• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

2 hours ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

15 minutes ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

38 minutes ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

4 hours ago
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

5 hours ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

6 hours ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

editor by editor
June 3, 2026
in অপৰাধ, জীৱনশৈলী
0
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক
0
SHARES
869
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজকে আধ্যাত্মিক গুৰু বুলি পৰিচয় দিছিল৷ ধৰ্মকথাও শুনাইছিল৷ সকলোবোৰক লৈয়েই এটা ইউটিউব চেনেলো চলাইছিল তেওঁ৷ কিন্তু এই সকলোবোৰ আছিল ভুৱা৷ প্ৰকৃততে গুৰুৰ ৰূপ লৈ দৈনিক এই ভণ্ডবাবাই চলাইছিল যুৱতীক যৌন নিৰ্যাতন৷ ব্লেকমেইলৰো গুৰুতৰ অভিযোগ উঠিছে এই বাবাৰ বিৰুদ্ধে৷ আই আইটি ৰুৰকিৰ প্ৰাক্তন ছাত্ৰ অভিষেক মিশ্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মঙলবাৰে উত্তৰপ্ৰদেশৰ মথুৰাত থাকি এই কাণ্ড চলাই গৈছিল ভণ্ড বাবাই৷

অভিষেক মূলত ওড়িশাৰ বাসিন্দা৷ আই আইটি ৰুৰকিত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক হয়৷ তাৰপিছতেই তেওঁ মথুৰালৈ যায়৷ তাতেই আদিকৰ্তা নাৰায়ণ দাস নাম লয়৷ আৰম্ভ হয় আধ্যাত্মিক জীৱন৷ মথুৰাৰ ৰাধাকুঞ্জ এলেকাত আশ্ৰম খুলি বহে আদিকৰ্তা নাৰায়ণ দাসে৷ ইয়াৰোপৰি আৰম্ভ কৰে ৰাধা কৃপা অমৃত নামৰ এটা ইউটিউব চেনেল৷ তাতেই আধ্যাত্মিক জ্ঞান বিতৰণ কৰে৷ সেয়া শুনি বহু তৰুণ তৰুণীয়েই অভিষেক ওৰফে আদিকৰ্তা নাৰায়ণ দাসৰ কাষলৈ আহে৷ ইয়াৰ সুবিধা লৈয়েই ভণ্ড বাবাই আৰম্ভ কৰিলে প্ৰকৃত খেলা৷

তৰুণ-তৰুণীসকলক পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি তেওঁৰ আশ্ৰমত থকাৰ বাবে উৎসাহিত কৰিছে বুলি অভিযোগ উঠিছে অভিষেকৰ বিৰুদ্ধে৷ তেওঁৰ ফান্দত পৰিছিত প্ৰায় ২৪গৰাকী তৰুণ-তৰুণী৷ তেওঁলোকে অভিষেকৰ আশ্ৰমতেই থাকিবলৈ লৈছিল৷ সকলো তৰুণীক নিজৰ লালসাৰ ফান্দত পেলাইছিল এই ভণ্ড বাবাই৷ প্ৰাথমিক তদন্তত জনা গৈছে তৰুণীসকলৰ সৈতে গন্ধৰ্ব বিবাহো কৰিছিল অভিষেকে৷ অভিযোগ অনুসৰি প্ৰসাদৰ নামত মাদক মিহলোৱা গাখীৰ খোৱাবলৈ আৰম্ভ কৰিছিল৷ অচেতন কৰাই যৌন নিৰ্যাতন চলাইছিল এই ভণ্ড বাবাই৷

কেৱল সেয়াই নহয় সকলোবোৰ কাণ্ডৰ ছবি, ভিডিঅ’ও ৰাখিছিল এই ভণ্ড বাবাই৷ ইয়াৰ পাছতেই সেইসমূহ দেখুৱাই ব্লেকমেইল আৰম্ভ কৰে৷ অভিষেকৰ বিৰুদ্ধে প্ৰথম মুখ খোলে ছত্তিশগড়ৰ এগৰাকী তৰুণীয়ে৷ ইয়াৰপাছতেই অভিষেকৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

অভিষেকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ দাখিল কৰা হৈছে৷ অশ্লীল ছবি আৰু ভিডিঅ’সমূহ এতিয়া এই ভণ্ড বাবাৰ বিৰুদ্ধে সকলোতকৈ ডাঙৰ হাঁথিয়াৰ৷ আশ্ৰমৰ আবাসিকসকলৰ পৰাও তেওঁ মুঠ টকা তুলিছিল বুলি জনাইছে আৰক্ষীয়ে৷ এতিয়া পৰ্যন্ত কিমানগৰাকী মহিলা এই চক্ৰৰ চিকাৰ হৈছে সেয়া জানিব পৰা নাই৷ অভিষেক গ্ৰেপ্তাৰ কৰাৰ পাছত ইতিমধ্যেই সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ
জীৱনশৈলী

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

June 3, 2026
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

June 3, 2026
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি
জীৱনশৈলী

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

June 3, 2026
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত
জীৱনশৈলী

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

June 3, 2026
Next Post
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন