• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

1 month ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

2 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

39 minutes ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

14 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

15 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

16 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

20 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

editor by editor
May 22, 2026
in জীৱনশৈলী, বাণিজ্য
0
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
চাকৰিয়েই হওক বা ব্যৱসায়, ভৱিষ্যতৰ বাবে ধন সংৰক্ষণ কৰাটো খুবেই জৰুৰী৷ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিলেও মুদ্ৰাস্ফীতিৰ কথাটোও মূৰত ৰখা জৰুৰী৷ অৱসৰী জীৱন যাতে নিৰ্বিঘ্নে পাৰ হয় তাৰবাবেই এই বিনিয়োগৰ প্ৰয়োজন৷ বিনিয়োগ কৰাৰ বাবে বহুতেই নিৰাপদ মাধ্যম হিচাপে এতিয়া বাচি লয় SIPক৷ SIPত ভাল ৰিটাৰ্ণো পোৱা যায়৷
বিনিয়োগ এক্সপাৰ্ট বা বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা টকা ৰিটাৰ্ণ হিচাপে পোৱা যায়৷ বৰ্তমান বজাৰত বহুধৰণৰ বিনিয়োগ বিকল্প আছে৷ চৰকাৰী স্কিম, বণ্ড, ফিক্সড ডিপজিটত গেৰেণ্টিযুক্ত ৰিটাৰ্ণ থাকে৷ কিন্তু এইসমূহত ৰিটাৰ্ণ SIPতকৈ কম৷ সেয়ে আজিকালি বিনিয়োগৰ অন্যতম জনপ্ৰিয় মাধ্যমেই হৈছে SIP বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন৷ প্ৰকৃততে ইয়াৰ মাধ্যমেৰে নিয়মিতভাৱে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা সম্ভৱ৷ এইক্ষেত্ৰত অৱশ্যে কিছু ভয়ো থাকে বিনিয়োগকাৰীৰ৷ কাৰণ এয়া শ্বেয়াৰ বজাৰৰ সৈতে যুক্ত৷ ৰিটাৰ্ণৰ নিশ্চিত সীমা অৱশ্যে ইয়াত নাথাকে৷ কিন্তু SIPত বিনিয়োগ কৰি বৰ্তমানলৈকে কাৰো লোকচান হোৱা নাই৷
ধৰা হ’ল বৰ্তমান এজন ব্যক্তিৰ বয়স ৩০ বছৰ৷ তেওঁ ৫০ বছৰ বয়সত ২ কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব খুজিছে৷ সেইক্ষেত্ৰত বিনিয়োগৰ এই লক্ষ্যমাত্ৰা অৰ্জন কৰাৰ বাবে তেওঁ SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত নিয়মিত কিমান টকা বিনিয়োগ কৰিব লাগিব? মিউচুৱেল ফাণ্ডত ৰিটাৰ্ণৰ কোনো সীমা নাই৷ তথাপিও ৰিটাৰ্ণ ১২ শতাংশ হিচাপে ধৰি এই হিচাপ কৰা হৈছে৷
SIP কেলকুলেটৰ অনুসৰি ৩০ বছৰ বয়সীয়া কোনোৱে যদি ১২ শতাংশ ৰিটাৰ্ণৰ হিচাপত পৰবৰ্তী ২০ বছৰৰ বাবে SIP কৰে তেন্তে প্ৰতিমাহে অন্তত ২০১০০ টকা বিনিয়োগ কৰিব পাৰে৷ ২০ বছৰৰ পাছত অৰ্থাৎ নিজৰ বয়স ৫০ বছৰ হোৱাৰ সময়ত তেওঁৰ মুঠ ফাণ্ড হ’ব ২ কোটি ৮২ হাজাৰ ৮৭৩ টকা৷ কিন্তু কেনেকৈ? হিচাপ অনুসৰি আগন্তুক ২০ বছৰত সেই ব্যক্তিৰ মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৪৮ লাখ ২৪ হাজাৰ টকা৷ আৰু এই পৰিমাণৰ অৰ্থৰ পৰা ৰিটাৰ্ণ হিচাপে পাব ১ কোটি ৫২ লাখ ৫৮ হাজাৰ ৮৭৩ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.