• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

19 minutes ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

51 minutes ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

2 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

4 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

4 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

5 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

5 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

6 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

7 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

৫টা টি শ্বাৰ্ট, এটাকৈ জেকেট আৰু পেণ্টৰ সহায়ত প্ৰস্তুত কৰা হৈছিল সাজযোৰ

editor by editor
July 6, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, সংগীত
0
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নোৰা ফাতেহীয়ে ২০২৬ চনৰ FIFA World Cupৰ উদ্বোধনী অনুষ্ঠানত পৰিধান কৰা বিশেষ ৰঙা ড্ৰেছযোৰ অনুষ্ঠানটোৰ অন্যতম চৰ্চিত ফেশ্বন লুক হিচাপে পৰিগণিত হৈছে। তেওঁৰ নৃত্য প্ৰদৰ্শনৰ লগতে এই অভিনৱ পোছাকযোৰেও বিশ্বজুৰি ফেশ্বনপ্ৰেমীসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। ডিজাইনটোৰ প্ৰতিটো অংশৰ আঁৰত এক সৃজনশীল ধাৰণা আৰু আধুনিক ফেশ্বন-দৰ্শন লুকাই আছিল। এই অনন্য সাজযোৰ ডিজাইন কৰিছিল ফেশ্বন ডিজাইনাৰ তথা Balavৰ প্ৰতিষ্ঠাপক আৰু ক্ৰিয়েটিভ ডাইৰেক্টৰ বৈষ্ণৱী বালাই। বৈষ্ণৱী বালাই জনোৱা অনুসৰি, FIFA World Cupৰ দৰে বিশ্বমঞ্চৰ বাবে পোছাক ডিজাইন কৰাটো তেওঁৰ দীৰ্ঘদিনীয়া সপোন আছিল। নোৰা ফাতেহীৰ বাবে এই আউটফিট প্ৰস্তুত কৰিবলৈ তেওঁ আৰু তেওঁৰ টীমে কেইবাদিনো ধৰি পৰীক্ষা-নিৰীক্ষা চলাইছিল। এই বিশেষ ড্ৰেছযোৰ তৈয়াৰ কৰিবলৈ তেওঁ ৫টা টি-শ্বাৰ্ট, এটা জেকেট আৰু এটা পেণ্ট খুলি পুনৰ নতুনকৈ জোৰা লগাই সম্পূৰ্ণ নতুন ৰূপ দিছিল। বৈষ্ণৱীয়ে লগতে কয়, ‘কম সময়ৰ ভিতৰত একেবাৰে নতুন পোছাক বনোৱাটো কঠিন, কিন্তু এযোৰ সাজ খুলি পুনৰ নতুন ৰূপত তৈয়াৰ কৰাতো আছে মাদকতা। নোৰাই পৰিধান কৰা স্কাৰ্টটো মই দুদিন ধৰি নিজ হাতে চিলাই কৰিছিলোঁ। ইয়াৰ উপৰি এটা বিশেষ জীপাৰৰ ব্যৱহাৰ কৰি নোৰাই পৰিধান কৰা জেকেটটোৰ ৰূপ সম্পূৰ্ণ সলনি কৰি পেলাইছিলো।’

বিশেষ পোছাকযোৰৰ থীম কি আছিল?

উল্লেখ্য যে বিশ্বকাপৰ অনুষ্ঠানত নোৰা ফাতেহীয়ে পৰিধান কৰা ড্ৰেছযোৰত streetwear, bohemian fashion আৰু performance costumeৰ সংমিশ্ৰণ দেখা যায়। নোৰাই পৰিধান কৰা পোছাকযোৰৰ মূল থীম আছিল “Deconstruction and Reconstruction। নোৰা ফাতেহীয়ে পৰিধান কৰা ড্ৰেছযোৰৰ জৰিয়তে বিশ্বকাপৰ মঞ্চত শক্তি, গতি, আত্মবিশ্বাস আৰু বিশ্বজনীন সাংস্কৃতিক সংযোগ প্ৰকাশ কৰাটোৱেই আছিল ডিজাইনৰ বৈষ্ণৱী বালাৰ মুখ্য উদ্দেশ্য।

ড্ৰেছটোৰ দাম কিমান?

নোৰা ফাতেহীয়ে পৰিৱেশন কৰা বিশ্বকাপ উদ্বোধনী অনুষ্ঠানৰ বিশেষ ড্ৰেছবিধ কেৱল এক গ্লেমাৰাছ পোছাকেই নাছিল। ইয়াত আধুনিক ফেশ্বন, পুনঃব্যৱহাৰযোগ্য ডিজাইন, শিল্পসুলভ সৃষ্টিশীলতা আৰু বিশ্বমঞ্চত ভাৰতীয় ডিজাইনাৰৰ প্ৰতিভাৰ এক অনন্য সংমিশ্ৰণ দেখা গৈছিল। সেইবাবেই পোছাকযোৰে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন মাধ্যম, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছিল। ড্ৰেছযোৰৰ সঠিক মূল্য এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। নোৰা ফাতেহী, ডিজাইনাৰ বৈষ্ণৱী বালায়ো ইয়াৰ দাম প্ৰকাশ কৰা নাই। অৱশ্যে ছ’চিয়েল মিডিয়া আৰু কিছুমান ব্লগত ড্ৰেছযোৰৰ দাম ১০ লাখৰ পৰা ৩০ লাখ টকাৰ ভিতৰত অনুমান কৰা হৈছে, কিন্তু ধাৰণাৰ কোনো বিশ্বাসযোগ্য বা আনুষ্ঠানিক ভিত্তি নাই। নোৰা ফাতেহীয়ে পৰিৱেশন কৰা ‘Siir Siir’ শীৰ্ষক গানটো FIFA 2026 বিশ্বকাপৰ অফিচিয়েল মিউজিক প্ৰজেক্টৰ ১৮টা গীতৰ সংকলনৰ এটা গীত। এই গীতটোত ভাৰতীয়, কানাডা আৰু মৰক্কো সংগীতৰ এক সুন্দৰ সমন্বয় দেখা যায়। ফ্ৰান্সৰ গায়ক Vegedream আৰু সংগীত প্ৰযোজক Sanjoyৰ সৈতে মিলি নোৰা ফতেহীয়ে এই গীতটোত বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছিল। ৮ জুনত মুক্তি পোৱা এই গীতটো বিশ্বজুৰি ইতিমধ্যে ৫.৮ কোটিতকৈ অধিক লোকে চাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24nora fatehi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?
বিনোদন

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

July 6, 2026
Next Post
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.