• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

5 months ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

14 minutes ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

1 hour ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

2 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

19 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

20 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

21 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

22 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

22 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

23 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

24 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

editor by editor
June 1, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাহেকীয়াৰ সময়খিনি মহিলাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে খোৱা-বোৱাত মহিলাসকলে যথেষ্ঠ গুৰুত্ব দিব লাগে। যদি ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে নিজৰ যতন নলয়, তেন্তে বিভিন্ন সংক্ৰমণত ভুগিব পাৰে। সেয়ে এই সময়চোৱাৰ নিজৰ ধ্যান ৰাখিবলা নাপাহৰিব।

ঋতুস্ৰাৱৰ বিষয়ে আজিও একাংশলোকে মুকলিকৈ কথা পাতিবলৈ টান পায় বা লাজ কৰে। যাৰ ফলত তেওঁলোকে নিজৰ বহুতো সমস্যা লুকাই ৰাখে। গতিকে সমাজৰ ভিতৰত সজাগতা আৰু সংবেদনশীলতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ।

মাহেকীয়াৰ সময়ত ব্যক্তিগত অংগসমূহৰ সঠিক যত্ন লৈ সংক্ৰমণ, ফোহা আৰু দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰে। টিপছবোৰ জানক,

সঘনাই পেড সলনি কৰক: আপোনাৰ স্ৰাৱ কম বা বেছি হ’লেও, প্ৰতি ৪ৰ পৰা ৬ ঘণ্টাৰ মূৰে মূৰে আপোনাৰ পেড বা টেম্পন সলনি কৰক।

সঠিকভাৱে ধুব: দিনটোত কমেও ৩-৪ বাৰকৈ ব্যক্তিগত অংশ সাধাৰণ, কুহুমীয়া পানীৰে ধুব লাগে। সন্মুখৰ পৰা পিছলৈ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।

চাবোন পৰিহাৰ কৰক: গুপ্তাংগ নিজে নিজে পৰিষ্কাৰ হয়, গতিকে ভিতৰত কেতিয়াও চাবোন, সুগন্ধিযুক্ত ধোৱা বা ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰিব।

শুকানকৈ ৰাখক: ধোৱাৰ পিছত পৰিষ্কাৰ কপাহী টাৱেল বা টিছু পেপাৰেৰে সেই ঠাইখিনি শুকুৱাই থ’ব লাগে, কিয়নো আৰ্দ্ৰতাই বেক্টেৰিয়াৰ জন্ম দিয়ে। ফলত খজুৱতি ৰঙা পৰা আদি হ’ব পাৰে।

কপাহী আণ্ডাৰৱেৰ পিন্ধক: এই সময়ত টাইট চিন্থেটিক কাপোৰ পিন্ধিব নালাগে। বায়ু চলাচল কৰিব পৰাকৈ সদায় ঢিলা, কপাহী আণ্ডাৰৱেৰ পিন্ধিব লাগে।

(অস্বীকাৰ- এই তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
Next Post
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ'জ আলী এনকাউণ্টাৰত নিহত

কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.