জ্যোতিষ গণনা অনুসৰি এই বছৰৰ জুন মাহ নানান কাৰণত বিশেষ তাৎপৰ্যপূৰ্ণ৷ জুন মাহে ধীৰে ধীৰে আমাৰ চিন্তা ভাৱনালৈ পৰিবৰ্তন আনিব বুলি জনাইছে জ্যোতিষবিদে৷ কেৰিয়াৰত গুৰুত্ব বাঢ়িব আৰু কোনো কোনো ৰাশিৰ জাতকৰ মতামতে সকলোৰে প্ৰশংসা পাব৷ ব্যক্তিগত সম্পৰ্ক আৰু মানসিক শান্তিৰ প্ৰতি গুৰুত্ব দিব৷ মিথুন ৰাশিত বুধৰ প্রভাৱত সকলোৰে সৈতে যোগাযোগ স্থাপন সহজ হ’ব৷ জুন ২০২৬ বিভিন্ন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব?
মেষ ৰাশি
- উচ্চাকাঙ্খা বাঢ়িব৷
- সাংসৰিক দায়িত্ব বাঢ়িব৷
- ভৱিষ্যতৰ কথা ভাৱি কাম কৰিলে আৰ্থিক লাভ হ’ব৷
- মেষ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত সাহস বাঢ়িব৷
- অকাৰণে খৰচ বাঢ়িব পাৰে৷
বৃষ ৰাশি
- আত্মবিশ্বাস আৰু মানসিক শক্তি বাঢ়িব৷
- আৰ্থিক পৰিস্থিতি ভাল হ’ব৷
- অফিচত আপোনাৰ পৰিস্থিতি উন্নত হ’ব৷
- বাস্তৱসন্মত সিদ্ধান্ত ল’ব পাৰে৷
- ভাতৃৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷
মিথুন ৰাশি
- মানসিকভাৱে সক্ৰিয় থাকিব৷
- সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হ’ব৷
- মাহৰ আৰম্ভণিতে ইণ্টাৰভিউ বা কোনো অনলাইন প্ৰজেক্টত সফল হ’ব পাৰে৷
- অৰ্থ সঞ্চয়ৰ নতুন পথ খুলিব৷
- কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ভুমিকাত আহিব৷
কৰ্কট ৰাশি
- জুন মাহ আপোনাৰ বাবে ডাঙৰ টাৰ্নিং পয়েণ্ট হ’ব পাৰে৷
- দীৰ্ঘম্যাদি উন্নতি কৰিব পাৰে৷
- আকৰ্ষণ ক্ষমতা বাঢ়িব৷
- বন্ধুৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷
- ২১ জুন পৰ্যন্ত অফিচত কামৰ চাপ বেছি থাকিব৷
সিংহ ৰাশি
- পেছাগত জীৱনত বৃহৎ উন্নতিৰ যোগ৷
- মন টান কৰি আগুৱাই যোৱাৰ সাহস পাব৷
- নতুন কাৰোবাৰ সৈতে যোগাযোগ গঢ়ি উঠিব৷
- ধৰ্মীয় চিন্তা আৰু ছেনচিটিভিটি বাঢ়িব৷
- পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে৷
কন্যা ৰাশি
- জুন মাহত ধীৰে ধীৰে উন্নতি কৰিব৷
- কেৰিয়াৰত প্লেনিং কৰিব৷
- উচ্চশিক্ষাত সাফল্য লাভৰ যোগ আছে৷
- প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব৷
- আপোনাৰ ওচৰত ভৱিষ্যতৰ ছবি স্পষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















