নতিৰ সৈতে সন্মান আৰু মৰ্যাদা বাঢ়িব৷ ২০২৬ চনৰ জুন মাহ মিথুন ৰাশিৰ বাবে বেছ অনুকূল হ’ব পাৰে৷ যদিও কামৰ চাপ কিছু বৃদ্ধি পাব কিন্তু বুধ গ্ৰহৰ কৃপাত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু আত্মবিশ্বাস উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপুনি বিশেষ সন্মান আৰু কদৰ লাভ কৰিব৷ যিসকলে চাকৰিত কৰ্মৰত আছে তেওঁলোকে পদোন্নতি বা নতুন কোনো দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত নতুন নতুন সুযোগৰ দ্বাৰ উন্মুক্ত হব৷ মানসিক চাপক নিজৰ ওপৰত পৰিবলৈ নিদিব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা বা পৈতৃক সম্পত্তিৰ পৰা উল্লেখযোগ্য পৰিমাণে অৰ্থ লাভৰ সম্ভাৱনা আছে৷ গৃহস্থালি বা পাৰিবাৰিক প্ৰয়োজনত খৰচ কিছু বাঢ়িব পাৰে৷ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু গভীৰ হ’ব৷ অহংকাৰ বা ক্ৰোধক দূৰৈত ৰখাটো অত্যন্ত জৰুৰী৷ অন্যথা পাৰিবাৰিক সুখ শান্তি বিঘ্নিত হ’ব৷ পৰিয়ালৰ আভ্যন্তৰত সৰু সৰু মতবিৰোধে দেখা দিব পাৰে৷ যিয়ে আপুনি নিজৰ বিচক্ষণতাৰে সমাধান কৰিব পাৰিব৷  কামৰ অত্যধিক চাপৰ কাৰণে আপোনাৰ কান্ধ, ডিঙি কিংবা ভৰিত বিষ অনুভূত হ’ব পাৰে৷ যোগব্যায়াম বা নিয়মিত শৰীৰচৰ্চা কৰিলে উপশম পাব৷

কৰ্কট ৰাশি

সাফল্য আহিব৷ জুন মাহ কৰ্কট ৰাশিৰ বাবে মিশ্ৰ অভিজ্ঞতাৰ মাহ হ’বষ পূৰ্বৰ বিভিন্ন সমস্যা আৰু সংকটৰ পৰা এই মাহত আপুনি স্বস্তি লাভ কৰিব৷ শনি গ্ৰহৰ প্ৰভাৱত মাহৰ আৰম্ভণিৰ দিশত আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত কিছু উত্থান পতন দেখা পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ বদলি বা চাকৰি পৰিবৰ্তনৰ সম্ভাৱনা আছে৷ যিসকলে দীৰ্ঘদিন ধৰি বিদেশলৈ যোৱাৰ সপোন দেখিছে তেওঁলোকৰ সেই সপোন এই মাহত পূৰণ হ’ব পাৰে৷ ১৫ জুনৰ পৰবৰ্তী সময়ত আপোনাৰ কৰ্মজীৱনৰ বাবে অধিকতৰ শুভ আৰু অনুকূল হ’ব আৰু নতুন নতুন সুযোগ আহিব৷ আৰ্থিক অৱস্থা যদি চাই তেন্তে দ্বিতীয়াৰ্ধত খৰচ হঠাৎ বাঢ়ি যাব পাৰে৷ যিয়ে আপোনাৰ মাহিলী বাজেটৰ ওপৰত কিছু চাপ সৃষ্টি কৰিব৷ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
Next Post
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.