• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

2 months ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

25 minutes ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

1 hour ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

3 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

3 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

4 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

4 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

5 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

6 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

ৰীল দেখি ১৮ বছৰীয়া যুৱকক অপহৰণ, ১০ লাখ টকা মুক্তিপণ দাবী

editor by editor
July 6, 2026
in অপৰাধ, জীৱনশৈলী, বিবিধ
0
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ১৯ বছৰীয়া যুৱকে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত জাকজমক লাইফষ্টাইল, বিলাসী বাহনৰ ভিডিঅ দি এতিয়া বিপদত পৰিছে। যুৱকজনৰ ইনষ্টাগ্ৰামৰ এই ৰীলবোৰ দেখি সকলোৱে তেওঁক আৰ্থিকভাৱে প্ৰতিপত্তিশালী ঘৰৰ সন্তান বুলি ভাবিছিল। সকলোৱে ভবাৰ দৰে কেইজনমান দুষ্টবুদ্ধিৰ লোকেও যুৱকজনক ধনী ঘৰৰ ল’ৰা বুলি ভাবি কৰিলে অপহৰণ আৰু দাবী কৰিলে ১০ লাখ টকাৰ মুক্তিপণ। ছ’চিয়েল মিডিয়াত দামী মোবাইল, বিলাসী জীৱন-শৈলী দেখুৱাই ভাইৰেল হোৱাৰ নিচাও যে কেতিয়াবা কিমান ভয়ংকৰ হ’ব পাৰে, তাৰেই উদাহৰণ এই ঘটনা। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ পন্না জিলাৰ পৱৈ অঞ্চলত।

ঘটনাৰ সবিশেষ…

মাত্ৰ ১৯ বছৰীয়া অংশুল নামৰ এজন যুৱকৰ ইনষ্টাগ্ৰাম ৰীল চাই তিনি দুৰ্বৃত্তই তেওঁক কোনো কোটিপতি লোকৰ সন্তান বুলি ধাৰণা কৰি লয়। ইয়াৰ পিছতেই ৩ দুৰ্বৃত্তই অংশুলক অপহৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। ভবা মতেই কাম, ২৭ জুনত একেবাৰে চিনেমাৰ কাহিনীৰ দৰে এই দুৰ্বৃত্তকেইটাই অংশুলক অপহৰণ কৰি পৰিয়ালৰ ওচৰত ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰে। অংশুল পৱৈৰ এজন স্থানীয় কাপোৰ ব্যৱসায়ীৰ পুত্ৰ। ছ’চিয়েল মিডিয়াত দামী গেজেট, ষ্টাইলিছ জীৱনশৈলী আৰু আকৰ্ষণীয় ৰীল পোষ্ট কৰাটো তেওঁৰ অভ্যাস আছিল। এই ৰীলসমূহ দেখি অংশুলক অপহৰণ কৰা ৩ অভিযুক্ত মধ্যপ্ৰদেশৰ পান্না জিলাৰ ৰাজকমল ৰজক, ৰাজকুমাৰ পাল আৰু শিৱেন্দ্ৰ সিং।

আৰক্ষীৰ অভিযান

অপহৰণৰ পিছতে অভিযুক্তই অংশুলৰ পৰিয়াললৈ ফোন কৰি মুক্তিপণ বিচাৰে। পুত্ৰৰ জীৱনৰ শংকাত আতংকিত হৈ পিতৃয়ে অভিযুক্তই দিয়া বেংক একাউণ্টত তৎক্ষণাত ১ লাখ ৪৮ হাজাৰ টকা স্থানান্তৰ কৰে আৰু সমান্তৰালভাৱে আৰক্ষীকো খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে পন্না আৰক্ষী সক্ৰিয় হৈ উঠে। চাইবাৰ টীমে প্ৰথমে সংশ্লিষ্ট বেংক একাউণ্টটো ফ্ৰিজ কৰায়। তাৰ পিছত অভিযুক্তসকলৰ অৱস্থান চিনাক্ত কৰি অভিযান চলায়। অৱশেষত আৰক্ষীয়ে অংশুলক সুস্থ-সবল অৱস্থাত উদ্ধাৰ কৰাৰ লগতে ৩ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা এটা পিষ্টল আৰু দুখন মটৰচাইকেল জব্দ কৰিছে। এই ঘটনাই ছ’চিয়েল মিডিয়াত বিলাসী জীৱন, দামী সামগ্ৰী আৰু ব্যক্তিগত তথ্য প্ৰদৰ্শন কৰি অহাসকলৰ বাবে এক কঠোৰ সতৰ্কবাণী হিচাপে ধৰা দিছে। অনলাইনত দেখুওৱা জাকজমকতাও কেতিয়াবা আপোনাৰ বাবে হ’ব পাৰে ডাঙৰ বিপদৰ কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lifestyle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

September 7, 2026
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?
বাণিজ্য

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
Next Post
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.