• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

5 months ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

8 minutes ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

43 minutes ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

2 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

10 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

10 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

10 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

11 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

12 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

12 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

14 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

14 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

অস্ত্ৰোপচাৰৰ পিছতে অনুৰাগীক ধন্যবাদ ৰিয়ানৰ

editor by editor
June 11, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কান্ধৰ আঘাতেৰেই IPLৰ শেষৰকেইখনমান মেচৰ বাবে খেলপথাৰত নমা ৰাজস্থান ৰয়েলছৰ কেপ্টেইন ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় যায়। ছচিয়েল মিডিয়া হেণ্ডেলত এই কথা প্ৰকাশ কৰে ৰিয়ান পৰাগৰ মাতৃ আৰু ক্ৰিকেটাৰজনৰ মেনেজাৰে। দীৰ্ঘদিনৰ পৰা কান্ধৰ আঘাতৰ সমস্যাৰে যুঁজি আছিল ৰিয়ান পৰাগ। প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াত জিম্বাবুৱেৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ পিছৰে পৰা কান্ধৰ আঘাতে জুৰুলা কৰিছিল অসম সন্তান ৰিয়ান পৰাগক। শ্ৰীলংকাৰ বিৰুদ্ধে T20 আৰু ODI শৃংখলাত খেলাৰ পিছতে আঘাতৰ বাবে জাতীয় দলৰ পৰা বাদ পৰিছিল ৰিয়ান। বিগত IPLৰ পূৰ্বে আঘাতৰ সমস্যাৰ পৰা কিছু সকাহ পালেও টুৰ্নামেণ্টখনৰ শেষৰকেইখন মেচৰ সময়ত পুনৰ ৰিয়ানৰ সেই পুৰণি আঘাতটোৱে উক দিছিল। শ্ৰীলংকাত চলি থকা ইণ্ডিয়া Aৰ ৫০ অভাৰৰ শৃংখলাটোত সহঃ অধিনায়কৰ দায়িত্ব পায়ো আঘাতৰ বাবে বাদ পৰিছিল ৰাজস্থান ৰয়েলছৰ কেপ্টেইনজন। শেষ মুহূৰ্তত ৰিয়ানৰ ঠাইত CSKৰ অধিনায়ক ঋতুৰাজ গাইকোৱাদে ইণ্ডিয়া Aৰ দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ক’ত সম্পন্ন হ’ল ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ?

আঘাতৰ উপশম পাবলৈ ৰিয়ানে IPL শেষ হোৱাৰ পিছতে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত সম্পন্ন হয় ৰিয়ান পৰাগৰ কান্ধৰ অস্ত্ৰোপচাৰ। হাস্পতালখনৰ ডাঃ দিনশ্ব’ পাৰ্ডিৱালাৰ তত্বাৱধানত সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পিছতে ক্ৰিকেটাৰজনে অনুৰাগীসকলৰ ধন্যবাদ জনাই কয়- শেষত এই যুঁজত কান্ধখনেই জিকিল। যিসকলে মোৰ খবৰ লৈ আছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো। কান্ধৰ এই আঘাতে বিগতে দুটা বছৰত মোক বহু কঠিন পৰীক্ষাৰ সন্মুখীন কৰাইছিল। ইয়াৰ মাজতে বহু ভাল দিন আহিছিল, বহুসময় হতাশাৰেও ভৰি পৰিছিল মন। কেতিয়াবা এখন মেচ সম্পূৰ্ণ কৰাটোও মোৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিছিল।

কেতিয়ালৈ খেলপথাৰত নামিব ৰিয়ান পৰাগ?

আজি সম্পন্ন হৈ যোৱা অস্ত্ৰোপচাৰৰ পিছত আৰু কিছুদিন চিকিৎসাধীন হৈ থাকিব লাগিব ক্ৰিকেটাৰগৰাকী। অস্ত্ৰোপচাৰৰ পিছত সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পিছত আৰম্ভ হ’ব rehab প্ৰক্ৰিয়া। rehab প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে কিছুদিন অনুশীলন কৰাৰ পিছতহে খেলপথাৰত নামিব পাৰিব ৰিয়ান পৰাগ। ইয়াৰ বাবে BCCI পৰা লাভ কৰিব লাগিব সেউজ সংকেত।

এই লেখাটো যুগুটাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
Next Post
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় 'ৰাষ্ট্ৰ নিৰ্মাতা'ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.