• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

3 months ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

13 minutes ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

56 minutes ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

2 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

2 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

4 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

4 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

5 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

6 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

6 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

editor by editor
June 2, 2026
in জীৱনশৈলী
0
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক
0
SHARES
956
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হনুমানক কলিযুগৰ দেৱতা বুলি ধাৰণা কৰা হয়৷ স্বয়ং শ্ৰীৰামে হনুমানৰ ওপৰত ধৰ্মক ৰক্ষা কৰাৰ গুৰু দায়িত্ব দিছিল৷ সেয়ে হনুমানক সংকটমোচন বুলি কোৱা হয়৷ বজৰংবলীয়ে সকলোৰে কষ্ট দূৰ কৰে৷ কিন্তু জ্যোতিষত এনে ৫ৰাশি আছে যি হনুমানৰ প্ৰিয় বুলি বিবেচিত হয়৷ হনুমানে এই ৰাশিৰ মানুহক প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকক সকলো ধৰণৰ দুখ কষ্টৰ পৰা মুক্তি দিয়ে৷ হনুমানৰ আশীৰ্বাদত এই ৰাশিৰ মানুহে জীৱনত সাফল্য আৰু খ্যাতি অৰ্জন কৰে৷ জানি থওক বজৰংবলীৰ প্ৰিয় ৰাশিসমূহ কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল৷ মঙ্গল গ্ৰহ ভগৱান হনুমানৰ সৈতে সম্পৰ্কিত৷ এই ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা ভালেই থাকে৷ যদি তেওঁলোকে ভগৱান হনুমানৰ পূজা কৰে তেন্তে প্ৰচূৰ সাফল্য লাভ কৰে আৰু সমস্যাৰ পৰাও দূৰৈত থাকে৷ মেষ ৰাশিৰ জাতক জাতিকা সাহসী আৰু বুদ্ধিমান হয়৷ তেওঁলোকৰ এখন সৰল হৃদয়ো থাকে৷ মেষ ৰাশিৰ জাতক জাতিকাৰ ওপৰত ভগৱান হনুমানৰ আশীৰ্বাদ সৰ্বদা থাকে৷ ভগৱান হনুমানে এই ৰাশিৰ জাতক জাতিকাৰ সকলো সমস্যা দূৰ কৰে৷ সেয়ে মেষ ৰাশিৰ জাতক জাতিকাৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ এই ৰাশিৰ জাতক জাতিকা খুবেই সাহসী আৰু আত্মবিশ্বাসপূৰ্ণ হয়৷ তেওঁলোক বুদ্ধিমান আৰু তেওঁলোকৰ নিৰ্মল এখন হৃদয়ো আছে৷

সিংহ ৰাশি

ভগৱান হনুমান সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰতি দয়ালু হয়৷ তেওঁলোকে কম বয়সতে সাফল্য লাভ কৰে৷ তেওঁলোকে কেতিয়াও অৰ্থৰ অভাৱত নোভোগে৷ প্ৰচুৰ অৰ্থও উপাৰ্জন কৰে৷ সিংহ ৰাশিৰ জাতক জাতিকা প্ৰায়েই ধৰ্মীয় কামত আগ্ৰহী হয় আৰু তেওঁলোকৰ স্বভাৱো দয়ালু হয়৷ তেওঁলোকে সৰ্বদা অন্যৰ সহায় কৰিবলৈ প্ৰস্তুত থাকে৷ তেওঁলোক ভগৱান হনুমানৰ ভক্ত৷ তেওঁলোকে আন্তৰিকভাৱে হনুমানৰ আৰাধনা কৰে৷ হনুমানৰ আশীৰ্বাদত তেওঁলোকৰ সমস্ত অসমাপ্ত কাম সম্পন্ন হয়৷ সিংহ ৰাশিৰ জাতক জাতিকা বুদ্ধিমান হয় আৰু তেওঁলোকে জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে৷

বৃশ্চিক ৰাশি

মঙ্গল বৃশ্চিক ৰাশিৰো অধিপতি গ্ৰহ৷ আৰু সেই কাৰণেই বৃশ্চিক ৰাশিৰ জাতক জাতিকা ভগৱান হনুমানৰো খুবেই প্ৰিয়৷ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ভগৱান হনুমানৰ বিশেষ কৃপাত ধন্য হয়৷ সেয়ে তেওঁলোকৰ জীৱনত কেতিয়াও ধন সম্পদ আৰু সুখৰ অভাৱ নহয়৷ ভগৱান হনুমানৰ আশীৰ্বাদত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই সুখী জীৱনযাপন কৰে৷ ভগৱান হনুমানে সৰ্বদা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ প্ৰতি কৃপাময় থাকে আৰু তেওঁলোকৰ সুখী জীৱন নিশ্চিত কৰে৷ এই ৰাশিৰ জাতক জাতিকাই ব্যৱসায়তো খ্যাতিমান হয় আৰু ভগৱান বজৰংবলীৰ আশীৰ্বাদত তেওঁলোকে একাধিক উৎসৰ পৰা আয় কৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকা ভগৱান হনুমানৰ বিশেষ আশীৰ্বাদধন্য৷ কাৰণ মকৰ ৰাশি মঙ্গলৰ উচ্চস্থ ৰাশি৷ জীৱনত কোনো অসুবিধাৰ সন্মুখীন হলে মকৰ ৰাশিৰ জাতক জাতিকাই আন্তৰিকভাৱে ভগৱান হনুমানক স্মৰণ কৰা উচিত৷ তেওঁলোকৰ বাবে শুভ সুযোগ কঢ়িয়াই আনে আৰু তেওঁলোকৰ কষ্ট লাঘৱ কৰিব৷ জীৱন উন্নত কৰাৰ বাবে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভগৱান হনুমানৰ ধ্যান কৰিলে শুভ ফল লাভ হয়৷ আনকি কোনো সংকট বা বাধাৰ সন্মুখীন হলেও বজৰংবলীয়ে আপোনাৰ ৰক্ষাকৰ্তা হৈ উঠে আৰু আপোনাৰ সমস্ত সমস্যা দূৰ কৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ৷ যি ভক্তই নিয়মিত হনুমানৰ পূজা কৰে তেওঁলোকে হনুমানজী আৰু শনিদেৱ উভয়ৰেই আশীৰ্বাদ লাভ কৰে৷ এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ কৃপাত জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰে৷ কুম্ভ ৰাশিৰ অধিপতি হৈছে শনিদেৱ৷ যি হনুমানৰ ভক্ত শনিদেৱে তেওঁলোকক কষ্ট নিদিয়ে৷ ভগৱান হনুমানৰ আশীৰ্বাদত কুম্ভ ৰাশিৰ জাতক জাতিকাই অলপ বয়সতে উন্নতি লাভ কৰে আৰু বজৰংবলীয়ে এই ৰাশিৰ জাতক জাতিকাক প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰে৷ এই ৰাশিৰ জাতক জাতিকাই প্ৰতিদিনে পুৱা গা ধোৱাৰ পাছত হনুমান চালিছা পাঠ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?
জীৱনশৈলী

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

September 7, 2026
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই
জীৱনশৈলী

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

September 7, 2026
Next Post
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.