• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

2 months ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

15 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

15 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

16 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

17 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

18 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

18 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

19 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

20 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

21 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

editor by editor
May 22, 2026
in জীৱনশৈলী
0
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি আজি তৈয়াৰ হৈছে গজকেশৰী ৰাজযোগ আৰু বুধাদিত্য যোগ৷ আৰু এই দুই দুৰ্লভ সংযোগে মানুহৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷ প্ৰকৃততে দেৱগুৰু বৃহস্পতি আৰু চন্দ্ৰৰ যুঁটি তৈয়াৰ হ’লে গজকেশৰী ৰাজযোগ তৈয়াৰ হয়৷ এই যোগে মান সন্মান আৰু সমৃদ্ধি কঢ়িয়াই আনে৷ অন্যহাতে সূৰ্য আৰু বুধৰ যুঁটিৰ বাবে তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ ই বুদ্ধি, কেৰিয়াৰ আৰু ব্যৱসায়ত বিৰাট সফলতা আনি দিব৷ এই দুই যোগত একত্ৰভাৱে মিলি ৫ ৰাশিৰ বাবে ভাল সময় কঢ়িয়াই আনিব৷ এই সকলো ৰাশিৰ জাতক আৰু জাতিকাৰ ৰৈ থকা কাম শেষ হ’ব৷ ইয়াৰোপৰি আৰ্থিক লাভ বাঢ়িব৷ আনকি কেৰিয়াৰতো উন্নতিৰ সম্ভাৱনা৷ সেয়ে দেৰী নকৰাকৈ জানি থওক ৫লাকী ৰাশি কি কি?

মেষ ৰাশি

এই ৰাশিৰ বাবে শুভ সময় আজি আৰম্ভ হ’ব৷ এই যোগৰ বাবে অফিচত সুনাম বাঢ়িব৷ সকলো কামতে সফল হ’ব৷ চিনিয়ৰৰ চাপৰ্ট পাব৷ ব্যৱসায়ত নতুন কোনো ডিল ফাইনেল হ’ব৷ ইয়াৰোপৰি ৰৈ থকা কাম এই সময়ত শেষ হ’ব৷ পুৰণি গোচৰৰ পৰা ৰেহাই পাব৷ সেয়ে ভাল সময় কটাবলৈ সাজু হওক৷

মিথুন ৰাশি

এই দুই যোগে টকাৰ সমস্যা শেষ কৰিব মিথুন ৰাশিৰ জাতকৰ৷ হাতলৈ ধন আহিব৷ কেৱল সেয়াই নহয় এই সময়ত বিনিয়োগ কৰিলেও বিৰাটেই লাভ পাব৷ চাকৰিত প্ৰমোছনৰ যোগ আছে৷ নতুন চাকৰিও পাব পাৰে৷ এই সময়ত সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷

সিংহ ৰাশি

এই ৰাশিৰ জাতক আৰু জাতিকাইয়ো গল্ডেন টাইমত প্ৰৱেশ কৰিছে৷ আপোনাৰ মান আৰু সন্মান বাঢ়িব৷ কেৰিয়াৰত গ্ৰোথ হ’ব৷ যিসকলে বহুদিন ধৰি কাম বিচাৰি আছিল তেওঁলোকে কাম পাব৷ কৰ্মক্ষেত্ৰত লিডাৰচিপ দিয়াৰ ক্ষমতা পাব৷ ৰৈ থকা কাম এইবাৰ শেষ হ’ব৷

তুলা ৰাশি

গজকেশৰী ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগত এই সময়ত শুভ সময় কটাব তুলা ৰাশিয়ে৷ চাকৰিত উন্নতি কৰিব৷ পুৰণি গোচৰৰ পৰা মুক্তি পাব৷ পৈতৃক সম্পত্তি লাভ কৰিব পাৰে৷ টকাৰ সমস্যা শেষ হ’ব৷ বেংক বেলেন্স বাঢ়িব৷ চিন্তাৰ কোনো কাৰণ নাই৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি বৃহস্পতি৷ যাৰ ফলত গজকেশৰী ৰাজযোগত ভাল সময় কটাব৷ এই সময়ত ভাগ্যৰ সম্পূৰ্ণ সংগ পাব৷ কেৰিয়াৰত উন্নতি কৰিব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ উচ্চ শিক্ষাত আগুৱাই যাব৷ এই সময়ত ব্যৱসায়ীসকলেও ভাল সময় কটাব৷ হাতলৈ ধন আহিব৷ পুৰণি ক্লায়েণ্টেও ভাল ৰিভিউ দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
Next Post
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.