• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

6 years ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

13 minutes ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

43 minutes ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

1 hour ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

4 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

4 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

5 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

5 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

6 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

6 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

8 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

editor by editor
January 24, 2021
in চিনেমা, ভাৰত
0
বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুন ধাৱান আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া। ইতিমধ্যে বিবাহথলী আলিবাগত সকলো প্ৰস্তুতি সম্পন্ন হৈছে। দুয়োটা পৰিয়ালৰ লোকে উপস্থিত হৈছে আলিবাগত। কইনা নাতাশাও শনিবাৰেই পিতৃ-মাতৃৰ সৈতে বিবাহথলীত উপস্থিত হৈ ভাগ ল’লে মেহেন্দী অনুষ্ঠানত। কইনাৰ দুহাত মেহেন্দীৰে বোলালে মেহেন্দী আৰ্টিষ্ট বীণা নাগদাই।

অৱশ্যে বিবাহৰ পূৰ্বে আজি পুৱা সংঘটিত হ’ল এক অঘটন। আলিবাগৰ বিবাহথলী পোৱাৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হ’ল বৰুন ধাৱানৰ বাহন। বন্ধুৰ সৈতে ‘বেচ্চেলৰ পাৰ্টি’ কৰি বিবাহথলীলৈ বুলি ৰাওনা হওঁতেই বাটতে সংঘটিত হয় দুৰ্ঘটনাটো। অৱশ্যে দৰা বৰুন ধাৱান আৰু তেওঁৰ বন্ধুসকল সুৰক্ষিত অৱস্থাত আছে। কেৱল বাহনখনৰ সন্মুখভাগহে কিছু ক্ষতি হয়।

উল্লেখযোগ্য যে, ক’ভিডৰ ভয়াৱহতাৰ বাবে ৪ মাহ পিছুৱালে বৰুন ধাৱানৰ বিয়া। আনহাতে, বিবাহৰ পিছতে বৰুণ আৰু নাতাশা তুৰ্কীৰ সুন্দৰ চহৰ ইস্তানবুললৈ হানিমুনৰ বাবে ৰাওনা হ’ব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alibaghasom live 24asom live newsaxom live 24barun dhabanbollywood marriagebollywood newscelebrity ymumbainatasha daalalvarun dhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!
ভাৰত

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

October 24, 2026
Next Post
কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.