• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

5 months ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

40 minutes ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

17 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

18 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

19 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

20 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

21 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

21 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

22 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

23 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

1 day ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

editor by editor
June 1, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত ইটোৰ পিছত সিটো সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ এক লোমহৰ্ষক কাণ্ডই কঁপাইছে নলবাৰী। দুই মিঞাই প্ৰাণ কাঢ়িলে আছু কৰ্মী মাধুৰ্য বৰ্মনৰ। এতিয়া ৰাজ্য কঁপোৱা এই নৃশংস কাণ্ডৰ আহিছে ডাঙৰ আপডেট।

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ৰোজ আলী,হিতেশ আলীয়ে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। নলবাৰীৰ পূৱ কালাকুছি গাঁৱত ঘৰ ৰ’জ আলী আৰু হিতেশ আলীৰ। পলাতক ৰোজ আলী আৰু হিতেশ আলীৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে। ৰাজপথত হিন্দু যুৱতীৰ ককায়েকক হানি-খুচি হত্যা কৰে ৰোজ আলীয়ে। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় মাধুৰ্য বৰ্মনৰ মৃতদেহ।

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই হিন্দু কিশোৰীগৰাকীক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।  নলবাৰীৰ গংগাপুৰত সংঘটিত এই ভয়ংক কাণ্ডৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহি আছে। ইয়াৰ মাজতে কিশোৰীগৰাকীৰ মাতৃয়ে আক্ৰমণকাৰী ২ মিঞাক লৈ দিয়ে বিস্ফোৰক মন্তব্য।

তেওঁ কয়, “নৱম শ্ৰেণীৰ পৰাই তাইৰ ওপৰত বেয়া চকু আছিল ৰ’জ আলীৰ। বিহুৰ আগৰে পৰা আমাক ভাবুকি দি আহিছিল আৰু মাক-দেউতাকে কেচ দিবলৈ বাধা দিছিল আমাক। কিন্তু ৰ’জ আলীৰ কাণ্ডত SLEEPING PARALYSIS হৈ গৈছিল তাইৰ।
জানুৱাৰী মাহত ঘৰলৈ আহি চুৰি দেখুৱাই ভাবুকি দিছিল ৰোজ আলীয়ে, যাৰ বাবেই স্কুলো সলনি কৰিবলগীয়া হৈছিল। পিতৃ-মাতৃকো অভিযোগ দিছিলো যদিও পিতৃ-মাতৃয়ে ক্ষমা বিচৰাৰ বাবেই থানালৈ যোৱা নাছিলোঁ। কোৰাণৰ শপত খাই কিশোৰীগৰাকীৰ ক্ষতি নকৰে বুলি কৈছিল ৰোজ আলীয়ে।” কান্দি কান্দি নলবাৰীৰ যুৱতীগৰাকীৰ মাতৃয়ে এই শিহৰণকাৰী বৰ্ণনা দিয়ে।

উল্লেখ্য যে, ২মিঞাৰ হাতত ৰাজপথতে প্ৰাণ গ’ল আছুৰ নেতা মাধুৰ্য বৰ্মনৰ। সেইদিনা নলবাৰীলৈ সম্বন্ধীয় ভগ্নীৰ বাবে কিতাপ ক্ৰয় কৰিবলৈ গৈছিল মাধুৰ্য। সেই সময়তে ৰোজ আৰু হিতেশ আলীয়ে আক্ৰমণ কৰিছিল দুয়োকে আৰু
হানি-খুঁচি হত্যা কৰিছিল আছু নেতা মাধুৰ্য বৰ্মনক। অৱশেষত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল মেধাৱী মাধুৰ্যৰ ভগ্নীক। বৰ্তমান আঘাতপ্ৰাপ্ত কিশোৰীগৰাকী জীৱন-মৃত্যুৰ সৈতে GMCHত যুঁজি আছে।

ইফালে এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। নলবাৰীত লাভ জেহাদৰ চাঞ্চল্যকৰ কাণ্ডৰ পিছতে দুই মিঞা অভিযুক্তক শাস্তিৰ দাবীত নলবাৰীৰ ৰাজপথত আছুৰ বৃহৎ প্ৰতিবাদ। এই প্ৰতিবাদত আছুৰ নেতৃত্বৰ লগতে শ শ লোকে অংশগ্ৰহণ কৰিছে। এই কাণ্ডকলৈ আছুৰ নেতৃত্বই সকিয়াই দিছে যে, সহজভাৱে নলওঁ, উচিত ব্যৱস্থা হ’বই লাগিব, দোষীৰ কঠোৰতম শাস্তি হ’বই লাগিব।

এই ঘটনাকলৈ আছুৰ সভাপতিয়ে কয় যে, “ৰ’জ আলীয়ে ইমান সাহস ক’ৰ পৰা পালে। আমাৰ আছুৰ ল’ৰাটো ঢুকাইছে, আমাৰ সতীৰ্থ মাধুৰ্যক সংগ্ৰামী অভিবাদন জনাইছো। নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ মাধুৰ্য হেৰাই গ’ল।
ৰ’জ আলী, হিতেশ আলীৰ শাস্তি নহ’লে প্ৰতিবাদ হ’ব, আজি নলবাৰীত হৈছে ন্যায় নাপালে অসমত প্ৰতিবাদ হ’ব।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা
বাণিজ্য

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
Next Post
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ'জ আলী এনকাউণ্টাৰত নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.