• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

2 months ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

33 minutes ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

44 minutes ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

2 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

2 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

3 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

4 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

5 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

6 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

7 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়

ঋণ লোৱাৰ সময়ত কি কি কথাত গুৰুত্ব দিব?

editor by editor
June 13, 2026
in অসম, জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
EMIৰ বোজাত ভাৰাক্ৰন্ত নেকি? ঋণ সোনকালে শেষ কৰাৰ কেইটামান উপায়
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি ঋণ সহজে লাভ কৰিব পাৰি, কিন্তু তাৰ EMI পৰিশোধ কৰাটো কিছুমান লোকৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰে। বহুতে কম EMIৰ লোভত দীঘলীয়া সময়ৰ বাবে বাছি লয় বা সম্পূৰ্ণ তথ্য নজনাকৈ ঋণ গ্ৰহণ কৰে। ইয়াৰ ফলত বহু বছৰলৈ তেনে গ্ৰাহকে আৰ্থিক অনাটনত ভুগি থাকে। সঠিক পৰিকল্পনা নাথাকিলে সুদৰ বোজা ক্ৰমাৎ বৃদ্ধি পায় গৈ থাকে আৰু ঋণ পৰিশোধ কৰাটো কঠিন হৈ পৰে। কিন্তু বুদ্ধিৰে কিছুমান বুদ্ধিমান সিদ্ধান্ত ল’লে ঋণ সোনকালে শেষ কৰিব পাৰি।

ঋণ লোৱাৰ সময়ত সততে কৰা কেইটামান ভুল সিদ্ধান্ত

অধিকাংশ মানুহে ঋণ লোৱাৰ সময়ত কেইটামান ভুল কৰে। এনেধৰণৰ কেইটামান ভুল হৈছে-নিজৰ সামৰ্থ্যতকৈ অধিক পৰিমাণৰ ধন ঋণ হিচাপে লোৱা, মুঠ সুদৰ খৰচ ভালকৈ নুবুজাকৈ ঋণ লোৱা, কম EMIৰ বাবে দীঘলীয়া সময়লৈ পৰিশোধৰ সময় বাছনি কৰা, সময়মতে EMI পৰিশোধ নকৰা, একেলগে কেইবাটাও ঋণ লোৱা, সুদৰ হাৰ ভালকৈ নিৰীক্ষণ নকৰা আৰু আন আন বেংকৰ সৈতে তুলনা নকৰাকৈ ঋণ লোৱা, অপ্রয়োজনীয় বস্তু EMI-ত ক্ৰয় কৰা, ঋণৰ চৰ্ত আৰু নিয়ম ভালদৰে নপঢ়া, আয় বৃদ্ধি হোৱাৰ পিছতো EMIৰ পৰিমাণ বৃদ্ধি নকৰা ইত্যাদি। ঋণ লোৱাৰ সময়ত উপৰিউক্ত বিষয়কেইটা ভালকৈ গুৰুত্ব নিদিয়াৰ ফলত একো একোটা ঋণৰ EMI এটা সময়ত হিমালয়সদৃশ বোজালৈ পৰিণত হ’বলৈ ধৰে।

ঋণৰ বোজা কমাবলৈ কি কৰিব পাৰে?

এটা কিস্তিত পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমান সামৰ্থ অনুযায়ী যিমান পাৰে বেছিকৈ নিৰ্ধাৰণ কৰক। এটা কিস্তিত পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ বেছি হ’লে ঋণ সোনকালে শেষ হ’ব। সুদৰ পৰিমাণো এই ক্ষেত্ৰত কম হ’ব অৰ্থাৎ অতিৰিক্তভাৱে ভৰিবলগীয়া ধনৰ পৰিমাণো কমি যাব। ভৱিষ্যতে ঋণ লাভৰ বাবে প্ৰয়োজনীয় ক্ৰেডিট স্ক’ৰো উন্নত হ’ব। লগতে EMI চলি থকা সময়ত দৈনন্দিন খৰছত নিয়ন্ত্ৰণ ৰাখক। অযথা আৰু অপ্ৰয়োজনীয় খৰছ কৰাৰ পৰা বিৰত থাকক। EMI পৰিশোধ কৰাত বিলম্ব কৰাৰ ভুল কেতিয়াও নকৰিব। EMI পৰিশোধত পলম কৰাৰ ফলত আপোনাৰ ক্ৰেডিট স্কৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। হাতলৈ কেতিয়াবা বেছিকৈ ধন আহিলে এবাৰতে অধিক ধন পৰিশোধৰ ব্যৱস্থা থকা ঋণহে ল’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24emi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!
জীৱনশৈলী

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

August 2, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

August 2, 2026
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!
বাণিজ্য

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

August 2, 2026
Next Post
সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

সাৱধান! এই কেইবিধ খাদ্যৰ লগত আলু একেলগে কেতিয়াও নাখাব

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.