• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেইফ আলী খানৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ’

ছেইফ আলী খানৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ’

5 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

4 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

42 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছেইফ আলী খানৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ’

editor by editor
January 21, 2021
in চিনেমা, বিনোদন
0
ছেইফ আলী খানৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ’
0
SHARES
27k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছেইফৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ।’

ছেইফ আলী খানৰ নতুন ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ মুক্তিৰ পিছতেই তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে। চিৰিজখনৰ পৰিচালক, প্ৰযোজক, কলা-কুশলীসকলো বিতর্কত সোমাই পৰিছে। ৰাম আৰু শিৱক তাচ্ছিল্য কৰাৰ সেই বিশেষ দৃশ্যটো আঁতৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰ পাছতে শান্ত হৈছে পৰিস্থিতি। আৰু ইয়াৰ পাছতে ছেইফ আলী খানৰ অট্টালিকা ‘পাতৌডি পেলেচে’ দর্শকৰ দৃষ্টি কাঢ়িছে। এই পেলেচতেই ‘তাণ্ডৱ’ৰ বহু দৃশ্যগ্ৰহণ কৰা হৈছিল। প্ৰথমবাৰৰ বাবে ছেইফ আলী খানৰ অট্টালিকাৰ ভিতৰৰ দৃশ্য ৰূপালি পর্দাত দেখিবলৈ পাব দর্শকে। উল্লেখযোগ্য যে ভাৰতৰ সকলোতকৈ বিলাসবহুল অট্টালিকাসমূহৰ ভিতৰত অন্যতম এই ‘পাতৌডি পেলেচ’। প্ৰায় ১০ বিঘা ভূমিত নির্মিত এই অট্টালিকাত কোঠা আছে ১৫০টা। তাৰ মাজত আছে ৭টা ড্ৰেছিং ৰূম, ৭টা বেডৰূম, ৭ টা বিলিয়ার্ড ৰূম। ইয়াৰ উপৰিও আছে বিভিন্ন ধৰণৰ কামৰ বাবে বহু কোঠা। আছে চকু শাঁত পেলাব পৰা বাগিচা। মুকলি চোতাল, য’ত সেউজীয়া আৰু আকাশৰ নীলা মিলি এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয়। ছেইফৰ এই ৰাজকীয় ভৱনলৈ প্ৰায়ে অৱসৰ বিনোদনৰ বাবে যায় কৰিণা কাপুৰ। হাৰিয়ানাত অৱস্থিত এই বিখ্যাত ‘পাতৌডি পেলেচ’। এই বিলাসী অট্টালিকাটোৰ বর্তমানৰ মূল্য প্ৰায় ৮০০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24saif ali khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?
ক্ৰীড়া

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

April 5, 2026
Next Post
জ’ বাইডেনৰ ভাষণ লিখিলে ভাৰতীয় বংশোদ্ভৱে

জ’ বাইডেনৰ ভাষণ লিখিলে ভাৰতীয় বংশোদ্ভৱে

কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?

কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.