• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

3 weeks ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

10 minutes ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

1 hour ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

2 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

3 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

4 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

18 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

19 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ'জ আলী এনকাউণ্টাৰত নিহত

editor by editor
June 1, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্য জোঁকাৰি যোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ পিছতে এক্সন মুডত অসম আৰক্ষী। ২৪ ঘণ্টা নৌহওতে মূল অভিযুক্তক লক্ষ্য কৰি গৰজিল অসম আৰক্ষীৰ বন্দুক। আছু নেতাৰ প্ৰাণ কাঢ়ি লোৱা ঘাটক ৰ’জ আলীক আজি খেদি খেদি নলবাৰীৰ মুকালমুৱাৰ চৰত এনকাউণ্টাৰ কৰে।

যুৱতীয়ে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ৰ’জ আলী, হিতেশ আলীয়ে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। নলবাৰীৰ পূৱ কালাকুছি গাঁৱৰ ৰ’জ আলী আৰু হিতেশ আলীয়ে পলাতক হৈ আছিল। অৱশেষত অসম আৰক্ষীয়ে সন্ধান লাভ কৰি এনকাউণ্টাৰ কৰে মূল অভিযুক্তজনক। বৰ্তমান গুৰুতৰভাৱে আহত হৈছে ৰ’জ আলী। ৰাজপথত হিন্দু যুৱতীক প্ৰহাৰ কৰাৰ লগতে ককায়েক মাধুৰ্য বৰ্মনক হানি-খুচি হত্যা কৰিছিল ৰ’জ আলীয়ে। আৰক্ষীৰ ভয়ত মুকালমুৱাৰ চৰলৈ পলায়ন কৰিছিল অভিযুক্তঅ। কিন্তু আৰক্ষীৰ বন্দুক কাঢ়ি ল’বলৈ চেষ্টা কৰোতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। সংকটজনক অৱস্থাত নলবাৰী মেডিকেল কলেজলৈ নিয়ে যদিও , আধা অৱস্থাতে মৃত্যু হয়।

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই হিন্দু যুৱতীৰ সৈতে কৰা এনে কাণ্ডক লাভ জেহাদৰ আখ্যা দিছে একাংশই।  নলবাৰীৰ গংগাপুৰত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ পিছতে ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। শীঘ্ৰে দোষীক কৰায়ত্ত নকৰিলে নলবাৰীতে নহয়, সমগ্ৰ অসমতে প্ৰতিবাদৰ দিছিল হুংকাৰ। অৱশেষত চিকিৎসালয়তে মৃত্যুৰ খবৰ পোৱা গৈছে ৰ’জ আলীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 21, 2026
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
Next Post
কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ'ব বাম্পাৰ লাভ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.