• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

1 month ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

14 minutes ago
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

11 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

12 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

12 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

13 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

13 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

14 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

14 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

editor by editor
May 21, 2026
in জীৱনশৈলী, বাণিজ্য
0
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

SBI ৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ৷ চলিত মে মাহত ৬ দিন বন্ধ থাকিব বেংক৷ অৰ্থাৎ আপোনাৰ যদি বেংকত কোনো কাম থাকে তেন্তে আগতীয়াকৈয়ে জানি থওক যে সমগ্ৰ দেশতেই কাৰ্যকৰ হ’ব পাৰে এই বন্ধ৷ অনলাইন পৰিসেৱা অৱশ্যে চলি থাকিব৷ জনা গৈছে যে ২৩ মেৰ পৰা ৬ দিন এছ বি আইৰ সমস্ত ব্ৰাঞ্চ বন্ধ থাকিব পাৰে৷ অনলাইন পৰিসেৱা চলি থাকিব ফলত নেট বেংকিং. এটিএম, মোবাইল বেংকিং আৰু অন্যান্য ডিজিটেল পৰিসেৱাও ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু যদি এছ বিআইৰ ব্ৰাঞ্চত গৈ কাম কৰিবলগীয়া হয় তেন্তে ২৩ মেৰ আগত সম্পন্ন কৰাই ভাল৷

কিয় ৬ দিন বন্ধ থাকিব পাৰে SBI?

৬দিন বেংক বন্ধ থকাৰ সম্ভাৱনাৰ আঁৰত আছে সাপ্তাহিক ছুটী, প্ৰস্তাৱিত দুদিনৰ ধৰ্মঘট আৰু ঈদ৷ RBI ৰ ছুটিৰ কেলেণ্ডাৰ অনুসৰি জম্মু আৰু কাশ্মীৰত বকৰি ঈদৰ কাৰণে ২৭ আৰু ২৮ মে দুদিন বন্ধ থাকিব৷ ২৩ মেত মাহৰ চতুৰ্থ শনিবাৰ হোৱাত এই দিনটোত বেংক বন্ধ থাকিব৷ আকৌ ২৪ মে দেওবাৰ হোৱাৰ বাবে সমগ্ৰ দেশত এছ বি আইৰ শাখাসমূহ বন্ধ থাকিব৷ ফলত এই সপ্তাহত দুদিন সাপ্তাহিক ছুটি পৰিছে৷

কিয় আৰু কেতিয়া ধৰ্মঘট?

SBIৰ ষ্টাফ ফেডাৰেছনে ২৫ আৰু ২৬ মেত দুদিনৰ ধৰ্মঘটৰ সিদ্ধান্ত লৈছে৷ নিয়োগ আৰু নেশ্ব্যনেল পেঞ্চন চিষ্টেম ফাণ্ড মেনেজাৰসকলৰ নিৰ্বাচনসহ একাধিক বিষয়ক লৈ ধৰ্মঘটৰ সিদ্ধান্ত লৈছে৷ দেশজুৰি এছ বি আইৰ কৰ্মীসকলৰ প্ৰতিনিধিত্বকাৰী সংগঠন অল ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টাফ ফেডাৰেছন আউটছৰ্চিঙৰ মাধ্যমেৰে নিয়োগ, SBIত সমতা সংক্ৰান্তিয় বিষয়, কৰ্মজীৱনত উন্নতিৰ পৰিকল্পনাৰ পুনৰ্বিবেচনা, HRMS আৰু কৰ্মীসকলক প্ৰভাৱিত কৰা অন্যান্য সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷

বকৰি ঈদৰ ছুটি

RBIয়ে বকৰি ঈদ উপলক্ষে ছুটি ঘোষণা কৰিছে৷ দেশৰ কিছু অংশত ২৭ মে আৰু অন্য অংশত ২৮ মেত বকৰি ঈদ পালিত হ’ব৷ জম্মু আৰু কাশ্মীৰত দুদিনেই এই উৎসৱ উদযাপিত হোৱাৰ বাবে তাত দুদিন বেংক বন্ধ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?
জীৱনশৈলী

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 3, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!
বাণিজ্য

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

July 2, 2026
Next Post
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.